Browsing Category
ভাৰত
ঘেঁহু, চেনিৰ পাছত চাউলৰ ৰপ্তানিত হাত ধৰিব নেকি ভাৰতে
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ঘেঁহু, চেনিৰ পাছত এইবাৰ চাউলৰ ৰপ্তানিৰ ওপৰত ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিব নেকি? এনে এটা প্ৰশ্নই এতিয়া দেশখনৰ বাণিজ্য মহলত তোলপাৰ লগাইছে, বিশেষকৈ চাউল ৰপ্তানিকাৰকসকলৰ মাজত। অৱশ্যে চৰকাৰী পক্ষই এই বাতৰি…
ভাৰতত সৰ্প দংশনৰ চিকিৎসাত নতুন ঔষধ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : সৰ্প দংশনৰ চিকিৎসাত অৰেল টেবলেটৰ মাধ্যমেৰে সাফল্য পাইছে পশ্চিমবংগই। নেচনেল মেডিকেল কলেজ আৰু হাস্পতালত পৰীক্ষামূলকভাৱে এই টেবলেটৰ প্রয়োগ কৰি সফলতা লাভ কৰা গৈছে। সাপে দংশন কৰা ৰোগীকে বচোৱা সম্ভৱ হৈছে ইয়াৰ…
সেনাবাহিনীত প্রথম মহিলা হেলিকপ্টাৰ পাইলট অভিলাষা বৰাকৰ ঐতিহাসিক নিযুক্তি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : প্রায় ৩৮ বছৰ হ'বৰ হ'ল ভাৰতীয় সেনা বাহিনীত মহিলাক বিষয়া হিচাবে নিয়োগ আৰম্ভ হোৱাৰ। আৰু ইমান বছৰৰ পিছত এইবাৰেই প্রথম আর্মি এভিয়েচন কর্পচত হেলিকপ্টাৰ পাইলট হিচাবে যোগ দিছে কোনো এক নাৰীয়ে। নাম যাৰ…
এবাৰতে ৩০ গুণ তাপপ্রবাহ বাঢ়িছে দেশত !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : ভাৰতত এই বছৰ মার্চ মাহৰ পৰাই গৰম পৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰী তথ্যই কৈছে যে, বিগত ১২২ বছৰৰ ভিতৰত সকলোতকৈ গৰমৰ মাহ আছিল যোৱাটো মাৰ্চ। কেৱল ভাৰততেই নহয়, পাকিস্তানতো ক্রমশঃ গৰম বাঢ়িবলৈ আৰম্ভ কৰিছে। বতৰৰ হঠাৎ এনে…
১ জুনৰ পৰা চেনি ৰপ্তানিত প্ৰতিবন্ধকতা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : ঘেঁহুৰ পাছত এইবাৰ ভাৰত চৰকাৰে চেনি ৰপ্তানিত নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰিছে। ভাৰতৰ বৈদেশিক বাণিজ্যৰ মহানিৰ্দেশালয়ে কালি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা এক জুনৰ পৰা সকলো প্ৰকাৰ চেনি (অশোধিত, শোধিত আৰু বগা)…
বিহাৰত সাংবাদিক হত্যা, পিইচিৰ নিন্দা
জেনেভা, ২৫ মে': বিহাৰত শুকুৰবাৰে নিশা চাৰিজন বন্দুকধাৰীয়ে ডেকা সাংবাদিক সুভাষ কুমাৰ মাহাতোক গুলিয়াই হত্যা কৰা ঘটনাক নিন্দা কৰিছে আন্তৰ্জাতিক সংবাদকৰ্মী সুৰক্ষা সংস্থা প্ৰেছ এম্বলেম কেম্পেইনে (www.pressemblem.ch)। পিইচিৰ সভাপতি ব্লেইজ…
এভাৰেষ্ট বেছ কেম্প পালেগৈ মুম্বাইৰ কিশোৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : এভাৰেষ্টলৈ আৰু মাত্ৰ কেইখোজমান। ১০ বছৰীয়া এগৰাকী কনমানিয়ে সম্ভৱ কৰি তুলিলে এই কাৰ্য। ইমান কম বয়সতে ইয়াৰ পূৰ্বে কোনো ভাৰতীয় উপনীত হ'ব পৰা নাছিল এভাৰেষ্ট বেছ কেম্পত। সেই কাণ্ডই ঘটালে মুম্বাইৰ কিশোৰী ৰিদম…
‘টাইম’ৰ এশজনীয়া প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তিনি ভাৰতীয়
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :'টাইম' আলোচনীখনে কালি ঘোষণা কৰিছে বিশ্বৰ প্ৰভাৱশালী প্ৰথম ১০০ গৰাকী ব্যক্তিৰ তালিকা। সন্মানীয় এই তালিকাত স্থান লাভ কৰিছে তিনি গৰাকী ভাৰতীয়ই। তেওঁলোক হৈছে আদানি গ্ৰুপৰ গৌতম আদানি, আইনজীৱী কৰুণা নন্দী…
ভাৰতত জাপানী বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' জাপানী প্ৰধানমন্ত্ৰী ফুমিয়' কিছিডাৰ আমন্ত্ৰণ ক্ৰমে আৰু কোৱাড ২০২২ সন্মিলনত অংশগ্ৰহণৰ বাবে টকিয়'ত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যস্ততাপূৰ্ণ সূচীৰ পাতনি মেলে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে…
৩১ মে’ত দেশজুৰি ৰে’ল ধৰ্মঘটৰ আহ্বানঃ ষ্টেচন মাষ্টাৰৰ সমস্যা কোনে সমাধান কৰিব ?
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' :
অহা ৩১ মে'ত সমগ্ৰ ভাৰতবৰ্ষতে ৰে'ল চলাচলত ব্যাঘাত জন্মিব পাৰে। সেইদিনা বিভিন্ন দাবীৰ সমৰ্থনত সৰ্বভাৰতীয় ষ্টেছন মাষ্টাৰ এছোচিয়েশ্যনে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। দেশৰ প্ৰায় ৩৫,০০০ ষ্টেছন মাষ্টাৰে সেইদিনা…
