Browsing Category

ভাৰত

খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য অভাৱনীয় হাৰত বৃদ্ধি

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ পেট্ৰোলিয়াম জাত সামগ্ৰীৰ ব্যৱহাৰ আৰু আমদানিৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় বৃহৎ দেশ ভাৰতবৰ্ষই যোৱাটো বিত্তীয় বৰ্ষ( এপ্ৰিল, ২০২১ - মাৰ্চ, ২০২২)ত খাৰুৱা তেল আমদানিৰ বাবে ১১৯.২ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছে।…

ই-শ্রম কার্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব এহেজাৰ টকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ এপ্ৰিলঃ  কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ আৰু খাটি খোৱা মানুহৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিছে।তেনে এক প্ৰকল্প হ'ল ই-শ্রম কার্ড প্রকল্প। যিসকলে এই প্ৰকল্পত আবেদন কৰিছিল তেওঁলোকক প্ৰতিমাহে…

একেলগে উৰিল ৭৮ হাজাৰ ত্ৰিৰংগা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ এপ্ৰিল : এখন দুখন নহয়, হাজাৰ পতাকা। এহেজাৰ দুহেজাৰো নহয়, ৭৮ হাজাৰ পতাকা। একেলগে উৰিল দেশৰ স্বাভিমান জাতীয় পতাকা। এইদৰে জাতীয় পতাকা উৰুৱাই কালি পাকিস্তানৰ ১৮ বছৰৰ পুৰণি অভিলেখ ভাঙি দিলে বিহাৰৰ ভোজপুৰ জিলাই।…

‘এয়াৰ ইণ্ডিয়া’ৰ নতুন সাজোন-কাচোন

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ যোৱা ২৭ জানুৱাৰীত টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ক অধিগ্ৰহণ কৰাৰ পাছত বিমান সংস্থাটোক নতুনকৈ সজাই-পৰাই তোলাৰ কামত এতিয়া ব্যস্ত হৈ পৰিছে টাটা গোষ্ঠী। প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক 'এয়াৰ ইণ্ডিয়া'…

দেশৰ শ্ৰেষ্ঠ তিনি জিলাৰ ভিতৰত নলবাৰী জিলা

নলবাৰীৰ পৰা চম্পক বৈশ্য, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰী জিলা। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই স্বীকৃতি…

ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা নিযুক্ত

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ এজন প্ৰখ্যাত পদাৰ্থবিজ্ঞানী অধ্যাপক অজয় কুমাৰ সুদক ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক সুদ বৰ্তমান প্ৰধানমন্ত্ৰীৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু…

যোৰহাটত দেশৰ প্ৰথমটো ৯৯.৯৯৯ শতাংশ বিশুদ্ধ হাইড্ৰ’জেন উৎপাদন প্ৰকল্পৰ শুভাৰম্ভ

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ শক্তি উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰাৰ প্ৰধানমন্ত্ৰীৰ দৰ্শনক কাৰ্যকৰী কৰাৰ আঁচনি ৰূপায়িত কৰি ভাৰতৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে দেশখনৰ প্ৰথম ৯৯.৯৯৯ শতাংশ বিশুদ্ধতাৰ…

নিষেধাজ্ঞাৰ মাজতে ভাৰতে ৰাছিয়ালৈ আৰম্ভ কৰিলে সামগ্ৰী ৰপ্তানি 

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতেই বিশ্বৰ ভালেসংখ্যক দেশৰ বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ৰাছিয়াক প্ৰকাশ্যে সমৰ্থন নকৰিলেও এই দুৰ্যোগৰ মুহূৰ্ত্তত দেশখনৰ কাষত থিয় দিছে পুৰণি বন্ধু…

উৰিষ্যাৰ মহানদী ক’ল ফিল্ডচৰ কাৰিকৰী সঞ্চালক পদত অসম সন্তান যুগল কুমাৰ বৰা

শতাব্দ প্ৰতিবেদক, মাৰ্ঘেৰিটা ২০ এপ্রিলঃ ক'ল ইণ্ডিয়াৰ অন্তৰ্গত উৰিষ্যাৰ মহানদী ক'ল ফিল্ডচৰ (MCL) কাৰিকৰী সঞ্চালক পদত নিযুক্তি পাইছে অসম সন্তান যুগল কুমাৰ বৰাই | নগাঁৱত জন্ম গ্রহণ কৰা বৰাই হ'ল এনে শীৰ্ষ পদত নিযুক্তি পোৱা প্রথমজন অসমীয়া |…

গান্ধীনগৰত গোলকীয় আয়ুষ বিনিয়োগ-উদ্ভাৱন সন্মিলন আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ এপ্ৰিলঃ গুজৰাটৰ গান্ধীনগৰৰ বিখ্যাত সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ 'মহাত্মা মন্দিৰ'ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা তিনিদিনীয়া 'গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন- ২০২২'ৰ শুভাৰম্ভণি অনুষ্ঠানত অসমক…