Browsing Category

ভাৰত

উৰিষ্যাৰ মহানদী ক’ল ফিল্ডচৰ কাৰিকৰী সঞ্চালক পদত অসম সন্তান যুগল কুমাৰ বৰা

শতাব্দ প্ৰতিবেদক, মাৰ্ঘেৰিটা ২০ এপ্রিলঃ ক'ল ইণ্ডিয়াৰ অন্তৰ্গত উৰিষ্যাৰ মহানদী ক'ল ফিল্ডচৰ (MCL) কাৰিকৰী সঞ্চালক পদত নিযুক্তি পাইছে অসম সন্তান যুগল কুমাৰ বৰাই | নগাঁৱত জন্ম গ্রহণ কৰা বৰাই হ'ল এনে শীৰ্ষ পদত নিযুক্তি পোৱা প্রথমজন অসমীয়া |…

গান্ধীনগৰত গোলকীয় আয়ুষ বিনিয়োগ-উদ্ভাৱন সন্মিলন আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ এপ্ৰিলঃ গুজৰাটৰ গান্ধীনগৰৰ বিখ্যাত সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ 'মহাত্মা মন্দিৰ'ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা তিনিদিনীয়া 'গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন- ২০২২'ৰ শুভাৰম্ভণি অনুষ্ঠানত অসমক…

H-1B আমেৰিকান ভিজা লাভত ভাৰতীয়ৰ পুনৰ আধিপত্য

 শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ এপ্ৰিলঃ  'দ্য গ্ৰেট এমেৰিকান ড্ৰিম' এই স্বপ্নৰ দৌৰত সফল হৈছে ভাৰতীয়সকল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ'মলেণ্ড চিকিউৰিটিজ বিভাগৰ পৰা অলপতে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০২১ বিত্তীয় বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে…

অভিযন্তাৰ পৰা সেনাপ্রধানলৈ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্ৰিল : নজিৰ সৃষ্টিৰ দিশত অগ্ৰসৰ হৈছে লেফটেনেন্ট জেনেৰেল তথা ভাৰতীয় সেনাৰ উপ-প্রধান মনোজ পাণ্ডে। প্রথমজন অভিযন্তা হিচাপে ভাৰতীয় সেনাৰ প্রধান হ'ব তেওঁ। আগন্তুক ১ মে'ত ভাৰতীয় সেনাৰ প্রধান হিচাপে দায়িত্বভাৰ…

 পাক-ভাৰতৰ নতুন সম্পৰ্কত জল্পনা-কল্পনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্রিল : পাকিস্তানৰ নতুন প্রধানমন্ত্রী চাহবাজ শ্বৰিফৰ লগত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সম্ভাৱ্য সাক্ষাতক লৈ দুয়োখন দেশৰ শীর্ষ পর্যায়ত আলাপ-আলোচনা আৰম্ভ হৈছে। আগন্তুক জুলাইত তাচখণ্ডত চাংহাই কো-অপাৰেচন…

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে বনজুইৰ দুৰ্যোগ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ যোৱা সপ্তাহত Council on Energy, Environment & Water এ মুকলি কৰা এক অধ্যয়ন প্ৰতিবেদনত ভাৰতবৰ্ষৰ বনাঞ্চল সমূহত বনজুইৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰা হৈছে। দেশখনৰ মুঠ অৰণ্যাঞ্চলৰ…

টেবুল টেনিছ খেলুৱৈৰ অকাল মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : দেশৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন টেবুল টেনিছ খেলুৱৈ তামিলনাডু নিবাসী বিশ্ব দীনদয়ালন (Vishwa Deenadayalan) শ্বিলঙত অনুষ্ঠিত ৮৩সংখ্যক চিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ অহাৰ…

চীনৰ প্ৰাচীৰৰ দৰেই আছিল ৰাজগীৰ প্ৰাচীৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : মহাকাশৰ পৰা দেখা পোৱা চীনৰ সেই বিখ্যাত প্ৰাচীৰৰ দৰে নহ'লেও বিহাৰত আছে এক বৃহদাকাৰ প্ৰাচীন প্ৰাচীৰ। ২,৫০০ বছৰ পুৰণি আৰু ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ প্ৰাচীৰখন ইউনেস্ক'ৰ ৱর্ল্ড হেৰিটেজ ছাইটত যাতে…

বিহুৰ মাজতে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকক আটক

শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ ধাৱমান অসমীয়া যুৱক। বিগত কেইটামান দিনত বহু কেইগৰাকী অসমীয়া যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। ইফালে নিষিদ্ধ…

মাটি কিনি বাঘৰ বাবে গঢ়িছে অৰণ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আদিত্য সিং আছিল দিল্লীৰ বাসিন্দা। পত্নী পুনমৰ সতে সুখৰ সংসাৰ। কিন্তু মহানগৰীৰ মায়া এৰি তেওঁলোক ১৯৯৮ চনত গুচি আহিল ৰাজস্থানৰ এক প্ৰত্যন্ত এলেকালৈ; বিখ্যাত…