Browsing Category

ভাৰত

সামৰিক ব্যয়ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ দেশ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউটে আজি প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ চনৰ বৰ্ষটোত বিশ্বৰ দেশসমূহে ২,১১৩ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক সাজ-সজ্জাত ব্যয় কৰিছে। যোৱা বছৰটোতকৈ ইয়াৰ…

সকলোৰে বাবে পেঞ্চন সুবিধা কেন্দ্ৰীয় চৰকাৰৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে কেইবাখনো বিশেষ আঁচনি প্ৰচলন কৰি আহিছে। আজি এনে এখন আঁচনিৰ কথা আপোনাক জনাব খুজিছো যি আপোনাৰ বাবে লৈ আহিব প্ৰতিমাহে ৫০০০ হেজাৰকৈ টকা। আটাইতকৈ উল্লেখনীয় কথাটো…

খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য অভাৱনীয় হাৰত বৃদ্ধি

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ পেট্ৰোলিয়াম জাত সামগ্ৰীৰ ব্যৱহাৰ আৰু আমদানিৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় বৃহৎ দেশ ভাৰতবৰ্ষই যোৱাটো বিত্তীয় বৰ্ষ( এপ্ৰিল, ২০২১ - মাৰ্চ, ২০২২)ত খাৰুৱা তেল আমদানিৰ বাবে ১১৯.২ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছে।…

ই-শ্রম কার্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব এহেজাৰ টকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ এপ্ৰিলঃ  কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ আৰু খাটি খোৱা মানুহৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিছে।তেনে এক প্ৰকল্প হ'ল ই-শ্রম কার্ড প্রকল্প। যিসকলে এই প্ৰকল্পত আবেদন কৰিছিল তেওঁলোকক প্ৰতিমাহে…

একেলগে উৰিল ৭৮ হাজাৰ ত্ৰিৰংগা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ এপ্ৰিল : এখন দুখন নহয়, হাজাৰ পতাকা। এহেজাৰ দুহেজাৰো নহয়, ৭৮ হাজাৰ পতাকা। একেলগে উৰিল দেশৰ স্বাভিমান জাতীয় পতাকা। এইদৰে জাতীয় পতাকা উৰুৱাই কালি পাকিস্তানৰ ১৮ বছৰৰ পুৰণি অভিলেখ ভাঙি দিলে বিহাৰৰ ভোজপুৰ জিলাই।…

‘এয়াৰ ইণ্ডিয়া’ৰ নতুন সাজোন-কাচোন

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ যোৱা ২৭ জানুৱাৰীত টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ক অধিগ্ৰহণ কৰাৰ পাছত বিমান সংস্থাটোক নতুনকৈ সজাই-পৰাই তোলাৰ কামত এতিয়া ব্যস্ত হৈ পৰিছে টাটা গোষ্ঠী। প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক 'এয়াৰ ইণ্ডিয়া'…

দেশৰ শ্ৰেষ্ঠ তিনি জিলাৰ ভিতৰত নলবাৰী জিলা

নলবাৰীৰ পৰা চম্পক বৈশ্য, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰী জিলা। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই স্বীকৃতি…

ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা নিযুক্ত

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ এজন প্ৰখ্যাত পদাৰ্থবিজ্ঞানী অধ্যাপক অজয় কুমাৰ সুদক ভাৰতবৰ্ষৰ প্ৰধান বিজ্ঞান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক সুদ বৰ্তমান প্ৰধানমন্ত্ৰীৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু…

যোৰহাটত দেশৰ প্ৰথমটো ৯৯.৯৯৯ শতাংশ বিশুদ্ধ হাইড্ৰ’জেন উৎপাদন প্ৰকল্পৰ শুভাৰম্ভ

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ শক্তি উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰাৰ প্ৰধানমন্ত্ৰীৰ দৰ্শনক কাৰ্যকৰী কৰাৰ আঁচনি ৰূপায়িত কৰি ভাৰতৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে দেশখনৰ প্ৰথম ৯৯.৯৯৯ শতাংশ বিশুদ্ধতাৰ…

নিষেধাজ্ঞাৰ মাজতে ভাৰতে ৰাছিয়ালৈ আৰম্ভ কৰিলে সামগ্ৰী ৰপ্তানি 

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতেই বিশ্বৰ ভালেসংখ্যক দেশৰ বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ৰাছিয়াক প্ৰকাশ্যে সমৰ্থন নকৰিলেও এই দুৰ্যোগৰ মুহূৰ্ত্তত দেশখনৰ কাষত থিয় দিছে পুৰণি বন্ধু…