Browsing Category

ভাৰত

H-1B আমেৰিকান ভিজা লাভত ভাৰতীয়ৰ পুনৰ আধিপত্য

 শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ এপ্ৰিলঃ  'দ্য গ্ৰেট এমেৰিকান ড্ৰিম' এই স্বপ্নৰ দৌৰত সফল হৈছে ভাৰতীয়সকল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ'মলেণ্ড চিকিউৰিটিজ বিভাগৰ পৰা অলপতে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০২১ বিত্তীয় বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে…

অভিযন্তাৰ পৰা সেনাপ্রধানলৈ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্ৰিল : নজিৰ সৃষ্টিৰ দিশত অগ্ৰসৰ হৈছে লেফটেনেন্ট জেনেৰেল তথা ভাৰতীয় সেনাৰ উপ-প্রধান মনোজ পাণ্ডে। প্রথমজন অভিযন্তা হিচাপে ভাৰতীয় সেনাৰ প্রধান হ'ব তেওঁ। আগন্তুক ১ মে'ত ভাৰতীয় সেনাৰ প্রধান হিচাপে দায়িত্বভাৰ…

 পাক-ভাৰতৰ নতুন সম্পৰ্কত জল্পনা-কল্পনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্রিল : পাকিস্তানৰ নতুন প্রধানমন্ত্রী চাহবাজ শ্বৰিফৰ লগত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সম্ভাৱ্য সাক্ষাতক লৈ দুয়োখন দেশৰ শীর্ষ পর্যায়ত আলাপ-আলোচনা আৰম্ভ হৈছে। আগন্তুক জুলাইত তাচখণ্ডত চাংহাই কো-অপাৰেচন…

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে বনজুইৰ দুৰ্যোগ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ যোৱা সপ্তাহত Council on Energy, Environment & Water এ মুকলি কৰা এক অধ্যয়ন প্ৰতিবেদনত ভাৰতবৰ্ষৰ বনাঞ্চল সমূহত বনজুইৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰা হৈছে। দেশখনৰ মুঠ অৰণ্যাঞ্চলৰ…

টেবুল টেনিছ খেলুৱৈৰ অকাল মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : দেশৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন টেবুল টেনিছ খেলুৱৈ তামিলনাডু নিবাসী বিশ্ব দীনদয়ালন (Vishwa Deenadayalan) শ্বিলঙত অনুষ্ঠিত ৮৩সংখ্যক চিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ অহাৰ…

চীনৰ প্ৰাচীৰৰ দৰেই আছিল ৰাজগীৰ প্ৰাচীৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : মহাকাশৰ পৰা দেখা পোৱা চীনৰ সেই বিখ্যাত প্ৰাচীৰৰ দৰে নহ'লেও বিহাৰত আছে এক বৃহদাকাৰ প্ৰাচীন প্ৰাচীৰ। ২,৫০০ বছৰ পুৰণি আৰু ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ প্ৰাচীৰখন ইউনেস্ক'ৰ ৱর্ল্ড হেৰিটেজ ছাইটত যাতে…

বিহুৰ মাজতে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকক আটক

শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ ধাৱমান অসমীয়া যুৱক। বিগত কেইটামান দিনত বহু কেইগৰাকী অসমীয়া যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। ইফালে নিষিদ্ধ…

মাটি কিনি বাঘৰ বাবে গঢ়িছে অৰণ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আদিত্য সিং আছিল দিল্লীৰ বাসিন্দা। পত্নী পুনমৰ সতে সুখৰ সংসাৰ। কিন্তু মহানগৰীৰ মায়া এৰি তেওঁলোক ১৯৯৮ চনত গুচি আহিল ৰাজস্থানৰ এক প্ৰত্যন্ত এলেকালৈ; বিখ্যাত…

এশটকীয়া পেট্ৰ’ল বিক্ৰী হৈছে এটকাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল : পাঁচখন ৰাজ্যৰ ভোট শেষ হোৱাৰ পিছতেই প্রত্যাশিতভাৱে দেশত ইন্ধনৰ মূল্য আকাশলংঘী হৈছে। টি-২০ ক্ৰিকেটৰ ৰান ৰেটৰ গতিত সলনি হৈছে পেট্র'ল-ডিজেলৰ ‘ৰেট-কার্ড’। দেশৰ অধিকাংশ চহৰতে পেট্র'লৰ দামে শতক পাৰ কৰিছে।…

আগন্তুক ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু বিজেপিৰ ৰাজনৈতিক গুণা গঁথা

ডাঃ সীমান্ত কোঁৱৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি গৰাকীক নিৰ্বাচন কৰা হয় Electoral college নামৰ এক বিশেষ ব্যৱস্থা বা পদ্ধতিৰ  দ্বাৰা। এই ব্যৱস্থাটো ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব পৰা নিৰ্বাচক (সদস্য)  সকলক লৈ গঠিত হয়। দেশৰ ৰাজ্যসভা  আৰু লোকসভাৰ  সদস্য সকলৰ…