Browsing Category

ভাৰত

ভাৰত-চীনৰ সেনা সংঘৰ্ষঃ পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে অৰুণাচলৰ কেতবোৰ অঞ্চলৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪ ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা সম্প্ৰতি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে ইয়াংষ্টে  অঞ্চলৰ চুমী গীয়েছেৰ জলপ্ৰপাতৰ দৰ্শন কৰিবলৈ যোৱা পথো পৰ্যটকৰ বাবে বন্ধ…

যদি আপোনাৰ হাতত SBI ৰ এই কাৰ্ড আছে তেন্তে ৫০ লাখ টকাৰ সুবিধা পাব! বিমান আৰু ৰে’লৰ টিকটতো পাব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : আজিকালি গ্ৰাহকক মনত ৰাখি বেংকে তেওঁলোকৰ সুবিধাৰ বাবে বিভিন্ন অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। লগতে এই ডিজিটেল যুগত প্ৰায় সকলোৰে হাতত ক্ৰেডিট কাৰ্ড আছে যিবোৰত একাধিক সুবিধা উপলব্ধ; যাৰ জৰিয়তে মিলাব পাৰি। এই…

গভীৰ নিশা ভাৰত আৰু চীনা সেনাৰ সংঘৰ্ষ! গালৱানৰ পিছত এইবাৰ টাৱাঙত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : গভীৰ নিশা ভাৰত আৰু চীনৰ সৈন্যৰ মাজত পুনৰ সংঘৰ্ষ হয় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত। লাডাখৰ গালৱানৰ পিছত এইবাৰ অৰুণাচলৰ টাৱাঙত। অৱশ্যে ২০২০ চনৰ গালৱান কাণ্ডৰ দৰে কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও শুকুৰবাৰে…

ভাৰত বহুত্ববাদী আৰু সহনশীল! ৰাষ্ট্ৰসংঘই নিৰ্দ্বিধাই স্বীকাৰ কৰিলে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : ভাৰতে সদায় নিজৰ মন্ত্ৰত বিশ্বাস কৰি আহিছে। আনক আক্ৰমণ নকৰা, সাম্ৰাজ্যবাদত বিশ্বাস নকৰা, আন ঠাইত আধিপত্য বিস্তাৰ নকৰা। ভাৰতৰ মনোভাৱ ইতিহাসৰ আদিম কালৰ পৰাই অত্যাধুনিক হৈ আহিছে। ৰাষ্ট্ৰসংঘই যেন সেই কথা…

অসমৰ বাবে ৰেল কেতিয়া সুলভ হ’ব-ৰেলযাত্ৰী সংস্থা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ ডিচেম্বৰঃ অসমত ৰে'ল সম্পৰ্কীয় বিষয়বোৰৰ ক্ষেত্ৰত অসম ৰেলযাত্ৰী সংস্থাই আজি ৰঙিয়াত অনুষ্ঠিত এক সংবাদমেলত বিস্তৃতভাবে সদৰী কৰে। সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই জনোৱা মতে- ১) ৰঙিয়া জংচনত ১২৪২৩ ৰাজধানী ষ্টপেজ :…

টাইম মেগাজিনৰ ২০২২ বৰ্ষৰ Person of the year খিতাপ ভ্লাডিমিৰ জেলেনস্কি আৰু Spirit of Ukraineলৈ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ডিচেম্বৰ : ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত দেশখনে দেখুওৱা প্ৰতিৰোধৰ বাবে বিখ্যাত টাইম আলোচনীয়ে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ লগতে Spirit of Ukraineক ২০২২ চনৰ Person of the Year হিচাপে নিৰ্বাচিত কৰিছে। জেলেনস্কিয়ে ২০২২…

তেজপুৰ ৱাৰ মেমোৰিয়েলত আৰ্ম ফৰ্চ ফ্লেগ দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে কাৰ্গিল যুদ্ধৰ আহত সৈন্য কেপ্তেইন ঘনকান্ত কেওটত চিকিৎসালয়ত দেখা কৰি কৈছিল যে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ যাব পাৰিবা নে । কাৰ্গিল যুদ্ধৰ সময়ত বাতালিকত শত্ৰুৰ…

আধাৰ সম্পৰ্কে ডাঙৰ আপডেট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিচেম্বৰ : আধাৰ কাৰ্ডধাৰীসকলৰ বাবে অতি ডাঙৰ খবৰ। যদি আপুনিও আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে জানি থওক যে এতিয়া চৰকাৰে নতুন আদেশ জাৰি কৰিছে। এই নিৰ্দেশনা পালন নকৰিলে গ্ৰাহক বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব…

বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক, অলিম্পিক চেম্পিয়নক পৰাস্ত কৰিও স্বৰ্ণ-বঞ্চিত চানু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিচেম্বৰ : বিশ্ব মঞ্চত পুনৰ দেশক গৌৰৱান্বিত কৰিলে মীৰাবাই চানুৱে। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মহিলা ভাৰোত্তোল চানুৱে বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ৪৯ কেজি শাখাত তেওঁ মুঠ ২০০ কেজি ভাৰ উত্তোলন কৰি ৰূপৰ…

মুম্বাইত অসমৰ ৩ সংৰক্ষণবিদক বন্যপ্ৰাণী সেৱা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : অসমৰ পৰিৱেশবিদ ঋতুৰাজ ফুকনক Sanctuary Wildlife Service Award প্ৰদানেৰে সন্মানিত কৰাৰ বিপৰীতে তৃণমূল সম্প্ৰদায়ৰ সৈতে কৰা কামৰ বাবে মুনমুনি পায়েঙক যুৱ প্ৰকৃতিবিদ বঁটা (Young Naturalist Award)ৰে সন্মানিত…