Browsing Category

ভাৰত

৪৬ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৫ ঘণ্টা, দেশৰ আটাইতকৈ লেহেমীয়া ৰে’ল যাত্ৰাৰ সবিশেষ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : দেশৰ অধিকাংশ অঞ্চলত বহু লোকে ভাৰতীয় ৰে'লৱে ব্যৱহাৰ কৰি এঠাইৰ পৰা আন ঠাইলৈ যায়। কম খৰচ আৰু কম সময়ত যাত্ৰাৰ বাবে ভাৰতীয় ৰে'ল সৰ্বোত্তম বুলিব পাৰি। সেইবাবেই ভাৰতীয় ৰে'লৱেক লাইফলাইন বুলিও কোৱা হয়। এনে…

সস্তা হ’ব আইফোন! এপলৰ কাৰখানা অধিগ্ৰহণ কৰাৰ বাবে টাটাৰ বৃহৎ পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : ভাৰতত টাটা গ্ৰুপে আইফোন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ভাৰতত আইফোন নিৰ্মাণৰ বাবে টাটাই এপলৰ প্ৰডাকচন প্লাণ্ট উইষ্ট্ৰন অধিগ্ৰহণ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি টাটাই ভাৰতত উইষ্ট্ৰনৰ উৎপাদন কেন্দ্ৰ ক্ৰয় কৰিবলৈ…

‘ডিজিটেল মুদ্ৰা’ কি? বিত্তীয় লেনদেনৰ প্ৰথা কিমান সলনি হ’ব?

ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ নৱেম্বৰত ভাৰতৰ প্ৰথমটো ডিজিটেল টকাৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰে। ঠিক এমাহৰ পাছত; অৰ্থাৎ কাইলৈ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰথমটো খুচুৰা ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰজেক্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকে ২৯ নৱেম্বৰ মঙলবাৰে এই কথা…

গংগাত হ্ৰাস পাইছে পানী! বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে এক উদ্বেগজনক প্ৰতিবেদন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : যোৱা দুটা দশকত গংগাত পানীৰ মুঠ পৰিমাণ হ্ৰাস পাইছে। কেৱল গংগাই নহয় নদী অৱবাহিকাৰ ভূগৰ্ভস্থ জলস্তৰো যথেষ্ট হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘৰ শাখা সংগঠন বিশ্ব বতৰ বিজ্ঞান সংস্থাই ২৯ নৱেম্বৰ মঙলবাৰে এই সন্দৰ্ভত এক…

১ ডিচেম্বৰত আৰম্ভ হ’ব খুচুৰা বজাৰত ডিজিটেল মুদ্ৰাৰ প্ৰথমটো পাইলট প্ৰজেক্ট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব খুচুৰা ডিজিটেল মুদ্ৰাৰ প্ৰথমটো পাইলট প্ৰজেক্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকে মঙলবাৰে (২৯ নৱেম্বৰ) এই ঘোষণা কৰে। এই পাইলট প্ৰজেক্ট নিৰ্বাচিত স্থান আৰু নিৰ্বাচিত গ্ৰাহক আৰু ব্যৱসায়ীৰ এটা…

পি এম-কিষান কেলেংকাৰী : ভুল কৰা বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল’বলৈ ক’লে গুৱাহাটী উচ্চ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান) আঁচনিৰ অধীনত সুবিধা বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে অসম চৰকাৰক 'উচিত ব্যৱস্থা' ল’বলৈ কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ…

তেজপুৰৰ পৰা মুম্বাইলৈ উভটিল বলিউদৰ তিনি তাৰকা

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮নৱেম্বৰঃ তেজপুৰৰ শালনিবাৰী বায়ুসেনা শিৱিৰ যোৱা ১৫ নবেম্বৰৰ পৰা চৌহদত চলা বলিউদৰ ছবি ফাইটাৰৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পাছত আজি দুপৰীয়া তেজপুৰৰ পৰা মুম্বাইলৈ উৰা মাৰে ছবিখনৰ তিনি তাৰকাই৷ছবিখনৰ নায়ক হৃত্বিক ৰোশন,…

Lachit Borphukan – Assam’s Hero who Halted the Mughals শীৰ্ষক গ্ৰন্থ উন্মোচন…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : আজি নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে গ্ৰন্থ— Lachit Borphukan -…

কেন্সাৰ গৱেষণাত সফলতা ভাৰতীয় গৱেষকৰ 

শেহতীয়াকৈ মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ চিকিৎসকে ‘নিভ’লুমেব’ নামৰ পৰীক্ষামূলক ঔষধ ব্যৱহাৰ কৰিছিল। দেখা যায় যে ঔষধ কম হাৰত ব্যৱহাৰ কৰিলেও কেন্সাৰ ৰোগী উপকৃত হ’ব পাৰে।

লাচিতৰ দৰে সন্তান আমাৰ অহৰহ প্ৰেৰণা : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ২৫ নৱেম্বৰ শুকুৰবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ দিনটোতে তেওঁ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ বিষয়ে আয়োজিত প্ৰদৰ্শনীও…