Browsing Category
ভাৰত
ইছৰোৱে একেলগে উৎক্ষেপণ কৰিব ৯টা উপগ্ৰহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উদ্যোগত ৯টা উপগ্ৰহ উৎক্ষেপণৰ ধাৰাবাহিকতা আৰম্ভ হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল পিএছএলভি-চি৫৪/ইঅ’এছ-০৬ মিছন আৰু অ’চেনছেট-৩। ইয়াৰ উপৰি মহাকাশ গৱেষণা…
পুটিনৰ বৃহৎ অফাৰ! ভাৰতক দিব বৃহৎ পৰিমাণৰ পাৰমাণৱিক ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : পৰিস্থিতি যিয়েই নহওক কিয়, ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক শক্তি বা আধুনিক অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো যেতিয়া কেইবাখনো দেশে পুটিনৰ দেশত বিভিন্ন…
দেশৰ গৰিষ্ঠসংখ্যক বিশ্ববিদ্যালয়ৰ অধ্যাপক-প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দৰং মহাবিদ্যালয়ত দুদিনীয়াকৈ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নৱেম্বৰ : ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ দ্বাৰা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষ (IQAC) আৰু অসম প্ৰাণীবিজ্ঞান সমিতিৰ সহযোগত অহা ১৮ আৰু ১৯ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে…
শোণিতপুৰত একতাৰ দৌৰৰ ফ্লেগ অফ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩১অক্টোবৰ : আজি "ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভোমোৰাগুৰিৰ নৱনিৰ্মিত দলংত একতাৰ দৌৰ আয়োজন কৰা হয়। এই একতাৰ দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ আইন…
পশ্চিমবঙ্গৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা
(১)
অৰিন্দম তালুকদাৰ
পথ যাত্ৰা আমাৰ অন্যতম প্ৰিয় অভিৰুচি। দীঘলীয়া বাট গাড়ীৰে গৈ থাকি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা, পথৰ কাষৰ জনজীৱন প্ৰত্যক্ষ কৰা, ফটো তোলা, পথৰ কিনাৰৰ খাদ্য বিপণি সমূহত চাহ- ভাত খোৱা ইত্যাদি কামবোৰ কৰাৰ কাৰণে আমি দূৰ…
দেশৰ প্ৰতিখন ৰাজ্যতে হ’ব NIAৰ শাখা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় সংস্থা NIAৰ ভূমিকা বৃদ্ধি কৰিছে। এইবাৰ প্ৰতিখন ৰাজ্যতে কেন্দ্ৰই সৃষ্টি কৰিব NIAৰ শাখা। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ২৭…
‘এক দেশ, এক আৰক্ষী!’ জাতীয় ঐক্যৰ স্বাৰ্থত ‘এক ইউনিফৰ্ম’ৰ দাবী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তাৰ বাবে জাতীয় ঐক্যক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ২৮ অক্টোবৰত নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দাবী কৰে। তেওঁ কয় যে আইন-শৃংখলা বজাই…
জিনীয়ভাৱে পৰিৱৰ্তিত শস্যৰ পৰীক্ষা-নিৰীক্ষাত ভাৰতৰ অগ্ৰগতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : কৃষি বিজ্ঞানৰ উন্নতিৰ দিশত আন এক পদক্ষেপ। পৰিৱেশ মন্ত্ৰালয়ৰ জেনেটিক ইঞ্জিনিয়াৰিং মূল্যায়ন সমিতি বা GEAC-এ DMH বা ধাৰা সৰিয়হ হাইব্ৰিড-১১ প্ৰস্তুত কৰিছিল। ইয়াৰ লগে লগে ভাৰতে প্ৰথমটো জিনীয় পৰিৱৰ্তিত…
অপৰাধৰ দমনৰ বাবে ভাৰতীয় অট’ হ’ব ব্ৰিটিছ আৰক্ষীৰ আহিলা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীয়ে অপৰাধীক সফলতাৰে খেদিবলৈ তীব্ৰবেগী বাহন ব্যৱহাৰ কৰাৰ বিপৰীতে ব্ৰিটিছ আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ তিনিচকীয়া ভাৰতীয় অট'ৰ ওপৰত নিৰ্ভৰ কৰে। যুদ্ধকালীন অপৰাধৰ সৈতে…
উৎপাদন হ’ব সবাতোকৈ সস্তা ইলেক্ট্ৰিক গাড়ী! এলন মাস্কক প্ৰত্যাহ্বান ভাৰতীয় উদ্যোগীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : ভাৰতত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ। বহু কোম্পানীয়ে ভাৰতীয় বজাৰত ইটোৰ পিছত সিটোকৈ নিজৰ ইভিসমূহ মুকলি কৰি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় গাড়ী নিৰ্মাতাসকলৰ মাজতো যথেষ্ট উৎসাহ…