Browsing Category
ভাৰত
অপৰাধৰ দমনৰ বাবে ভাৰতীয় অট’ হ’ব ব্ৰিটিছ আৰক্ষীৰ আহিলা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীয়ে অপৰাধীক সফলতাৰে খেদিবলৈ তীব্ৰবেগী বাহন ব্যৱহাৰ কৰাৰ বিপৰীতে ব্ৰিটিছ আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ তিনিচকীয়া ভাৰতীয় অট'ৰ ওপৰত নিৰ্ভৰ কৰে। যুদ্ধকালীন অপৰাধৰ সৈতে…
উৎপাদন হ’ব সবাতোকৈ সস্তা ইলেক্ট্ৰিক গাড়ী! এলন মাস্কক প্ৰত্যাহ্বান ভাৰতীয় উদ্যোগীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : ভাৰতত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ। বহু কোম্পানীয়ে ভাৰতীয় বজাৰত ইটোৰ পিছত সিটোকৈ নিজৰ ইভিসমূহ মুকলি কৰি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় গাড়ী নিৰ্মাতাসকলৰ মাজতো যথেষ্ট উৎসাহ…
ন্যায়পালিকাত ৰাজনীতিঃ ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন আইন মন্ত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে। এই সন্দৰ্ভত তেওঁ কয়— "কলেজিয়াম ব্যৱস্থাক লৈ দেশৰ জনসাধাৰণ সুখী নহয় আৰু সংবিধানৰ…
খড়গপুৰ আই আই টিত ফাইজানৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ আই আই টি, খড়গপুৰত অধ্যয়নৰত মেধাৱী ছাত্ৰজনৰ হোষ্টেলত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত মৃত…
লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক-বিজ্ঞানীৰ মত বিনিময়
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পি এম কিষাণ সন্মান সন্মিলন এটি অনুষ্ঠানৰ আজি পোনপটীয়া সম্প্ৰচাৰৰ হৈ যায়। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ…
আই আই টি, খড়গপুৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি কেন্দ্ৰীয়…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ হোষ্টেলত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আজি তেওঁৰ দুৰ্ভগীয়া পিতৃ চেলিম আহমেদে কেন্দ্ৰীয় মন্ত্ৰী…
বিত্তমন্ত্ৰী সীতাৰমনৰ আজৱ মন্তব্য— “টকা দুৰ্বল হোৱা নাই, ডলাৰহে শক্তিশালী হৈছে”!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : বৰ্তমান ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে। এই শৰতৰ প্ৰায় প্ৰতিটো বাৰতেই নতুন অভিলেখ গঢ়িছে ভাৰতীয় মুদ্ৰাই। যোৱা সপ্তাহত ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বকালৰ অভিলেখ গঢ়ি ৮২ টকালৈ নামি…
বিশ্ব ক্ষুধা সূচকাংকত ১০৭ নম্বৰ স্থানলৈ ভাৰত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : বিশ্ব ক্ষুধা সূচকাংকত ভাৰত ৬ ৰেংক তললৈ নামিল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২২ৰ তথ্য অনুসৰি বৰ্তমান ১২১খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৭। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ বাহিৰে দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰত পিছ…
ছাবমেৰিনৰ পৰা বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : প্ৰতিৰক্ষাৰ ক্ষেত্রত ভাৰত শক্তিশালী হৈ উঠিছে৷ এইবাৰ চাবমেৰিনৰ পৰাও সফলতাৰে পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হ’ল এটা পাৰমাণৱিক বেলিষ্টিক মিছাইল। ১৪ অক্টোবৰ শুকুৰবাৰে আই এন এছ আৰিহন্তৰ পৰা নিক্ষেপ কৰা হৈছিল এই…
ডি ৱাই চন্দ্ৰচুড় ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ অক্টোবৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ কিছুদিনৰ ভিতৰতে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰিছে। তেওঁ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ডি ৱাই…
