Browsing Category

মনস্বিনী (নাৰী)

এগৰাকী বিবাহিতা মহিলাৰ গুৰুতৰ অভিযোগঃ এমাহৰ পূৰ্বে উপৰ্যুপৰি ধৰ্ষণৰ বলি হৈয়ো ন্যায়ৰ বাবে খাবলগীয়া…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭আগষ্টঃ এগৰাকী বিবাহিতা মহিলাক এক দুৰ্বৃত্তই অপহৰণ কৰি পৰৱৰ্তী সময়ত ছদিন আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই…

সৌন্দৰ্য্য কলাত পুনৰ জিলিকিল তেজপুৰৰ স্নেহা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ আগষ্ট : সৌন্দৰ্য্য কলাৰ ক্ষেত্ৰত ধাৰাবাহিক ভাৱে কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰ হজৰাপাৰৰ প্ৰাণজিৎ বৰুৱা আৰু জোনালী বৰা বৰুৱাৰ কন্যা স্নেহা বৰুৱাই স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন কৰা মিছ আৰু মিষ্টাৰ আছাম…

তেজপুৰত কিশোৰীক অন্তঃসত্বা কৰাৰ অভিযোগত ব্যৱসায়ীক আটক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জুলাইঃ তেজপুৰৰ জাহাজঘাট নিবাসী তথা অঞ্চলটোৰ এক প্ৰতিপত্তিশীল ব্যৱসায়ী সুৰেশ ৰয়ৰ বিৰুদ্ধে এগৰাকী নাবালিকাৰ স’তে অবৈধ সম্পৰ্ক স্হাপনৰে অন্তসত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি বিয়লি প্ৰায় ৬০বছৰীয়া…

তেজপুৰত প্ৰসিদ্ধ কথাশিল্পী, অধ্যাপিকা গীতা উপাধ্যায়ক সম্বৰ্ধনা পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ জুলাই : 'এন ফ্ৰাংকৰ ডায়েৰি' অসমীয়া আৰু নেপালী ভাষালৈ অনুবাদ কৰি কেইবা দশক পূৰ্বেই পাঠকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় সাহিত্যিক তথা ৰিচাৰ্ড ৰায়টৰ নেটিভ চন, এচ জে যোশীৰ কালজয়ী মাৰাঠী উপন্যাস আনন্দী…

লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই তোলপাৰ লগাইছে ছ’ছিয়েল মিডিয়াত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুলাইঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেবামাহ পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ লোৱা এই আৰক্ষী বিষয়াজন হৈছে এছ…

তেজপুৰত লেখিকা সমাৰোহ সমিতিৰ সপ্তাহজোৰা মহিলা নাট সমাৰোহৰ সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত যোৱা ৪ জুলাইৰ পৰা ১০ জুলাইলৈকে অনুষ্ঠিত হোৱা সপ্তাহজোৰা মহিলা নাট কৰ্মশালাখনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম লেখিকা সমাৰোহ…

মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা সাংসদ ব্ৰীজভূষন শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰত…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মে’ঃ মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিছাৰি আৰু অভিযুক্ত বিজেপি সাংসদক গ্ৰেপ্তাৰৰ দাবীত আজি দেশযোৰা প্ৰতিবাদৰ অংশ হিচাপে তেজপুৰতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নিখিল ভাৰত…

ঢেকিয়াজুলিত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪ এপ্ৰিলঃ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ঢেকিয়াজুলি প্ৰকল্পৰ উদ্যোগত আজি এই…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত জুম্বা প্ৰদৰ্শন

উত্তৰ লখিমপুৰ, ২০ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে আজি জুম্বা ফিটনেছৰ এক অনুশীলন প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষে…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ১৮ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কন্যা ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ দক্ষতাৰ এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ উদ্যোগত আৰু উত্তৰ-পূৱ যোগাসন প্ৰশিক্ষণ আৰু শাৰীৰিক স্বাস্থ্য…