Browsing Category
মনোৰঞ্জন
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ “হাতী বন্ধু”
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৮ মে': কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ফিল্ম ডিভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ…
দুখন অসমীয়াসহ পাঁচখন ভাৰতীয় ছবি কান মহােৎসৱলৈ
জয়ছেং চাই দহােটিয়াই নির্মাণ কৰা 'বাঘজান' কান চলচ্চিত্র মহােৎসৱৰ 'ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব। বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভােগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা…
হৃদপিণ্ডত ফুটা লৈও দেশৰ মঞ্চ কঁপাইছে গোগামুখৰ কণমানিয়ে
বিজয় বৰি
জীৱনত সফলতা লাভ কৰিবলৈ কেৱল সৌভাগ্যকে ফচল বুলি ক’ব নোৱাৰি। কোনো কোনোৱে জীৱনত সন্মুখীন হোৱা দুৰ্ভাগ্যক সফলতাৰ জখলা হিচাপে ব্যৱহাৰ শীৰ্ষ স্থানলৈ আগুৱাই যোৱাৰ অনেক নিদৰ্শন আছে। দৰিদ্ৰতা, ৰূগ্ন স্বাস্থ্যক লৈ জীৱন যুঁজত কৃতকাৰ্যতা…
যোৰহাটত নুৰুল হক – মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি,যোৰহাট , ৪ মে : যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ উদ্যোগত ১৫ মে'ত ৰাজ্যিক ভিত্তিত নুৰুল হক - মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। আয়োজক সমিতিয়ে ১৬ টা গীত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰিছে। যোৰহাট…
আৰিয়ান চানয়াৰ প্ৰেমগাথা
বলিউদ জগতত শাহৰুখ খান এজন অন্যতম তাৰকা অভিনেতা। শাহৰুখ খানৰ আছে দেশে বিদেশে এক বিশেষ জনপ্ৰিয়তা। বলিউদ তাৰকাসকলৰ প্ৰথম পৰ্যায়ৰ তাৰকা সকলৰ অন্যতম হ'ল শ্বাহৰুখ খান। কেইদিনমানৰ আগতে শ্বাহৰুখ খান বাতৰিৰ শিৰোনাম হৈ পৰিছিল তেওঁৰ পুত্ৰ…
জি.এ.ই.এফ. আৰু শিল্পীসেৱাৰ উদ্যোগত “ৰঙালী উৎসৱ” উদযাপন
গুৱাহাটী, ৩ মে’ ২০২২ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, https://www.facebook.com/groups/440248043822192) উদ্যোগত আৰু শিল্পীসেৱা(www.shilpisewa.com)ৰ সহযোগত ১ মে’ ২০২২ তাৰিখে "ৰঙালী উৎসৱ" অনলাইন মাধ্যম জুম আৰু ফেচবুক লাইভত উদযাপন কৰা…
শ্ৰেষ্ঠ সাতখন নাটকৰ মাজত অসম ভিত্তিত নাট প্ৰতিযোগিতাৰ আয়োজন
।
গহপুৰ, ২মে' : ছয়দুৱাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গহপুৰৰ ঘাঁহিগাঁৱত প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা। ঘাঁহিগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ নাট্য ভৱন আৰু সুধাকন্ঠ ড° ভুপেন হাজৰিকা ৰঙ্গমঞ্চত অহা ২৮ মে'ত…
শিৱসাগৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান
শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনত গীত পৰিৱেশন কৰি থকা সময়ত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ
দক্ষিণৰ ছবিৰ দৰেই অসমীয়া ছবি চাবলৈ আহ্বান অভিনেত্ৰী প্ৰস্তুতিৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ এপ্ৰিল : দেশৰ বলিউড খ্যাত মুম্বাই মহানগৰীত নিৰ্মাণ হোৱা হিন্দী চলচ্চিত্ৰক চেৰ পেলাই দক্ষিণৰ চলচ্চিত্ৰই বাজীমাৎ কৰাৰ সময়ত অসমীয়া চলচ্চিত্ৰও চোৱাৰ আহ্বানৰে তেজপুৰৰ দুখন মহাবিদ্যালয়ত আজি চলিল এখন নতুন…