Browsing Category
মনোৰঞ্জন
বাণ থিয়েটাৰত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ আয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে বিগত বছৰৰ দৰে এইবাৰো অহা ২০ জুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ । স্মৃতিসভা আৰু বিশেষ…
সোণাক্ষী সিনহাই হেৰুৱাব পিতৃৰ উত্তৰাধিকাৰ
বলিউডৰ মোহময়ী অভিনেত্রী সোনাক্ষী সিনহাৰ নাম জনপ্ৰিয়তাৰ তালিকাত হয়তো সদায়ে আছে আৰু থাকিব।সোনাক্ষীৰ দৰে ভাৰ্চেটাইল অভিনেত্রী বলিউড জগতত খুব কমই পোৱা যায়। কেৱল অভিনয় দক্ষতাৰপৰাই নহয় , নিজৰ ৰূপ লাৱণ্যৰ কৰিশ্মাৰেও দৰ্শকক মুগ্ধ কৰিব পৰাৰ…
অসম বৰ বিহুৱতী সংগীতা ৰাভা
৪৩ সংখ্যক গীতানগৰ বিহু সন্মিলন, গুৱাহাটীৰ দ্বাৰা অনুষ্ঠিত অসম বৰ বিহুৱতী প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী অসম বৰ বিহুৱতী সংগীতা ৰাভা। ছবিত সংগীতা ৰাভাই প্ৰয়াত নয়নকুমাৰ দাস সোঁৱৰণী বঁটা আৰু নগদ ৫০,০০০টকা গ্ৰহণ কৰি থকা দেখা গৈছে।
ৰবীন্দ্ৰ ভৱনত ঋতুপৰ্ণ দাসৰ ‘তোমাৰ নিবিড় মায়াৰে’ সফল মঞ্চায়ন
পল্লৱ-দ্বীজেন
ৰবীন্দ্ৰ ভৱনত অনুশীলনৰ উদ্যোগত অনুষ্ঠিত হোৱা দশম বাৰ্ষিক নাট সমাৰোহত ৩১ মাৰ্চ ২০২২ ত উপভোগ কৰিলোঁ ঋতুপৰ্ণ দাসৰ নাটক 'তোমাৰ নিবিড় মায়াৰে'। সঁচা অৰ্থত এখন ভাল নাটক উপভোগ কৰিলোঁ মই আৰু প্ৰেক্ষাগৃহত থকা সমূহ দৰ্শকে । নিৰৱে দৰ্শকে…
ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ বিহুৱানৰ বাবে লেখা আহ্বান
ঢকুৱাখনা ১৪ এপ্ৰিলঃ বৰ্ণময় অসমীয়া সংস্কৃতিৰ এক চহকী উপাদান ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। ক'ভিড অতিমাৰী সৃষ্ট প্ৰতিকূল বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত এইবাৰ অহা ১৩,১৪ আৰু ১৫ মে'ত ফাটবিহু উদযাপন কৰাৰ প্ৰস্তুতি অব্যাহত…
লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ বিহু আৰম্ভ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৪ এপ্ৰিলঃ অসমীয়া জাতিৰ বাবে আজি এটা অতি মংগলময় দিন। দুটা বছৰ ক'ভিডৰ বিভীষিকাৰ পাছত এইবাৰ ৰাইজে মুকলি মনৰে ব'হাগ বিহু উদযাপন কৰিব পাৰিছে। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। আজি গৰু বিহুৰ দিনা…
শিৱসাগৰৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিক ৰঙালী বিহুত অসম সাহিত্য সভাৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৪ এপ্ৰিলঃ ৰঙালী বিহুৰ উপলক্ষে অসম সাহিত্য সভাৰ তৰফৰ পৰা শিৱসাগৰৰ অৰুণোদয় সাহিত্য সভাই শিৱসাগৰ নগৰৰ ৫ গৰাকী বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনায়। বিশিষ্ট লেখিকা জলিআৰা আহমেদ, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ তথা শিক্ষাবিদ…
ব্যতিক্ৰমী অনুষ্ঠানেৰে নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৫ এপ্ৰিলঃ এইবেলি কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠানেৰে নলবাৰী মহকুমা বিহু সন্মিলীয়ে উদযাপন কৰিব সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান।নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য…