Browsing Category
মনোৰঞ্জন
তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৬ ডিচেম্বৰঃ কেবাটাও ভাষাৰ ছখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু দুখন চুটি ছবিৰে আজিৰে পৰা ২৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আৰম্ভ হৈছে "তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ -…
তেজপুৰৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ১৮ ডিচেম্বৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা…
তেজপুৰত পুৰোধা শিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লাক ২০২২ বৰ্ষৰ “চাতক সন্মান” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ ডিচেম্বৰঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ…
তেজপুৰ সাহিত্য উৎসৱত ৰজত কাপুৰৰে অন্তৰংগ আলাপ
সাহিত্য আৰু চলচ্চিত্ৰৰ অংগাংগী সম্পৰ্ক আছে - ৰজত কাপুৰ
মহাবিদ্যালয় - বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰশ্নবাণত ক'লে - চিনেমা হিট হোৱা নোহোৱাকলৈ মই কাম নকৰোঁ - দহজন মানুহে মোৰ চিনেমা চালেও মই সুখী
তেজপুৰৰ সুন্দৰতা আৰু তেজপুৰবাসীৰ অতিথি…
অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰত পশ্চিম বংগৰ গোবৰদাংগাত মঞ্চস্থ হব
উত্তৰ লখিমপুৰ, ৩০ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰ ২০২২ত পশ্চিমবংগৰ গোবৰদাংগাত আয়োজন কৰা মৃদংগম ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২২ত মঞ্চস্থ হব৷ গোবৰদাংগা মৃদংগম নাট্য…
তেজপুৰৰ পৰা মুম্বাইলৈ উভটিল বলিউদৰ তিনি তাৰকা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮নৱেম্বৰঃ তেজপুৰৰ শালনিবাৰী বায়ুসেনা শিৱিৰ যোৱা ১৫ নবেম্বৰৰ পৰা চৌহদত চলা বলিউদৰ ছবি ফাইটাৰৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পাছত আজি দুপৰীয়া তেজপুৰৰ পৰা মুম্বাইলৈ উৰা মাৰে ছবিখনৰ তিনি তাৰকাই৷ছবিখনৰ নায়ক হৃত্বিক ৰোশন,…
ঐশ্বৰ্য্য কাকতিয়ে ৭৯ সংখ্যক ওপজা দিনত উপহাৰ দিলে মননশীল নাটক “ছহাত মাথোঁ”
তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰুচিশীল দৰ্শক আৰু তেজপুৰৰ বিদ্বৎ সমাজে উপভোগ কৰিলে তেজপুৰীয়া শিল্পীৰ সাৱলীল অভিনয়
নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ - - ঐশ্বৰ্য্য কাকতি
ঐশ্বৰ্য্য কাকতিৰ নাটকৰ এক বিশেষ…
”ছেমখৰ” চিনেমাৰ বিৰুদ্ধে জাগিছে ডিমাছা
ডিফু,৩০ অক্টোবৰঃ অসম সাহিত্য সভাৰ, জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত আজি ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজন কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পতমা বাঠাৰিয়ে (chief…
মুক্তিৰ পূৰ্বেই তেজপুৰৰ শিৱম ক্ৰিয়েশ্যনৰ দ্বাৰা নিবেদিত চলচ্চিত্ৰ “অনুৰ” এ কঢ়িয়ালে বিশেষ…
মঞ্জুল বৰুৱা পৰিচালিত মুম্বাইৰ প্ৰসিদ্ধ ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম অভিনিত চলচ্চিত্ৰখনৰ সকলো কুশীলৱলৈ শুভেচ্ছাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্ৰিয়েচনৰ…
৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ “হাতীবন্ধু”
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২২ অক্টোবৰ : দেশৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু" । অহা নবেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা গোৱাত এই…