Browsing Category

মন্দাকান্তা( কবিতা)

ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ উন্মোচন

নাৰায়ণপুৰ,১ এপ্ৰিলঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনত সোৱণশিৰিয়া কবি ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ ক্ৰমে "মোৰ কবিতা পৃথিৱীৰ কবিতা" আৰু "জংকি পানেই দেশৰ কবিতা "…

লখিমপুৰত কাকৈ নৈৰ বলুকাত কবিতাৰ গুঞ্জন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ২৬ ডিচেম্বৰ: কাব্য, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সৌজন্যত ২৫ ডিচেম্বৰত "লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ এখনি বৈঠক, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ"…

আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব

ত্ৰিৰঞ্জন টাইড ঘূনাসুঁ‌তি শ্ৰদ্ধেয় ৰাইজ -- অহা ষোল্ল ডিচেম্বৰ/২২ত আমাৰ গাঁৱত  নক্ষত্ৰৰ শোভাযাত্ৰা হ'ব। সেইদিনা আমাৰ গাঁৱলৈ জোনও নামি আহিব তৰাও নামি আহিব সুখৰ পাঠ্য কঢ়িয়াই সুখৰ আবাস কঢ়িয়ায়। আচলতে আজিলৈকে আমাক যিমানবোৰ দুখে  কোঙা…

সপোন

সপোন মলয়া ভট্টাচাৰ্য মোৰ যাত্ৰাপথ কাঁইটেৰে আবৰা তথাপি হাঁহি হাঁহি আগুৱাওঁ দুহাতেৰে আঁতৰাই কাঁইট শুভ্ৰ দলিচাত প্ৰেম কাৰাৰুদ্ধ সোণালী শৈশৱত দুখৰ হুমুনিয়াহ সপোনে পোখা মেলে তাতেই কল্পনাৰ কোলাত উঠি লালিত পালিত হয় হেঁপাহৰ সপোনবোৰ…

আঘোণৰ সন্ধিয়া কাব্যিক অনুভূতিৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে - ডাঃ ফুকন শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ডিচেম্বৰঃ শৈশৱৰ স্মৃতি, তাৰুণ্যৰ সপোন, যৌৱনৰ দীপ্তি, নদী, প্ৰকৃতি, প্ৰতিবাদ, ৰাজনীতি আদি বিভিন্ন উপাদান সমৃদ্ধ জনপ্ৰিয় তথা বিশিষ্ট কবি, অসম চিকিৎসা…

তেজপুৰত “চিন্তামঞ্চ”ৰ কাব্যিক অনুষ্ঠানত আৰধনা কটকীৰ “অনাবৃত আকাশৰ ৰামধেনু”…

আন শিল্পৰ দৰে কবিতায়ো মানুহক ভিতৰৰ পৰা সলনি কৰিব পাৰে - ড° ভূপেন শইকীয়াঃ কবিতাৰ শাৰীৰ মাজৰ নিৰৱতাখিনি সংস্কৃতিৰ ঘৰ হিচাপে অনুধাৱন কৰি যাব লাগিব - ভৱেশ মিশ্ৰঃ কবি সামাজিক ভাবে দায়ৱদ্ধ হ'ব লাগিব - ৰাজু বৰুৱা শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০…

শাৰদীয় বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱনঃ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত কালি বিয়লি বিভিন্ন কবিৰ কবিতাৰে সিক্ত হ'ল তেজপুৰ সাহিত্য সভা ভৱন ।তেজপুৰ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত বিশেষ কাব্যানুষ্ঠানটিত বিভিন্ন কবি তথা লেখক - লেখিকাৰ কাব্যিক…

তেজপুৰত কবি অমূল্য বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতা সম্পন্ন

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৪ ছেপ্তেম্বৰঃ অমূল্য বৰুৱাই অসমীয়া আধুনিক কবিতাৰ নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁৰ কবিতা মানেই বহু পঠিত কবিতা। অমূল্য বৰুৱাই প্ৰচলিত ৰমন্যাসবাদৰ ধাৰাটোৰ পৰা আঁতৰি প্ৰগতিশীল আধুনিক কবিতাৰ পথ প্ৰশস্ত কৰি তুলিছিল বুলি…

নলিনীবালা হাজৰিকাৰ দুটি কবিতা

স্বাধীনতা স্বাধীনতা আমাৰ সপোন স্বাধীনতা শুদ্ধ মনৰ সমাধি দাপোণ ৷ হৃদয়ৰ ৰুদ্ধ কপাট খুলি ভাহি অহা কৰুণ বিননিৰ অৱসান সীমাহীন নীল আকাশত মুক্ত পক্ষীৰ উন্মুক্ত কলৰৱ যেন আনন্দৰ জয়গান সেয়ে স্বাগতম হে’ পূৰ্ণ স্বাধীনতা তোমাৰ উদাৰ গভীৰ…

সপ্তম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

গুৱাহাটী, ২০ আগষ্টঃ ‘‘শব্দৰ আত্মা সন্ধানৰ আনন্দ লেখক আৰু পঢ়ুৱৈ দুয়ো উপভোগ কৰে৷ কিন্তু সঠিক শব্দ বিচাৰি পোৱা কাৰবাৰটো অত্যন্ত জটিল৷’’ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ ৯৬সংখ্যক জন্মদিৱসৰে…