Browsing Category
মহাকাশ
মহাকাশত তৰাৰ বিস্ফোৰণ! দৈত্যকায় ‘দৈত্য’ৰ চেহেৰা ধৰা পৰিল টেলিস্কোপত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : নাছাৰ জেমছ ৱেব টেলিস্কোপে মহাকাশত এই দানৱটো বিচাৰি পাইছিল। কিন্তু সেইটো দানৱ নহয় বুলি সেউজীয়া মুখখনৰ ফটো পোহৰলৈ অহাৰ লগে লগে পৃথিৱীৰ মহাকাশ বিজ্ঞানীসকলৰ মাজত হৈ চৈ লাগিল। ফটোখন বিশ্লেষণ কৰাৰ পিছত জনা…
নাছাই প্ৰকাশ কৰিছে প্লুটোৰ মনোৰম ফটো
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : ২৬ নৱেম্বৰত নাছাই ইনষ্টাগ্ৰামত নিউ হৰাইজনছ মিছনৰ পৰা লাভ কৰা প্লুটোৰ প্ৰকৃত ৰঙৰ এখন সুন্দৰ ফটো পোষ্ট কৰিছে। মহাকাশ সংস্থাটোৱে ফটোখনৰ কেপচনত লিখিছে— Small planetary body Saturday। কেপচনত আৰু লিখা আছিল যে…
২০২৮ চনৰ ভিতৰত চন্দ্ৰত ঘাটি নিৰ্মাণ কৰিব চীনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নাছাৰ আধিপত্যৰ প্ৰতি বৃদ্ধি পোৱা প্ৰত্যাহ্বানৰ অংশ হিচাপে চীনে ২০২৮ চনৰ ভিতৰত চন্দ্ৰত প্ৰথমটো ঘাটি স্থাপন কৰিব বিচাৰিছে, তাৰ পিছত পৰৱৰ্তী বছৰবোৰত তাত মহাকাশচাৰী অৱতৰণ কৰাব…
ইছৰোৱে একেলগে উৎক্ষেপণ কৰিব ৯টা উপগ্ৰহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উদ্যোগত ৯টা উপগ্ৰহ উৎক্ষেপণৰ ধাৰাবাহিকতা আৰম্ভ হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল পিএছএলভি-চি৫৪/ইঅ’এছ-০৬ মিছন আৰু অ’চেনছেট-৩। ইয়াৰ উপৰি মহাকাশ গৱেষণা…
“২০৩০ চনৰ ভিতৰত চন্দ্ৰত হ’ব মানুহৰ ঘৰ।”
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : শেষবাৰৰ বাবে মানুহে চন্দ্ৰৰ মাটিত ভৰি দিছিল অৰ্ধ শতিকাৰ আগতে। এইবাৰ আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই আভাস দিছে যে চন্দ্ৰত ঘৰ সাজি বসবাসযোগ্য কৰি তুলি বসতি স্থাপন কৰা হ’ব। শেহতীয়াকৈ নাছাই…
স্মাইলিং ছান: নাছাৰ কেমেৰাত ধৰা পৰিছে বিপদ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : যেন সূৰ্যই হাঁহিছে। হাঁহিৰ ফলত গালত ডিম্পল পৰিছে। তেনে এখন ফটো নাছাৰ ছ'লাৰ ডায়নামিক অবজাৰভেটৰিত ধৰা পৰিছে। সূৰ্যই হাঁহি থকা যেন লাগিলেও বিজ্ঞানীসকলে তাত বিপদ দেখিছে। বিপদ লুকাই আছে সূৰ্যৰ গালত থকা ক’লা…
উল্কাপিণ্ডৰ আঘাতত ওলায় বৰফঃ মহাসাগৰো আছিল মঙলত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : এই গ্ৰহত এতিয়াও উল্কাপিণ্ডৰ আঘাতৰ পৰা বৰফৰ টুকুৰা ওলায়। সাগৰখন নিস্তব্ধ হৈ শুকাই যায়।— এয়া কবিতাৰ শাৰী নহয়, বাস্তৱ। পৃথিৱী নহয়, এয়া মংগল গ্ৰহৰ কথা। দুয়োটা শাৰী সঁচা বুলি বৈজ্ঞানিক প্ৰমাণে কয়।…
আৰু এখোজ আগুৱালে ইছৰ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ অক্টোবৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ ৰকেট আকৌ এবাৰ কৃত্ৰিম উপগ্ৰহৰ গোট লৈ মহাকাশলৈ উৰি যাব। থলুৱাভাৱে প্ৰস্তুত কৰা এলভিএম-৩ মাৰ্ক-৩ মহাকাশযানৰ চিই-২০ ইঞ্জিনে ২৯ অক্টোবৰৰ নিশা উৎক্ষেপণৰ পূৰ্বে আন এক মাইলৰ…
মহাকাশত ভাৰতীয় বিজ্ঞানীৰ অভূতপূৰ্ব আৱিষ্কাৰ! স্তম্ভিত সমগ্ৰ বিশ্ব
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গভীৰ ৰহস্য। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে। এনে ক্ষেত্ৰত প্ৰায়ে কিছুমান তথ্য বিজ্ঞানীসকলৰ মাজলৈ আহে যিবোৰে সকলোকে আচৰিত…
মহাকাশলৈ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : দীপাৱলীৰ আগেয়েই ২৩ অক্টোবৰত পোহৰ হ'ল ভাৰতৰ আকাশ। মহাকাশ গৱেষণাত ভাৰতৰ মুকুটত সংযোজন কৰিলে আন এটুকুৰা মুকুতা। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬টা উপগ্ৰহৰে প্ৰক্ষেপ কৰা হ'ল…