Browsing Category

মানুহৰ পৃথিৱী

দুই নৱেম্বৰঃ ৭৯সংখ্যক  ওপজাদিনতো নাট উপহাৰ ঐশ্বৰ্য কাকতিৰ

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১নৱেম্বৰ: তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে দুই নৱেম্বৰত সম্পূৰ্ণ কৰিব জীৱনৰ ৭৯টা বছৰ৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ…

লখিমপুৰত চৰকাৰে ভূমি দানেৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ…

তেজপুৰত নিপন গোস্বামী আৰু নীলপৱন বৰুৱা বিশেষ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ অক্টোবৰ : অসমৰ মঞ্চ আৰু বোলছবি জগতৰ অপ্ৰতিদ্বন্দ্বী মহানায়ক তথা তেজপুৰৰ সুযোগ্য সন্তান সদ্যপ্ৰয়াত নিপন গোস্বামী আৰু ৰংতুলিকাৰ মহীৰূহ, অতুলনীয় ত্যাগ আৰু প্ৰেমৰ অনন্য প্ৰতিভূস্বৰূপ প্ৰথিতযশা চিত্ৰ শিল্পী নীলপৱন…

শ্বাৱাৰিং হ’প’ৰ প্ৰশংসনীয় পদক্ষেপ

যোৰহাট, ২৯ অক্টোবৰঃ মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ এক মহান উদ্দেশ্যৰে ২০২০ চনত গঢ় লৈ উঠা ‘শ্বাৱাৰিং হ’প’ শীৰ্ষক স্বেচ্চাসেৱী অনুষ্ঠানটোৱে বিগত সময়ছোৱাত কিছু প্ৰশংসনীয় কাম কৰি আহিছে৷ চলিত মাহটোত সদস্য-সদস্যাসকলে যোৰহাটত জীৱনৰ…

নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিশেষ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ অক্টোবৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী অভিনেতা নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা, পুৰোধা শিল্পী গৰাকীৰ বাসগৃহৰ কাষৰে কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থীয়ে আজি বিদ্যালয়খনতে একালৰ…

টেমচুলা আওৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰঃ ২৮ অক্টোবৰঃ বিশিষ্ট লেখিকা, কবি তথা উ.পূ. পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী ড° টেমচুলা আওক আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মৰণ কৰা হয়। সেই অনুষ্ঠানৰ বাবে ইংৰাজী বিভাগৰ সৌজন্যত…

নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত শোক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি অভিনেতাজনৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা…

বৰেণ্য অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোকস্তব্ধ জন্মভূমি তেজপুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ অক্টোবৰঃ ৰাজ্যক চলচ্চিত্ৰ জগতৰ এগৰাকী চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যখনৰ লগতে ওপজা স্হান, সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪২ চনৰ ২ছেপ্তেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিবান পৰিয়ালত…

বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী-অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব…

উন্মোচন হ'ব বৃহৎ কলেবৰৰ সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী" শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ :তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, লেখক, অভিনেতা, সুবক্তা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ অহা ২৯ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে…

তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ…