Browsing Category

মানুহৰ পৃথিৱী

তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ…

ওপজা দিনত নিজে গঢ়ি তোলা অনুষ্ঠানক সভাকক্ষ প্ৰদান কৰি বদান্যতাৰ পৰিচয় বিশিষ্ট লেখিকা –…

শতাব্দ প্ৰতিনিধি, তেজপুৰ অক্টোবৰ , ২১ অক্টোবৰ : বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক, লেখিকা ড° স্বাধীনতা মহন্তৰ ৭২ সংখ্যক ওপজা দিনত লেখিকা গৰাকীয়ে বদান্যতাৰ পৰিচয় দি নিজে গঢ় দিয়া তেজপুৰৰ সামাজিক - সংস্কৃতিক আৰু সাহিত্যৰ অনুষ্ঠান "সুদৰ্শন…

নিয়াণ্ডাৰথাল আৰু মানুহ ২০০০ বছৰতকৈয়ো অধিক সময় ওচৰে পাজৰে বাস কৰিছিল!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : ১৩ অক্টোবৰ বৃহস্পতিবাৰে প্ৰকাশিত এক নতুন মডেলিং গৱেষণাত কোৱা হৈছে যে নিয়াণ্ডাৰথাল আৰু মানুহে সাধাৰণতে ভবাতকৈ বহু বেছি সময় সহ-অস্তিত্ব ৰক্ষা কৰি চলিছিল। এই অধ্যয়নত প্ৰায় ৪২ হাজাৰ বছৰ আগতে মানুহ আৰু…

ক্ষুধাৰ অগনি : প্ৰতি চাৰি ছেকেণ্ডত এজনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : প্ৰতি চাৰি চেকেণ্ডত এজন ব্যক্তিৰ ভোকত মৃত্যু হয়। ২০ ছেপ্টেম্বৰ মঙলবাৰে বিশ্বৰ ২০০ৰো অধিক স্বেচ্ছাসেৱী সংগঠনে এই বিষয়ে সতৰ্কবাণী জাৰি কৰি বিশ্বৰ খাদ্য সংকট দূৰ কৰাৰ বাবে নিৰ্ণায়ক আন্তৰ্জাতিক…

চি আৰ পি এফৰ উদ্যোগত তেজপুৰত ৰক্তদান কাৰ্যসূচী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ছেপ্টেম্বৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি কালি তেজপুৰস্থিত ৩০ নং চি আৰ পি এফৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ৰক্তদান কাৰ্যসূচী। অখিল ভাৰতীয় টেৰাপন্থ যুৱ পৰিষদৰ আহ্বানত দেশজুৰি সফলতাৰে আয়োজিত হয় এই ৰক্তদান…

৮০ বছৰীয়া অপেক্ষাৰ অন্তত শেষকৃত্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বিশ্বই সন্মুখীন হোৱা ট্ৰেজেডীৰ বৰ্ণনা সহজ নহয়। ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ প্ৰথম বিশ্বযুদ্ধ চলিছিল। বিশ্বৰ ৪ কোটি লোক এই যুদ্ধৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও প্ৰকৃততে এই সংখ্যা বহু…

৮৭ বছৰত ভৰি দিলে তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব ডাঃ লক্ষ্মী গোস্বামীয়ে

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ ছেপ্টেম্বৰ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে আজিৰ দিনটোত ৮৬ বছৰ অতিক্ৰম কৰি ৮৭ বছৰত ভৰি দিয়াৰ দিনটোত তেজপুৰত ওপজা দিনৰ এক বাৰেৰহণীয়া অনুষ্ঠানত বিশিষ্টজনে ওলগ জ্ঞাপন…

অসম-উত্তৰ পূবৰ প্ৰথমজন পৰ্বতাৰোহী-স্বীয়াৰ খগেন্দ্ৰ নাথ বৰাৰে অন্তৰংগ আলাপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰ, সময় পুৱা ৯.২৫ বজা।সেই দিনটোৰ সেই মাহেন্দ্ৰ ক্ষণটো আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতাৰোহণৰ ইতিহাসৰ এখিলা সোণালী পৃষ্ঠা।সেইদিনটোতে অসমৰ পৰা যোৱা প্ৰথমটো ৬ জনীয়া পৰ্বতাৰোহীৰ …

দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰফুল্ল শইকীয়া…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ ছেপ্টেম্বৰ : এসময়ৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, তথা দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক প্ৰফুল্ল শইকীয়া আজি ৰোগত আক্ৰান্ত। ভ্ৰাম্যমাণ জগতত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সু…

তেজপুৰৰ বিশিষ্ট ফৰাচী ভাষাতত্ববিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল' তথা তেজপুৰৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ চহৰৰ ঈদগাহ ময়দান (চিত্ৰবন বাকৰি)ৰ সন্মুখ নিবাসী চাইফুদ্দিন আহমেদৰ কালি…