Browsing Category
মানুহৰ পৃথিৱী
লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ ২১প্ৰাক্তন সৈনিকক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ,…
১৬ আগষ্টত বিধান সভাৰ ১৯৬৮ চনৰ অধ্যক্ষ মহীকান্ত দাসৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সোঁৱৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪ আগষ্টঃ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পিছতেই যোৰহাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অসম বিধান সভাৰ প্ৰাক্তন…
অৱশেষত মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ
ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ…
তেজপুৰত আবৃত্তি সম্ৰাট, অসম আন্দোলনৰ অগ্ৰদূত প্ৰণৱ বৰাক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ আগষ্ট : অসমৰ আবৃত্তি সম্ৰাট হিচাপে পৰিচিত, ঐতিহাসিক অস্তিত্ত্বৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম অগ্ৰদূত প্ৰণৱ বৰাৰ স্মৃতিত আজি বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কবিতা আবৃত্তিৰে জীপাল কৰিলে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ…
গহপুৰৰ জ্যেষ্ঠ সাংবাদিক মমিন কুমাৰ দাসৰ অকাল বিয়োগ, শোক
শতাব্দ প্ৰতিবেদক, গহপুৰ, ৮ আগষ্টঃ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুৰ নগৰৰ হলনা গাঁৱৰ নিবাসী মমিন কুমাৰ দাসৰ (৪৮) আজি বিয়লি দুই বজাত নিজ বাসগৃহত অকাল বিয়োগ ঘটাত গহপুৰত শোকৰ ছাঁ পৰিছে। সাংবাদিক গৰাকী যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ…
নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ এইগৰাকী বিশাৰদে গুৱাহাটীৰ উলুবাৰীস্থিত বাসগৃহত নিশা ১ প্ৰায় বজাত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনত…
নিজে সজা বিমানেৰে ইউৰোপ ঘূৰিছে কেৰালাৰ যুৱকে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ঘোষণা কৰা লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিমান পৰিবহণ উদ্যোগ। এনে সময়তে কেৰালাৰ এজন যুৱকে ঘৰতে নিৰ্মাণ কৰা বিমানেৰে ইউৰোপৰ এটা মূৰৰ পৰা আনটো…
গৃহহীন খিলঞ্জীয়াক দিবলৈ নাই মাটি : পুঁজিপতি লাহতীৰ বেদখলত বিঘাই বিঘাই ভূমি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুলাই : সমস্যাজৰ্জৰ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত গৰজি উঠিছে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘ । জানিব পৰা মতে অনন্ত নলাৰ ভয়াৱহ বান আৰু…
দা হান্স ফাউণ্ডেচনৰ উদ্যোগত দেশত সম্পন্ন হ’ব ১০ হাজাৰ সামূহিক বিবাহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাইঃ বৈদিক পৰম্পৰা আৰু ৰীতি নীতিৰে বিভিন্ন সময়ত একাংশ স্বেচ্ছাসেৱী সংস্থাই সমুহীয়া বিবাহ তথা সংস্কাৰ নীতিৰে সমাজৰ বহু আর্থিক ভাৱে পিছপৰা দম্পতীক সহায় কৰি আহিছে। তেনে এটা সংস্থা হৈছে দা হান্স ফাউণ্ডেছন। এই…
গুৱাহাটীত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষ্যে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগ…
