Browsing Category
মানুহৰ পৃথিৱী
টাইম বেংক (Time Bank)
মীনাক্ষি ঘোষ
চুইজাৰলেণ্ডত পঢ়ি থকা এজন ছাত্রই লিখিছে-
চুইজাৰলেণ্ডত পঢ়ি থকা সময়তে মই স্কুলৰ ওচৰতে এটা ভাড়াঘৰ লৈছিলোঁ। ঘৰৰ গৰাকীনী ৬৭ বছৰীয়া ক্ৰিষ্টিনা এখন চেকেণ্ডাৰী স্কুলত কাম কৰি অৱসৰ লৈছে। ভদ্রমহিলা একেবাৰে অকলশৰীয়া।
চুইজাৰলেণ্ডত…
তামুলপুৰৰ বিজয় দাসে গামোচাত বৈ উলিয়াইছে অসমৰ স্বনামধন্য লোকৰ ছবি- জাতীয় সংগীতৰ প্ৰতিটো আখৰ
ৰজনী বৰ্মন , তামুলপুৰ , ২৮ মে : তামুলপুৰৰ এগৰাকী যুৱক । ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাত যুৱকজন । যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ বৰখোপা গাঁৱত। শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাস (২০) ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰ।…
আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুওৱা ডেভিদৰ কাযত “সতীৰ্থ”
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৩ মে’ : এজন ডেকা যুৱক- নাম ডেভিদ পাদুন । বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে ডেভিদে ডেকাকালত আকস্মিকভাৱে হেৰুৱাই পেলালে দৃষ্টিশক্তি । ক’ৰপৰা কি হৈ গ’ল ধৰিবই নোৱাৰিলে ডেভিদে । জীৱনৰ মাজ বাটতে মৰহিব ধৰিছে ফুলিবলৈ ধৰা…
মানৱ সম্পদ গঢ় দিয়াত এগৰাকী শিক্ষকৰ কিছু ব্যতিক্ৰমী চিন্তাধাৰা
বিমল বৰগোহাঁই
আমাৰ সমাজখন এখন বিচিত্ৰ জগত। এই বিচিত্ৰ জগতখনত ভিন্ন চৰিত্ৰৰ মানুহেৰে ভৰপূৰ। সেয়েহে, এই সমাজত বসবাস কৰা তথা লগ পোৱা সকলো মানুহকে আপুনি-মই একেটা চিনাকিতে ভাল বা বেয়া বুলি কোৱাটো সমীচীন নহব। তথাপি আমি সকলোৱে নিশ্চয় কম বেছি…
যোৰহাটৰ ATM ৰ ওপৰত এক লাখ টকা পাই কি কৰিলে তুলিৱালা মহম্মদ ৰাজুৱে
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে : কৰ্মইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। সাধাৰণতে আমি সমাজত সৰু মানুহ বুলি জ্ঞান কৰা বহু লোকৰ মন যে বহল উদাৰ সেই কথা বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে। ATM ৰ ওপৰত এক লাখ টকা পাই থানাত জমা দি তুলিৱালা মহম্মদ…
প্ৰশান্ত ৰাজগুৰুলৈ ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মেঃ অসমৰ সংবাদ জগতত ১৯৮৭ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে সাংবাদিকতাত জড়িত হৈ সমাজ-জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’'। এই বঁটা আগবঢ়াইছে…
চুলি কাটি স্বাৱলম্বী হোৱা অসমীয়া যুৱক যোগানন্দ
মুক্তাৰ আলী
আনে যোৱা বাটে নোযোৱা এজন যুৱকৰ কথা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পূৱ বহুপথাৰৰ যুৱকজনৰ নাম যোগানন্দ দুৱৰা। আত্ম প্ৰতিষ্ঠাৰ হেঁপাহেৰে ভাৰতৰ বিভিন্ন স্থানত সৰু বৰ অলেখ কামত নিয়োজিত হৈ ভ্ৰমী ফুৰাৰ পাছত এদিন তেওঁ অনুভৱ কৰিলে আপোন ঠাইতে…
শিশু পুত্ৰক বুকুত বান্ধি ই ৰিক্সা চলাই দুই সন্তানসহ সংসাৰ চলাইছে চাৰিদুৱাৰৰ কাবেৰী বৰাই
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯এপ্ৰিলঃ শোণিতপুৰৰ এগৰাকী দুটি সন্তানৰ মাতৃয়ে স্বামীৰ বিয়োগৰ পাছত ই ৰিক্সা চলাই নিজা পৰিয়ালটোৰ দায়িত্ব পালন কৰা ঘটনাই এক দৃষ্টান্ত দাঙি ধৰিছে । কৰ্ম বিমুখিতাই একাংশ লোকক গ্ৰাস কৰা ৰাজ্যখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী…
মঙলদৈত পলিথিনৰ তলত জীৱন কটোৱা বণিয়া দম্পতিলৈ বিভিন্নজনৰ সহায়ৰ হাত
শতাব্দ প্ৰতিনিধি, মঙলদৈ, ২৭ এপ্ৰিল : দৰং জিলাৰ মঙলদৈ নগৰত বৃদ্ধ বয়সত এহাল স্বামী-স্ত্ৰীয়ে অঘৰী জীৱন নিৰ্বাহ কৰি ৰাস্তাই-ঘাটে অবৰ্ণনীয় এক কদৰ্য পৰিবেশত দিন অতিবাহিত কৰা এক হৃদয়স্পৰ্শী ঘটনাই বিবেকবান ৰাইজৰ হৃদয় সেমেকাই তুলিছে । ঘটনাৰ বিষয়ে…
বাণ থিয়েটাৰত শিল্পীৰ স্মৃতি সম্বলিত গ্ৰন্থ ‘মোৰ গান মোৰ প্ৰাণ’ উন্মোচন
’
এতিয়া গানতকৈ বাজানা বেছি, একাংশ গীতৰ কথাও তৰল- কীৰ্তিকমল ভূঞা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ এগৰাকী কণ্ঠশিল্পীৰ জীৱনৰ বহু তিতা-মিঠা স্মৃতি আৰু জীৱনযোৰা সংগীত সাধনাৰ অপ্ৰকাশিত তথ্যৰে অসমীয়া আধুুনিক সংগীতৰ নিৰৱ সাধক দুগাৰ্ময়ী বৰাই…
