Browsing Category

মানুহৰ পৃথিৱী

তেজপুৰ চহৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ শিক্ষক 

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুনঃ তেজপুৰৰ নিকটৱৰ্তী শ'লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী আজি দুপৰীয়াৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দিষ্ট হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে নিজ হলেশ্বৰ নিবাসী…

প্ৰয়াত দ্বিজেন বৰালৈ শ্ৰদ্ধাঞ্জলিঃ তেজপুৰত অসম আৰক্ষীৰ সঞ্চালক জি পি সিং

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩১ মে’ঃ শোণিতপুৰ জিলাৰ বৰছলাৰ ওৰাং ৰষ্ট্ৰীয় উদ্যানত চলা উচ্ছেদ অভিযানৰ সময়ত কালি কৰ্তব্যৰত অৱস্থাত উৎকট গৰমৰ ফলত মৃত্যু হোৱা মায়ং আৰক্ষী চকীৰ উপ পৰিদৰ্শক দ্বিজেন বৰাৰ তেজপুৰ ৰবৰবাগানৰ বাসগৃহত আজি উপস্থিত…

তেজপুৰত বাণিজ্যবীৰ ভোলানাথ বৰুৱাক স্মৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বালিপুখুৰী তিনিআলি ব্যৱসায়ীসকলৰ সহযোগত আজি বালিপুখুৰী নামঘৰ প্ৰাংগণত ৰাজ্যখনৰ এগৰাকী বিখ্যাত সদাগৰ তথা দানবীৰ সাউদ,বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ আজি মৃত্যু…

নৰ্থ লখিমপুৰ কলেজত ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আলোচনা সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মেঃ ‘ভোলানাথ বৰুৱা এজন সাধাৰণ ব্যৱসায়ী নাছিল, সমাজ-সংস্কৃতিৰ প্ৰতি অত্যন্ত দায়ৱদ্ধ এইগৰাকী ব্যক্তিয়ে অসমীয়া জাতিৰ নৱজাগৰণক যথেষ্ট ত্বৰান্বিত কৰিছিল৷’– এই মন্তব্য ড॰ অৰবিন্দ ৰাজখোৱাৰ৷ আজি নৰ্থ লখিমপুৰ কলেজত ভোলানাথ…

ওপজা দিনত উন্মোচন হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী পুথিভঁৰাল “

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২৭ মে'ঃ তেজপুৰৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰখনৰ অতি সক্ৰিয় ব্যক্তিত্ব, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে গঢ়ি উঠা "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"ৰ কালি নিশা…

যুক্তিবাদী বিজ্ঞানমনষ্ক ব্যক্তি শিৱ গগৈৰ তিনিচুকীয়াত দেহাৱসান : মৰণোত্তৰভাৱে দেহদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : যোৰহাট জিলাৰ টীয়ক নিৱাসী অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক শিৱ গগৈৰ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ ৷ আজীৱন…

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক শিৱসাগৰত ৰাজহুৱা…

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক শিৱসাগৰত ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ দৃশ্য ফটো:-আব্দুল মতিন শিৱসাগৰ

জোনমণি আৰু বাবুললৈ তেজপুৰত শ্ৰদ্ধাঞ্জলিঃ ন্যায়ৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হোৱা আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভা আৰু বহিৰাজ্যত হত্যাৰ বলি হোৱা বাবুল বৰুৱাৰ প্ৰতি আজি তেজপুৰৰ মিছন চাৰিআলিত শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰৰ বহুসংখ্যক লোকে৷ বিভিন্ন ক্ষেত্ৰৰে জড়িত…

দৰং মহাবিদ্যালয়ত স্মৃতিকাতৰ হ’ল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল

উত্তৰ ভাৰতৰ সেনা বিষয়া গৰাকীয়ে ক'লে অসমীয়া মানুহৰ দৰে সৰল মানুহ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাই শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মে'ঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল (Major General,…

তেজপুৰৰ ক্ৰীড়া সংগঠক ৰণধীৰ পাণ্ডেৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ তেজপুৰ জিলা ক্রীড়া সন্থাৰ বক্সিং বিভাগৰ প্ৰাক্তন সম্পাদক, ক্ৰীড়া সন্হাটোৰ আজীৱন সদস্য, ক্রীড়া সংগঠক ৰণধীৰ পাণ্ডে(৪৮)ৰ যোৱা নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে। প্রায় দুবছৰ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ…