Browsing Category

মানুহৰ পৃথিৱী

তেজপুৰৰ ক্ৰীড়া সংগঠক ৰণধীৰ পাণ্ডেৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ তেজপুৰ জিলা ক্রীড়া সন্থাৰ বক্সিং বিভাগৰ প্ৰাক্তন সম্পাদক, ক্ৰীড়া সন্হাটোৰ আজীৱন সদস্য, ক্রীড়া সংগঠক ৰণধীৰ পাণ্ডে(৪৮)ৰ যোৱা নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে। প্রায় দুবছৰ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ…

লখিমপুৰৰ নতুন এছ পি আনন্দ মিশ্ৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

 লখিমপুৰৰ এছ পিক বদলি দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ ১০ নকল সোণ-জাল নোটৰ বেপাৰী গ্ৰেপ্তাৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ মে’ঃ লখিমপুৰত শেহতীয়াকৈ অসম আৰক্ষীৰ এজন দক্ষ-বিতৰ্কিত বিষয়া আনন্দ মিশ্ৰক লখিমপুৰলৈ আৰক্ষী অধীক্ষক…

সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই…

কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩মে’ঃ “কৰ্ণাটকত ২০১৪ৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভা নিৰ্বাচনত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা…

তেজপুৰৰ মাৰ্গদৰ্শনকাৰী, বিশিষ্ট সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ মে'ঃ ৰাজ্যখনৰ বিশিষ্ট সংস্কৃত পণ্ডিত, দৰংমহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, মহাবিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি, এক যোগাত্মক চিন্তাধাৰাৰে তেজপুৰৰ বৌদ্ধিক, সামাজিক আৰু…

 “সৰগম” ৰ প্ৰয়াত শিল্পীক স্মৰণ কৰি বাণ থিয়েটাৰত স্মৃতিকাতৰ হ’ল প্ৰবীণ নাট্যশিল্পী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২মে: তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ প্ৰয়াত বহুকেইগৰাকী দক্ষ শিল্পীক স্মৰণ কৰি কালি সন্ধিয়া স্মৃতিকাতৰ হৈ পৰিল তেজপুৰৰ শিল্পকলাৰ সৈতে জড়িত বুজন সংখ্যক লোক। উল্লেখ্য যে, ১৯৭৭ - ৭৮ চনতে তেজপুৰত আধুনিক নাট্য…

কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১২ মেঃ ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কথাশিল্পী, বিশিষ্ট বুদ্ধিজীৱী তথা কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত কৰুণাধাৰাৰ তেজপুৰ শাখাই ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু শিশু বিকাশ…

তেজপুৰৰ সৰবৰহী ভাওনা আৰু সত্ৰীয়া শিল্পী, কোঁচ ৰাজবংশী সন্মিলনীৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১০ মে'ঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, সত্ৰীয়া আৰু ভাওনা শিল্পী তথা কোঁচ ৰাজবংশী সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ আজি বিয়লি প্ৰায় ৩ বজাত আকস্মিক ভাৱে…

তেজপুৰত মৰ্মান্তিক ঘটনাঃ পুত্ৰবিয়োগৰ শোকত প্ৰাণ গ’ল মাতৃৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মে’ঃ তেজপুৰৰ এজন যুৱকৰ চেন্নাইত শোকাৱহ মৃত্যুৱে যুৱকজনৰ পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে পুত্ৰশোকত ভাঙি পৰা মাতৃৰো মৃত্যু ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাই তেজপুৰৰ নিকটৱৰ্তী…

ভাস্কৰ্য আৰু শিল্পৰ দিন উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ মেঃ আধুনিক লখিমপুৰৰ অন্যতম খনিকৰ, ভাস্কৰ, সাংবাদিক, নাট্য কৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন ৯ মে দিনটো নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে "ভাস্কৰ্য আৰু শিল্প দিন" ৰূপে পূৰ্বে পালন কৰি অহাৰ দৰে আজি ক্লাব ভৱনত এক স্মৃতিচাৰণ…