Browsing Category

মানুহৰ পৃথিৱী

১২ আৰু ১৩ মে’ত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,৮মে' : কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ আন এজন মহীৰূহ তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১২ আৰু ১৩ মে'ত…

অষ্টম মৃত্যুবাৰ্ষিকীত তেজপুৰৰ বাণ থিয়েটাৰত কাৰ্তিক হাজৰিকাক স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৪ মে'ঃ একেৰাহে চৈধ্য বছৰ ধৰি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি বাণ থিয়েটাৰৰ সামগ্ৰিক উত্তৰণত অহোপুৰুষাৰ্থ কৰি যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি, দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ…

প্ৰাক্তন ফুটবল খেলুৱৈ দেৱেন নাৰ্জাৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩মে’ঃ ৰাজ্যৰ এগৰাকী দক্ষ প্ৰাক্তন ফুটবল খেলুৱৈ তথা শোণিতপুৰৰ এজন সৰবৰহী ক্ৰীড়া সংগঠক,প্ৰাক্তন ছাত্ৰ নেতা,সমাজকৰ্মী দেৱেন নাৰ্জাৰী(৫৬)ৰ অকাল বিয়োগত শোণিতপুৰত শোকৰ ছাঁ পৰিছে৷গুৰুতৰ অসুস্থতাত ভোগা নাৰ্জাৰীৰ কালি…

কপহুৱাত ধৰ্মপ্ৰাণা মহিলাৰ সোঁৱৰণত স্মৰণিকা উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ লখিমপুৰ জিলাৰ কপহুৱা গাঁৱত আজি মাকন দাসৰ সোঁৱৰণত এখন স্মৰণিকা উন্মোচন কৰা হয়৷ গাঁওখনৰ ধৰ্মপ্ৰাণা মহিলা মাকন দাসৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ পবিত্ৰ স্মৃতিত আজি ‘মাকন’ নামৰ স্মৰণিকাখনি বিয়লি ৪ বজাত…

শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ এপ্ৰিল : সদৌ অসম গাড়ী চালক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে গাড়ী চালক সন্থাই ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ…

ঘিলামৰাত কৃতী শিক্ষয়িত্ৰী-ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ঘিলামৰা বৰজান চাপৰি নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ইন্দুপ্ৰভা গগৈ ৰ আজি পুৱতি নিশা ৩.৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা…

প্ৰবীণ বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ নৰেণ কোঁচৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ এপ্ৰিল : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য, তেজপুৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ সদস্য, বিশিষ্ট সমাজকৰ্মী নৰেণ কোঁচৰ আজি পুৱা ১১ বজাত তেজপুৰ…

তেজপুৰৰ অসম আন্দোলনৰ নিষ্ঠাবান কৰ্মী উমেশ চন্দ্র চৌধুৰীৰ আকস্মিক দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰ চহৰৰ ১৬ নং ৱাৰ্ডৰ ঘৰপৰা চুবুৰী নিবাসী, ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ এগৰাকী অতি নিষ্ঠাবান যোদ্ধা, প্ৰবল জাতীয়তাবাদী সত্বাৰ অধিকাৰী উমেশ চন্দ্র চৌধুৰীৰ যোৱা ১ এপ্ৰিল তাৰিখে নিশা…

চন্দ্ৰাম বৰুৱাৰ মৃত্যুত শোক

শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৪ এপ্ৰিল: লখিমপুৰ জিলাৰ ২নং ৰঙাজানৰ শংকৰপুৰ নিবাসী, জলসম্পদ বিভাগৰ অবসৰ প্ৰাপ্ত মুখ্য সহায়ক চন্দ্ৰাম বৰুৱাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা দেওবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে। বৰুৱা বৃহত্তৰ ৰঙাজান অঞ্চলৰ বিভিন্ন সামাজিক…