Browsing Category

মানুহৰ পৃথিৱী

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মালৈ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ “বিদ্যাৰত্ন”…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাক কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই "বিদ্যাৰত্ন উপাধি" ৰে…

লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানীক গুৱাহাটীত ‘জনসেৱা’ বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী ৰাজেশ মালপানীক ২৫ মাৰ্চত জনসেৱা বঁটা প্ৰদান কৰা হয়৷ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তেওঁ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ পৰা এই বঁটা লাভ কৰে৷ উল্লেখ্য যে সমাজৰ…

ইলোৰা বিজ্ঞান মঞ্চৰ স্মৃতি দিৱসত ‘স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস’ গঠনৰ ঘোষণা

প্ৰতি বছৰেই স্মৃতি দিৱসত আৰ্থিকভাৱে পিছপৰা মেধাবী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ন্যাসৰ বঁটা

দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ তেজপুৰত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ : জুয়ে পোৰা ৮৩ ৰ আজিৰ দিনটোতে দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা, দক্ষ অভিনেতা জাতীয় শ্বহীদ ভূপেন ডেকাক আজি তেজপুৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ…

তেজপুৰৰ বাতৰি কাকত বিতৰক, নাগাৰা নামৰ শিল্পী চন্দ্র কান্ত মজুমদাৰৰ আকস্মিক মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মাৰ্চ : দীৰ্ঘদিন ধৰি তেজপুৰৰ ঊষানগৰত ভাড়াতীয়া হিচাপে থাকি এখন গেলামালৰ দোকানৰ লগতে বাতৰি কাকতৰ বিতৰক হিচাপে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা নলবাৰী নিবাসী চন্দ্র কান্ত মজুমদাৰৰ কালি নিশা আকস্মিক ভাৱে ৭০ বছৰ…

শিক্ষাবিদ ড° প্ৰণীল গোস্বামীৰ আকস্মিক বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ প্ৰচুৰ মেধাসম্পন্ন তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, তেজপুৰ কমাৰচুবুৰী নিবাসী ড° প্ৰণীল গোস্বামীৰ আজি আকস্মিক ভাবে বিয়োগ ঘটিছে৷ উল্লেখযোগ্য যে,৭২বছৰীয়া শিক্ষাবিদ গৰাকী সপৰিয়ালে…

তেজপুৰৰ বিশিষ্ট চিকিৎসক, “কেকটাছ”, “কানীন” আৰু “অনুৰ” চিনেমাৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় তথা মানৱ দৰদী চিকিৎসক, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ গোপেন্দ্ৰ মোহন দাসলৈ ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে ২০২৩ বৰ্ষৰ "কালচাৰেল এক্সিলেঞ্চ" বঁটা…

 তেজপুৰত ধৰ্মপ্ৰাণ মহিলা বিদ্যাৱতী দাসৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৮ মাৰ্চঃ তেজপুৰৰ মাজগাঁও বৰ নামঘৰ গোপিনী সমাজৰ জ্যেষ্ঠ গোপিনী তথা নামতি বিদ্যাৱতী দাস (৮৬)ৰ আজি বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ আজি বিয়লি প্ৰায় চাৰি বজাত মাজগাঁও হাটভগা চুবুৰীৰ…

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক লীলাকান্ত মহন্তৰ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰীঃ শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক, ধৰ্মপ্ৰাণ ব্যক্তি লীলাকান্ত মহন্ত (৯২) ৰ আজি পুৱতি নিশা ২.১৫ বজাত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নিজা…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন উপ পৌৰপতি হৰদত্ত হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ ফেব্ৰুৱাৰী: বিশিষ্ট সমাজকৰ্মী, কেন্দ্ৰীয় শ্ৰমিক শিক্ষা উন্নয়ন পৰিষদৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক সঞ্চালক, প্ৰবীণ অধিবক্তা, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি, বিজেপি দলৰ দীঘলীয়া সময়ৰ নিষ্ঠাবান সদস্য তথা তেজপুৰ…