Browsing Category

লিড

নিৰ্মীয়মান কালভাৰ্ট ভাঙি পৰিল শ্ৰমিকৰ ওপৰতে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মাৰ্চঃ ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগে পথ নিৰ্মানৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷উল্লেখযোগ্য যে,অতি নিম্ন মানদণ্ডৰ কামৰে চৰকাৰী ধনৰ অপচয়…

লখিমপুৰৰ চৰ চাপৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বে-দখলঃ উচ্ছেদৰ দাবীত বিশাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ মাৰ্চঃ লখিমপুৰৰ একাংশ চৰ-চাপৰিত এতিয়া সন্দেহযুক্ত নাগৰিকে ভূমি বে-দখল কৰি তেনে ভূমি দালাল চক্ৰৰ হাতত তুলি দিয়াৰ অভিযোগ তুলি আজি সোৱণশিৰিৰ ভীমপৰা চাপৰিত তিনি মিচিং জাতীয় সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে৷…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ ক্ৰমান্বয়ে গতিশীলতা আহিবলৈ ধৰিছে৷ দুটাকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ যোৱা দুটা দিনত সম্পন্ন কৰি তুলিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে৷ সোমবাৰে লখিমপুৰ…

অৰুণাচলৰ পশ্চিম কামেংৰ নেচিফুত সুৰংগ নিৰ্মাণৰ কাম সমাপ্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ: অৰুণাচল প্ৰদেশৰ ভাৰত- চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল। মে' মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে। ভাৰত-চীন সীমান্তলৈ যোৱা…

লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিবৰ্তন অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ২০ মাৰ্চ:  আশা কৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে লখিমপুৰ জিলা স্বাস্থ্য সমিতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ উদ্যোগত আজি আজাদস্থিত নৱজ্যোতি ৰঙ্গমঞ্চত অনুষ্ঠিত হয় আশা অভিবৰ্তন। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী…

 প্ৰশ্নকাকত ফাদিলঃ ধলপুৰত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ৰাজপথতে আৰক্ষীৰ মাৰধৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীত আজি এক অভাৱনীয় কাণ্ডৰ সূচনা হয়৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ প্ৰতিবাদ জনাই আজি পুৱাৰ ভাগত ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিকৰ একাংশ পৰীক্ষাৰ্থীয়ে ধলপুৰ…

অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃনিহত দুই পাইলত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ মাৰ্চ : অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাত পতিত হৈছে দেশৰ সেনাৰ এখন চিতা হেলিকপ্টাৰ৷ প্ৰতিৰক্ষা বিভাগে নিশ্চিত কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ দুইজন পাইলত লেফটেনেণ্ট কৰ্ণেল ভিভি ৰেড্ডীৰ লগতে সহযোগী…