Browsing Category
লিড
উত্তৰ অসমৰ প্ৰথমটো লখিমপুৰস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পৰা বক্সিং-ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন…
“আয়ুষ্মান ভাৰত” আঁচনিয়ে কৰ্পৰেট খণ্ডৰ বীমা কোম্পানীক ধন ঘটাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ এপ্ৰিল : ইলোৰা ৰায়চৌধুৰী নামৰ এগৰাকী মাত্ৰ ৩৪ বছৰীয়া মহিলাৰ চৰম ত্যাগক যাউতিযুগীয়া কৰাৰ মানসেৰে ২০০৪ চনত এখন বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন সমাজ গঢ়ি তোলাৰ সংকল্পেৰে জন্ম লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ…
যুদ্ধ বিমান চুখইৰ উৰণ অভিজ্ঞতা ললে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮এপ্ৰিলঃ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে আজি তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা অত্যাধুনিক যুদ্ধ বিমান চুখই এম কে ৩০ত উৰণৰ অভিজ্ঞতা লয়৷এই যুদ্ধ বিমানখনৰে আজি প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰায় ৩০মিনিট উৰণৰ সাহসিক…
অসমীয়াৰ স্বাভিমানত আঘাত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ এপ্ৰিলঃ অসমীয়াৰ বাপুতি সাহোন তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা জ্বলাই আজি জাতীয় সংগঠনৰ ৰোষত পৰে এজন পঞ্চায়ত সচিব৷ এই ঘটনা সংঘটিত হয় লখিমপুৰ জিলাৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত৷ এই ঘটনাৰ পিছতে পঞ্চায়ত…
তিনি মাহৰ পাছত উদ্ধাৰ লিডুৰ অবৈধ কয়লা খনিত নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ এপ্ৰিল : পুৱাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা ফেচবুক পষ্ট - ’অসম আৰক্ষীয়ে উৰ্ব্বশী মৰাণক দিয়া প্ৰতিশ্ৰুতি ৰাখিলে ৷ মৃত প্ৰাঞ্জল মৰাণৰ অৱশিষ্ট উদ্ধাৰ কৰিলে আইজিপি জিৎমল দলেৰ নেতৃত্বত এটা দলে ৷…
মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্তৰ দাবীত প্ৰতিবাদঃ উত্তাল তিনিচুকীয়া
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত কৰি স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত সুদীৰ্ঘকাল সংগ্ৰাম অব্যাহত ৰাখিছে মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ…
তেজপুৰৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰতিবছৰেই অসমৰ নিৰ্বাচিত লোকশিল্পীলৈ বঁটা ঘোষণা “সংকল্প…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : তেজপুৰৰ প্ৰখ্যাত লোকশিল্পী, ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰা অৰ্থাৎ তৰুণ ওজাৰ সোঁৱৰণত প্ৰতি বছৰেই সাত ব'হাগৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত থকা নিষ্ঠাবান লোকশিল্পী সকলক নিৰ্বাচন কৰি "তৰুণ ওজা স্মাৰক বঁটা"…
‘যেতিয়াই তেতিয়াই বিহু পতা অসমীয়া জাতিয়ে আত্ম-সংশোধন নকৰিলে কালৰ গতিত অচিৰেই হেৰাই যাব’
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ: ৫ এপ্ৰিল : "অসমীয়া জাতিয়ে কম দিনৰ ভিতৰতে স্বকীয়তা হেৰুওৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ উৎসৱ প্ৰিয় নিষ্কৰ্মা জাতিত পৰিণত হোৱা জাতিটোৱে বিহুৰ নামতে গোটেই বছৰটো অৰ্থহীন আনন্দত আত্মহাৰা হৈ পাৰ কৰি দিয়ে ৷…
কেনেকৈ মাষ্টাৰচেফ ইণ্ডিয়া হ’ল তিনিচুকীয়াৰ নয়নজ্যোতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ এপ্ৰিল : ৰাষ্ট্ৰীয় টেলিভিচন চেনেল ছ’নি টিভিৰ দ্বাৰা আয়োজিত জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ ৩১ মাৰ্চত সম্প্ৰচাৰিত ফাইনেলত বিজয়ীৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা তিনিচুকীয়া…
১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে এইমছৰ লগতে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী চিকিৎসা মহাবিদ্যালয়
মঙ্গলবাৰে কোকৰাঝাৰ-নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
