Browsing Category
লিড
শদিয়াৰ অমৰপুৰত দিবাঙত ডুব গল যাত্ৰীবাহী নাওঃ যাত্ৰী উদ্ধাৰ, একাধিক বাহনৰ সন্ধান নাই
শতাব্দৰ শদিয়াৰ প্ৰতিবেদক, ৩ মে’ঃ শদিয়াৰ অমৰপুৰত খৰস্ৰোতা দিবাং নৈত যাত্ৰী কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ৷ আজি বিয়লি প্ৰায় ৪-৩০ বজাত দিবাং নদীৰ বুকুত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওখনত নাৱৰীয়াসহ মুঠ ২৬ জন যাত্ৰী আছিল আৰু আটাইকেইগৰাকী…
তেজপুৰৰ নৈসৰ্গিক শোভাৰ মাজত “দ্য আলোৱাহ” শীৰ্ষক ৰিজ’ৰ্ট
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ এপ্ৰিল : বৰলুইতৰ পাৰৰ বিশুদ্ধ বতাহৰ বিশুদ্ধ উশাহ লৈ সুন্দৰ নৈসৰ্গিক শোভা উপভোগ কৰি এতিয়াৰ পৰা দেশী - বিদেশী পৰ্যটকে এসাজ তৃপ্তিৰে খাই নৈশ যাপন কৰিব পাৰিব তেজপুৰৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিগণিত দ -…
লখিমপুৰত কিয় বৃদ্ধি পাইছে পথ দুৰ্ঘটনা
পথ সুৰক্ষাৰ নিয়ম উলংঘা, মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই বৃদ্ধি পাইছে দুৰ্ঘটনা
অসম অৰুণাচল সীমান্তত যুদ্ধংদেহী মনোভাৱেৰে সাজু অৰুণাচলী-প্ৰশাসনঃ পুনৰ উত্তেজনা
কাকৈ সংৰক্ষিত বনাঞ্চলৰ ৫০ বিঘাৰো অধিক গছ-গছনি কাটি তহিলং অৰুণাচলী দুবৃৰ্ত্তৰ
সীমান্তত অসমৰ ভূমিত স্থাপন কৰা বন শিবিৰ উঠাই নিয়াৰ হুংকাৰ অৰুণাচলীৰ
ঘনে ঘনে সীমান্তত লখিমপুৰৰ উপায়ুক্ত-দণ্ডাধীশ
অসমৰ ভূমিত থকা গছৰ শুকান ডাল এটা…
নতুন দিল্লীত সীমা সমস্যা সমাধানৰ বুজা-বুজি চুক্তিৰ এদিন পিছতে লখিমপুৰত বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২২ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত…
চীনা ভাষা শিকিব দেশৰ সেনাইঃতেজপুৰ বিশ্ব বিদ্যালয়ৰে বুজাবুজি চুক্তি সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ স’তে আজি দেশৰ সেনাৰ এক বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে৷ উল্লেখযোগ্য যে,দেশৰ সেনাবাহিনীৰ লোকক চীনা ভাষা শিক্ষণৰ সন্দৰ্ভত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷১৬ সপ্তাহৰ এই চীনা ভাষা…
গ্ৰেট ব্ৰিটেইন, আমেৰিকা আদি বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যত সদৌ অসম সত্ৰ মহাসভাৰ শাখা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৯ এপ্ৰিল : "সদৌ অসম সত্ৰ মহাসভা"ৰ ভগ্নী সংগঠন "আই কনকলতা মহিলা তীৰ্থ, অসম"ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন আজি ১৯ এপ্ৰিল তাৰিখে তেজপুৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। দিনৰ ১১: ৩০ বজাত হোৱা সভাখনত আৰম্ভণিতে…
লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ
নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত…
দুহাতত জেতুকা বোলালো…( ফটো সংবাদ)
পটাত জেতুকা পিচিছে এগৰাকী যুৱতীয়ে, শিৱসাগৰতআলোকচিত্ৰঃ আব্দুল মতিন
