Browsing Category
লিড
অসমত ৭১.১৬ লাখ শিশুক পেলু দৰৱ খুওৱাৰ লক্ষ্য
ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায় : ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেটঃ শিক্ষামন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷তেজপুৰত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ…
ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ প্ৰস্ততিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই
ধেমাজি, ৮ মাৰ্চ : ধেমাজিত অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্ততিৰ সবিশেষ আজি বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি কেশৱ মহন্তই। স্বাস্থ্য-পৰিয়াল কল্যাণ,…
তিনিচুকীয়াত চৰকাৰৰ সমালোচনাত মুখৰ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মাৰ্চ : অসম চৰকাৰে উচ্ছেদৰ নামত খিলঞ্জীয়াৰ আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে দুটা পৃথক নীতি গ্ৰহণ কৰাৰ অভিযোগ তুলিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ আজি…
চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ১০মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী টিউটৰৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৩ মাৰ্চঃ ১০মাৰ্চত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ককালত টঙালি বান্ধিছে ৰাজ্যৰ শ শ টিউটৰে।উক্ত দিনা দিছপুৰ চলো কাৰ্যসূচীৰে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম টিউটৰ সন্থাই।সন্থাৰ…
সুখবৰঃ বিহুত মুকলি হ’ব এইমছ গুৱাহাটী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ অসমবাসীলৈ আগন্তুক ৰঙালি বিহুৱে এক সুখবৰ কঢ়িয়াই আনিব। চাংচাৰিত নৱনিৰ্মিত এইমছ গুৱাহাটী অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা…
বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানৰ নিৰৱ সাধক ড° অখিল কুমাৰ ডেকালৈ বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনজোৰা সাধনা সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৮ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘২০২৩’উপলক্ষে বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ, দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান…
কেতিয়া সম্পূৰ্ণ হ’ব তেজপুৰৰ নপাম আদৰ্শগাঁও নিৰ্মাণ প্ৰকল্প
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ফেব্ৰুৱাৰীঃ তেজপুৰৰ নপাম অঞ্চলক সামৰি এবছৰ পূৰ্বে ধুমধামৰে আৰম্ভ হৈছিল আদৰ্শগাঁও ৰূপে বিভিন্ন আঁচনি ৰূপায়ণৰ কাম৷ চৰকাৰে আৱণ্টন দিয়া মুঠ ৫০লাখ টকাৰ ভিতৰত নপাম গাঁও পঞ্চায়তৰ অধীনত এই অঞ্চলত ২২লাখ টকাৰে তিনিটা…
লক্ষীমপুৰৰ কেৰকেৰ ঘাটত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : 'এম ভি গংগা বিলাস'— বিশ্বৰ আটাইতকৈ দীঘলীয়া (কেৱল নদী) বিলাসী ক্ৰুজ। ভাৰতত নিৰ্মিত এই প্ৰমোদতৰী উত্তৰ প্ৰদেশৰ বাৰাণসীৰপৰা বাংলাদেশ হৈ অসমৰ বগীবিললৈকে যাত্ৰা। প্ৰায় ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম…
নাৰায়ণপুৰৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈলৈ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২৩ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ অগ্ৰগণ্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সামাজিক অনুষ্ঠান অসম জ্ঞান ৰত্ন সমন্বয় গোষ্ঠীৰ চলিত বৰ্ষৰ 'অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা'ৰ বাবে মনোনীত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অনুবৈছা গাৱৰ বিশিষ্ট…
