Browsing Category

লিড

লক্ষীমপুৰৰ কেৰকেৰ ঘাটত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : 'এম ভি গংগা বিলাস'— বিশ্বৰ আটাইতকৈ দীঘলীয়া (কেৱল নদী) বিলাসী ক্ৰুজ। ভাৰতত নিৰ্মিত এই প্ৰমোদতৰী উত্তৰ প্ৰদেশৰ বাৰাণসীৰপৰা বাংলাদেশ হৈ অসমৰ বগীবিললৈকে যাত্ৰা। প্ৰায় ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম…

নাৰায়ণপুৰৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈলৈ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২৩ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ অগ্ৰগণ্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সামাজিক অনুষ্ঠান অসম জ্ঞান ৰত্ন সমন্বয় গোষ্ঠীৰ চলিত বৰ্ষৰ 'অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা'ৰ বাবে মনোনীত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অনুবৈছা গাৱৰ বিশিষ্ট…

ৰাজ্যৰ দশমখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ পাঠদানৰ অনুমোদন 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা…

প্ৰাক্তন ছাত্ৰ নেতা-ক্ৰীড়া সংগঠক-বিশিষ্ট সমাজকৰ্মী-জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক খগেন গগৈৰ আকস্মিক…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২ ফ্ৰেব্ৰুৱাৰীঃ বলিষ্ঠ কন্ঠৰে আকাশ বতাহ কঁপাই তোলা লখিমপুৰ জিলাৰ সংগ্ৰামী সত্ত্বা জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক, অসম আন্দোলনৰ নেতা ,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী…

নাক আমন্ত্ৰণ নকৰা মহাবিদ্যালয়ৰ শিক্ষকৰ দৰমহা কৰ্তনৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত থৰকাছুটি হেৰুৱাইছে একাংশ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী :এসময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ২০১১ চনৰ প্ৰদেশীকৃত বিলৰ আওতাত সহস্ৰাধিক অপ্ৰাদেশিকৃত কলেজ শিক্ষকৰ পদ প্ৰাদেশীকৃত হৈছিল আৰু ইয়াৰে বহু সংখ্যক…

কম বাজেটৰ ইলেক্ট্ৰিক বাইক মুকলি, চিংগল চাৰ্জত ১৩০ কিলোমিটাৰ চলিব

হাইলাইটকোম্পানীটোৱে Black, Grey, Blue আৰু Red ৰঙৰ বিকল্পত ecoDryft প্ৰৱৰ্তন কৰিছে।এই ই-বাইকৰ ৰাইডিং ৰেঞ্জ ১৩০ কিলোমিটাৰতকৈও অধিক।এই ইলেক্ট্ৰিক বাইকখন সম্পূৰ্ণ চাৰ্জ হ’বলৈ সময় লাগে ৬ ঘণ্টা।ইলেক্ট্ৰিক…

তেজপুৰত “ইতিহাসৰ ছাঁ-পোহৰত ভাৰতবৰ্ষ” শীৰ্ষক মনোজ্ঞ আলোচনাচক্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী : তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ উদ্যোগত কালি এখন গুৰুত্বপূৰ্ণ তথা ব্যতিক্ৰমী আলোচনা চক্ৰ বালিৰাম লহকৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত…

তেজপুৰৰ আৰিমৰা চাপৰিত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ঋতুকালীন পৰিভ্ৰমী চৰাইৰ আগমনে প্ৰকৃতিপ্ৰেমী সকলক আহ্লাদিত কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াকৈ পৰিলক্ষিত হোৱা বিৰল প্ৰজাতিৰ কৰ্চন (Common…

নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাংগ অধিবেশনৰ আজি তৃতীয় দিনা অধিবেশনস্থলী  লোকাৰণ্য…