Browsing Category
লিড
নামঘৰ উদ্বোধনেৰে আৰম্ভ হ’ব নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ লখিমপুৰ জিলাৰ বৰখামটি পথাৰত কাইলৈ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ৯ বজাত বৰখামটি পথাৰৰ…
৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন
শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৯ জানুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনখন অহা মঙলবাৰৰ পৰা পাঁচ দিনীয়াকৈ নাৰায়ণপুৰৰ বৰখামটি পথাৰত অনুষ্ঠিত হ'ব। অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ…
অসমত প্ৰথমবাৰৰ বাবে দৰং মহাবিদ্যালয়ত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ সজাগতা কাৰ্যসূচী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ জানুৱাৰীঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সহযোগত আজি অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বিভিন্ন পৰীক্ষাৰ ওপৰত জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।…
এবছুৰ আদৰণিৰ বিপৰীতে বিটিআৰত শোণিতপুৰৰ গাঁৱৰ অন্তৰ্ভুক্তিকলৈ তীব্ৰ প্ৰতিবাদ চাৰিদুৱাৰ আৰু…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৭জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰৰ দুখন গাঁও বিটিআৰৰ অন্তৰ্ভুক্ত হোৱাকলৈ আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে চাৰিদুৱাৰত৷ উল্লেখযোগ্য যে কালি দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্থলীত বিধায়ক-আদৰণী সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এন এছ…
ঃ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন৷ তদুপলক্ষে নাৰায়ণপুৰৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশৰ সূচনা হোৱাৰ সময়তে আজি বিয়লি অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখত…
শদিয়াত ইন্ধনৰ ভাণ্ডাৰৰ সন্ধান লাভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জানুৱাৰীঃ এইবাৰ শদিয়াত ইন্ধনৰ বৃহৎ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে যুটীয়াকৈ চলোৱা অনুসন্ধানে। অইল, অ'এন জি চি আৰু বি আৰ পি এলে যুটীয়াকৈ চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। অইলৰ এক সূত্ৰই সদৰী কৰা মতে শদিয়াৰ…
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান
অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবেঢ়াৱা হৈছে । সেইসকল হল ক্ৰমে হেমপ্ৰভা চুতীয়া (কলা ), হেমচন্দ্ৰ গোস্বামী (কলা ) আৰু ৰামকুইৱাংবে ৱমে ( Ramkuiwangbe Newme ( সমাজসেৱা )।
তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৰ্ষজিতে গঢ়া বাগদেৱীৰ মৃন্ময় প্ৰতিমাৰে হ’ব নিজ বিদ্যালয়ত পূজা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বাগদেৱী সৰস্বতী পূজাৰ মৃন্ময় প্ৰতিমাসমূহ তেজপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ আজি নিয়া হৈছে৷ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ উৎসাহৰ মাজতে…
শিৱসাগৰত গৰুৰ শ খাই মৃত্যু হোৱা শগুণৰ সংখ্যা ২৭ টা লৈ বৃদ্ধি
দুৰ্বৃত্তক বিচাৰি বন বিভাগৰ তৃতীয় দিনাও চিতলীয়াত অভিযানঃ গোচৰ ৰুজু
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২৪ জানুৱাৰীঃ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনলৈ মাজত মাথোঁ আৰু ৬টা দিন বাকী আছে৷ ইতিমধ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সকলো প্ৰস্তুতি তুংগত উঠিছে৷ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত…
