Browsing Category
লিড
সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ
মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ
প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্তশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু…
১ জুনৰ পৰা ক্ষুদ্ৰ চাহ কাৰখানা-কেঁচা চাহপাত ক্ৰয় বন্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩১ মেঃ ভাৰত চৰকাৰৰ বাণিজ্যিক আৰু উদ্যোগ মন্ত্ৰণালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ১ জুনৰ পৰা ক্ষুদ্ৰ চাহ কাৰখানাসমূহ বন্ধ কৰাৰ বাবে ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে ৰাজ্যৰ আঢ়ৈ…
ৰেমলৰ বাবে লখিমপুৰত এলাৰ্ট জাৰি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ মেঃ লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে সাম্প্ৰতিক ঘূৰ্ণী বায়ুজনিত পৰিঘটনাৰ বাবে আজি জিলাখনত সতৰ্কবাণী জাৰি কৰিছে। এক নিৰ্দেশত অতিৰিক্ত জিলা আযুক্ত তথা মুখ্য কার্যবাহী…
লখিমপুৰত থানা জ্বলোৱাৰ পৰিকল্পনা আছিল উত্তেজিতৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৫ মেঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি উপ আৰক্ষী চকীত ২২ মেৰ নিশা এজন অভিযুক্তৰ ৰহস্যজনক মৃত্যুৰ পিছত ২৩ মেত শ শ লোকে থানা আক্ৰমণ কৰাৰ লক্ষ্যৰে শিলাবৰ্ষণ কৰা ঘটনাই নতুন মোৰ লৈছে। আজি দুপৰীয়া উত্তৰ লখিমপুৰ সদৰ থানাত আৰক্ষীৰ…
লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতাঃ অপহৃত কিশোৰীক অৰুণাচলৰ পৰা উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৯ মে ঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰি তথা গৰৈমাৰী কনুৱা গাঁৱৰ এগৰাকী কিশোৰীক কেইদিনমানৰ পূৰ্বে দুবৃৰ্ত্তই অপহৰণ কৰি নিয়াৰ পিছত অপহৃত কিশোৰীগৰাকীক অৱশেষত অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰ…
অসমবাসীক একতাৰ এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে ফাটবিহুৱে-ডাঃ প্ৰণয় ফুকন
ম'হঘুলি চাপৰিৰ পৰা শতাব্দৰ প্ৰতিবেদক, ঢকুৱাখনা, ১১ মে'ঃ ঢকুৱাখনাৰ ফাটবিহুৱে কেৱল ঢকুৱাখনাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰখা নাই, বৰঞ্চ অসমবাসীকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে বাণী প্ৰেৰণ কৰি আহিছে। এই…
নিৰ্বাচনী বণ্ড সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰাজনৈতিক দলৰ ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰায় প্ৰদান কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে এতিয়াৰ পৰা…
জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই সদনত দিলে গুৰুত্বপূৰ্ণ মন্তব্য
ঠাণ্ডা দিনৰ সংখ্যা কমি গৈছে আৰু গ্ৰীষ্ম প্রবাহ বাঢ়ি গৈছেবৃষ্টিপাতৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত ভূগর্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে,
জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ দেওহাঁহৰ বাসস্থান বিপদাপন্ন হোৱাৰ আশংকা কৰা গৈছেঅসম বিধানসভাত…
যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ…
