Browsing Category

লিড

জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই সদনত দিলে গুৰুত্বপূৰ্ণ মন্তব্য

ঠাণ্ডা দিনৰ সংখ্যা কমি গৈছে আৰু গ্ৰীষ্ম প্রবাহ বাঢ়ি গৈছেবৃষ্টিপাতৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত ভূগর্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে, জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ দেওহাঁহৰ বাসস্থান বিপদাপন্ন হোৱাৰ আশংকা কৰা গৈছেঅসম বিধানসভাত…

যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ…

প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা…

লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত

৭০ খন মহাবিদ্যালয়ৰ যোগদান নিশ্চিত ৫০ শিতানত প্ৰতিযোগিতা ১৫০০ প্ৰতিযোগীৰ মাজত হ'ব শ্ৰেষ্ঠত্বৰ যুঁজ ৬০ লক্ষাধিক টকাৰ বাজেট ৬ টা মঞ্চত একেধাৰে চলিব প্ৰতিযোগিতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জানুৱাৰীঃ সোৱণশিৰি আৰু ৰঙানদী…

আলফাৰ শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জানুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী, অসম ” চমুকৈ আলফাৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত কালি ৭ জানুৱাৰীত তিনিবাৰকৈ ড্ৰোণৰ জড়িয়তে বোমাৰ আক্ৰমণ সংঘটিত হয় ৷ সংযুক্ত মুক্তি বাহিনী, অসম প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল…

নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন. এইচ. পি. চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ভৱিষ্যতে কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ আগৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনে ইয়াৰ বিৰোধিতা…

নৰ্দমাসদৃশ পানীৰে সোৱণশিৰি বৈছে

শতাব্দ প্ৰতিবেদক, গোগামুখ ২৮ অক্টোবৰঃ গেৰুকামুখত নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন এইচ পি চিয়ে হত্যা কৰিলে চিৰ প্ৰবাহমান সোৱণশিৰি নৈক ৷ এতিয়া আৰু নদীখনে ইচ্ছামতে বৈ নাযায় আৰু নিৰ্মল,…

কংগ্ৰেছ চৰকাৰ হলে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হবঃ তেজপুৰত ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১অক্টোবৰঃ “প্ৰতি ইউনিতত ১.২৯টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনা অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷পৰৱৰ্তী…

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি ৰহস্যজনক

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল পদমৰ্যাদা হ্ৰাস কৰি মালিকপক্ষৰ হৈ মধ্যস্থতাকাৰীৰ ভূমিকাত মুখ্যমন্ত্ৰী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ছেপ্টেম্বৰঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছাৰ গৰাকীসকলৰ হৈ মধ্যস্থতাকাৰীৰ…

বিহপুৰীয়াত বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সহ ১৮ জনৰ কংগ্ৰেছত যোগদান

 বিজেপিত এতিয়া দলৰ নিষ্ঠাবান নেতা-কৰ্মী চূড়ান্ত উপেক্ষিতঃ বিজেপিৰ প্ৰাক্তন সভাপতিশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ বিজেপিত এতিয়া অন্তঃকন্দলৰ সৃষ্টি হৈছে৷ দলটোত পুৰণা অধিকাংশ কৰ্মীয়েই দলটোৰ প্ৰতি বিতুষ্ট হৈ পৰিছে৷ এই কথা…