Browsing Category

লিড

হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে–বিধায়ক অখিল গগৈ

ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত…

আকৌ আহিল বিচিজি ভেকচিনঃ আপুনিও লবনে 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুনঃ আকৌ এটা ভেকচিন লোৱাৰ সময় সমাগত। পিছে ক’ভিডৰ ভেকচিন লোৱা আৰু অলপতে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত বিশ্বজুৰি সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত আকৌ এটা নতুন ভেকচিন লোৱাৰ বাবে আপুনি মানসিকভাবে প্ৰস্তুত নে?…

সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ

মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্তশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু…

১ জুনৰ পৰা ক্ষুদ্ৰ চাহ কাৰখানা-কেঁচা চাহপাত ক্ৰয় বন্ধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩১ মেঃ ভাৰত চৰকাৰৰ বাণিজ্যিক আৰু উদ্যোগ মন্ত্ৰণালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ১ জুনৰ পৰা ক্ষুদ্ৰ চাহ কাৰখানাসমূহ বন্ধ কৰাৰ বাবে ক্ষুদ্ৰ চাহ কাৰখানাৰ স্বত্বাধিকাৰীসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে ৰাজ্যৰ আঢ়ৈ…

ৰেমলৰ বাবে লখিমপুৰত এলাৰ্ট জাৰি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ মেঃ  লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে সাম্প্ৰতিক ঘূৰ্ণী বায়ুজনিত পৰিঘটনাৰ বাবে আজি জিলাখনত সতৰ্কবাণী জাৰি কৰিছে। এক নিৰ্দেশত অতিৰিক্ত জিলা আযুক্ত তথা মুখ্য কার্যবাহী…

লখিমপুৰত থানা জ্বলোৱাৰ পৰিকল্পনা আছিল উত্তেজিতৰ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৫ মেঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি উপ আৰক্ষী চকীত ২২ মেৰ নিশা এজন অভিযুক্তৰ ৰহস্যজনক মৃত্যুৰ পিছত ২৩ মেত শ শ লোকে থানা আক্ৰমণ কৰাৰ লক্ষ্যৰে শিলাবৰ্ষণ কৰা ঘটনাই নতুন মোৰ লৈছে। আজি দুপৰীয়া উত্তৰ লখিমপুৰ সদৰ থানাত আৰক্ষীৰ…

লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতাঃ অপহৃত কিশোৰীক অৰুণাচলৰ পৰা উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৯ মে ঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰি তথা গৰৈমাৰী কনুৱা গাঁৱৰ এগৰাকী কিশোৰীক কেইদিনমানৰ পূৰ্বে দুবৃৰ্ত্তই অপহৰণ কৰি নিয়াৰ পিছত অপহৃত কিশোৰীগৰাকীক অৱশেষত অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰ…

অসমবাসীক একতাৰ এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে ফাটবিহুৱে-ডাঃ প্ৰণয় ফুকন

ম'হঘুলি চাপৰিৰ পৰা শতাব্দৰ প্ৰতিবেদক, ঢকুৱাখনা, ১১ মে'ঃ ঢকুৱাখনাৰ ফাটবিহুৱে কেৱল ঢকুৱাখনাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰখা নাই, বৰঞ্চ অসমবাসীকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে বাণী প্ৰেৰণ কৰি আহিছে। এই…

নিৰ্বাচনী বণ্ড সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰাজনৈতিক দলৰ ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰায় প্ৰদান কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে এতিয়াৰ পৰা…