Browsing Category

লিড

অসমৰ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্টঃ সোমবাৰে দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ…

দুই যুৱকৰ অসম-অৰুণাচলৰ সমন্বয় চাইকেল যাত্রাক লখিমপুৰত সাদৰ আদৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ সমৰ্থনত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালিৰে পৰা অৰুণাচলৰ পূৱ চিয়াং জিলা পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ ইটানগৰ-…

অস্থিৰ হ’ব নেকি স্বাধীনতা দিৱসঃ তিনিচুকীয়াত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে…

ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব

 শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্ট: যদিও ফলবিধ বিদেশী, তথাপি ড্ৰেগন ফলে আমাৰ দেশত ক্ষিপ্ৰতাৰে স্বীকৃতি লাভ কৰিছে। ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব ! ই আচলতে এক প্ৰকাৰৰ কেকটাছ ভিত্তিক ফল। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ,…

শাক-পাচলি খেতিৰে বছৰি ৪ কোটি টকা উপাৰ্জন কৰে গীতাঞ্জলিয়ে

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ কৃষিক্ষেত্ৰত স্থায়ী উপাৰ্জন নাই। খৰাং বা বানপানীৰ দৰে প্ৰাকৃতিক কাৰণে যথেষ্ট ক্ষতি কৰিব পাৰে। যাৰ ফলত তেওঁলোকে বাৰে বাৰে বৃহৎ লোকচানৰ সন্মুখীন হয়। কিন্তু আজিকালি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব…

অৱশেষত মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ…

ডাঃ অমৰেন্দ্ৰ গগৈলৈ “বিহু প্ৰজ্ঞা” বঁটা আৰু ড° অনিল শ‌ইকীয়ালৈ “বিহু…

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: বিহু কৃষ্টি পৰিষদ, অসমৰ "বিহু প্ৰজ্ঞা" বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈ আৰু "বিহু মহীয়ান" বঁটা শিক্ষাবিদ, লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়ালৈ আগবঢ়োৱাৰ বিষয়ে আজি ঘোষণা কৰা হৈছে ৷যোৱা সাত…

সত্তৰোৰ্ধৰ ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগত অগপৰ তিনিচুকীয়া জিলাৰ সভাপতিক আটক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : এজন সত্তৰোৰ্ধৰ ব্যক্তিক পথত মাৰপিট কৰাৰ গুৰুতৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰিছে অসম গণ পৰিষদ (অগপ) দলৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণক ৷ তিনিচুকীয়া আৰক্ষীৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে ৷…

চেনি নাখাবঃ ডাঃ ৰেমণ্ড ফ্ৰান্সিছে কি কৈছে

ডাঃ ৰেমণ্ড ফ্ৰান্সিছে তিনিখন গ্ৰন্থ লিখিছিল: ১/ আৰু কেতিয়াও অসুস্থ নহব ২) আৰু কেতিয়াও কেন্সাৰক ভয় নকৰিব ৩/ আৰু কেতিয়াও শকত নহব৭৫ বছৰ বয়সত চিকিৎসকজন মাত্ৰ ফ্লুৰ দ্বাৰা আক্ৰান্ত হয় আৰু তেতিয়াও মাত্ৰ এবাৰহে ... কিতাপখনত ইয়াৰ…

ভয় আৰু নিৰাপত্তাহীনতাই মোক আগুৱাই নিছে– আমিৰ খান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ তিনিটা দশকৰো অধিক সময় ধৰি চলি থকা কেৰিয়াৰত আমিৰ খানে বহু ব্লকবাষ্টাৰ ছবিৰ অংশ হৈ আহিছে আৰু দেশৰ  অন্যতম ডাঙৰ ছুপাৰ ষ্টাৰ হৈয়ে আছে। শেহতীয়াকৈ আমিৰ খান পুনৰ চৰ্চালৈ আহিছে "লাল সিং চাড্ডা" নামৰ চিনেমাখনক লৈ।…