Browsing Category

লিড

চেনি নাখাবঃ ডাঃ ৰেমণ্ড ফ্ৰান্সিছে কি কৈছে

ডাঃ ৰেমণ্ড ফ্ৰান্সিছে তিনিখন গ্ৰন্থ লিখিছিল: ১/ আৰু কেতিয়াও অসুস্থ নহব ২) আৰু কেতিয়াও কেন্সাৰক ভয় নকৰিব ৩/ আৰু কেতিয়াও শকত নহব৭৫ বছৰ বয়সত চিকিৎসকজন মাত্ৰ ফ্লুৰ দ্বাৰা আক্ৰান্ত হয় আৰু তেতিয়াও মাত্ৰ এবাৰহে ... কিতাপখনত ইয়াৰ…

ভয় আৰু নিৰাপত্তাহীনতাই মোক আগুৱাই নিছে– আমিৰ খান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ তিনিটা দশকৰো অধিক সময় ধৰি চলি থকা কেৰিয়াৰত আমিৰ খানে বহু ব্লকবাষ্টাৰ ছবিৰ অংশ হৈ আহিছে আৰু দেশৰ  অন্যতম ডাঙৰ ছুপাৰ ষ্টাৰ হৈয়ে আছে। শেহতীয়াকৈ আমিৰ খান পুনৰ চৰ্চালৈ আহিছে "লাল সিং চাড্ডা" নামৰ চিনেমাখনক লৈ।…

অযোধ্যাত ৰাম মন্দিৰত ৪০ শতাংশ কাম সম্পূৰ্ণ

অযোধ্যা ৭ আগষ্টঃ অযোধ্যাৰ ৰাম মন্দিৰৰ  নিৰ্মাণ অব্যাহত আছে। ঠিক দুবছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। ২০২৪…

“স্বাধীনতা দিৱস”ত সৰ্বাত্মক বন্ধৰ আহ্বান আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্টঃ পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰৰ ১৫ আগষ্টৰ "স্বাধীনতা দিৱস"ত সৰ্বাত্মক বন্ধৰ আহ্বান দিছে আলফাই। সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ লগতে এন এছ চি এন/জি পি আৰ এনে এক যৌথ বিবৃতিত অসম, নাগাভূমি, মণিপুৰ, ত্ৰিপুৰা আৰু…

শ্ৰীলংকা বন্দৰৰ দিশে চীনৰ জাহাজঃ বাঢ়িছে ভাৰতৰ উদ্বেগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ভাৰতৰ আপত্তি থকাৰ পাছতো চীনৰ এখন জাহাজ শ্ৰীলংকাৰ বন্দৰ অভিমুখে আগবাঢ়িছে বুলি সূত্ৰত প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ১১ বা ১২ আগষ্টৰ ভিতৰত জাহাজখন শ্ৰীলংকাৰ বন্দৰত উপস্থিত হ’ব। ৪০০ৰো অধিক চীনা…

স্বাধীনতাৰ ৭৫বছৰ পাছতো এম্বুলেন্স যাব নোৱাৰা পথটো আছে অসমতে

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪আগষ্ট:তেজপুৰৰে নিকটৱৰ্তী দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে ১০৮এম্বুলেঞ্চে।দেশে স্বাধীনতা লাভৰ ৭৫বছৰ সম্পূৰ্ণ কৰাৰ সময়ত এই অঞ্চলত আনকি প্ৰসূতীয়ে ডাংকোলাকৈ অনা অৱস্থাত বাটতে সন্তান জন্ম দিয়াৰ দৰে…

১ লিটাৰ ইন্ধনেৰে চলিব ৪৫০ কিলোমিটাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সততে দেশবাসীক পেট্ৰ’ল-ডিজেলৰ বাহন এৰিবলৈ আহ্বান জনাই আহিছে নিত্য বৃদ্ধি পোৱা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত। তেওঁ বাৰে বাৰে প্ৰদূষণ হ্ৰাস আৰু…

ভাৰতীয় লন বলৰ ‘ফেন্টাষ্টিক ফ’ৰ’

দাদুল দেৱকৃষ্ণ বৰুৱা ৰাতিটোৰ ভিতৰতে কোনো 'ষ্টাৰ' নহয়। তৰা একোটাৰ গঠন যিদৰে দীৰ্ঘদিনীয়া এক পৰিক্ৰমা, ঠিক একেদৰেই বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত একোগৰাকী ব্যক্তিয়ে নিজৰ সপোন পূৰণ কৰে। প্ৰতিটো সফলতাৰ আঁৰত থাকে ঘাম আৰু চকুপানীৰ লুণীয়া! কঠোৰ…

কাৰ্ডৰ সলনি আহি আছে টোকেন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্ট : বজাৰ কৰাৰ পৰা মোবাইল ৰিচাৰ্জলৈকে অনলাইনত ধন লেনদেন কৰাৰ প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়িছে। অনলাইনত ধনৰ লেনদেন কৰাৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকৰ তথ্য যাতে উন্মোচিত নহয় তাৰ বাবে টোকেন প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ…

জাপানীজ এনকেফেলাইটিছ : অসমত মৃতকৰ সংখ্যা ৫২ লৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসমত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগত আক্ৰান্ত হৈ আৰু ৪ জন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ নগাঁও জিলাত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যত বিগত ২৪…