Browsing Category
লিড
ফৰাচী নৌসেনাৰে অনুশীলনত ভাৰতীয় যুদ্ধ জাহাজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ অন্যতম অৰ্থনৈতিক আৰু সামৰিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে দেশখনে। মুঠতে নতুন দিল্লীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত…
ক’ৰনা ভাইৰাছ উত্থানৰ আঁৰত পৰিৱেশ প্ৰদূষণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : জনসংখ্যা বিস্ফোৰণ আৰু পৰিৱেশ প্ৰদূষণ বিশ্বৰ সকলো সমস্যাৰ মূল। এইবাৰ ক’ৰনা ভাইৰাছ বৃদ্ধিৰ লগত এইবোৰ কাৰকৰ সম্পৰ্ক বিচাৰি উলিয়াইছে বিজ্ঞানীসকলে। বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে বনাঞ্চল ধ্বংস, অপৰিকল্পিত…
বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী ভাষাত শিক্ষা – চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অসম সাহিত্য সভা
শতাব্দ প্ৰতিনিধি তেজপুৰ তেজপুৰ ৩০ জুলাইঃ চৰকাৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আৰু বিশেষকৈ অসমৰ শিক্ষাৰ্থীয়ে ইংৰাজী শিক্ষাত অধিক গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটি ইংৰাজী ভাষাৰ…
তাৰকাৰাজ্যৰ বাহিৰত তৰা সৃষ্টিৰ ৰহস্য ভেদত সাফল্য লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ গবেষকৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক-বিজ্ঞানী অংশুমান বৰগোহাঁয়ে আৱিষ্কাৰ কৰিছে যে পৃথিৱীৰ পৰা প্ৰায় ১.৫-৩.৯ বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত দূৰৱৰ্তী নীলা আটিল বাওনা তাৰকাৰাজ্যৰ (Blue Compact Dwarf or BCD galaxy)…
ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি
গুৱাহাটীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ…
মংগল গ্ৰহৰ শিল আনিব নাছাৰ হেলিকপ্টাৰে!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : মংগল গ্ৰহৰ বিষয়ে অধিক সবিশেষ জানিবলৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এইবাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। জানিব পৰা মতে, মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ শিল আৰু মাটিৰ নমুনা আনিবলৈ দুখন সৰু হেলিকপ্টাৰ…
সাধাৰণ মানুহৰ ঘৰ চলোৱাৰ খৰছ কিমান?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীয়ে বজাৰত জুই লগা সময়ত পৰিয়াল চলাবলৈ শতবাৰ চিন্তা কৰিবলগীয়া হৈছে। এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে নিজেই উদ্যোগ লৈছে দেশৰ জনসাধাৰণৰ ঘৰ-বাৰী চলোৱাৰ ব্যয় জানিবলৈ। সাধাৰণ লোকক…
দেশৰ ৫০ খন নগৰলৈ গুগলৰ ‘ষ্ট্ৰীট ভিউ মেপ’ সেৱা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : এইবাৰ গুগলে দেশৰ ৫০খন নগৰলৈ ষ্ট্ৰীট ভিউ মেপ সেৱা সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত অফিচৰ যাতায়াতৰ পৰা আৰম্ভ কৰি পথচাৰীসকলেও বহুখিনি লাভৱান হ'ব বুলি আশা কৰা হৈছে। গুগলৰ এই সেৱাই ‘ডিজিটেল…
মালদ্বীপত অনুষ্ঠিত এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত জিলিকিল তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুলাই : তেজপুৰৰ দুটি সন্তানৰ এগৰাকী মাতৃ ছায়া বৰুৱাই সাংসাৰিক ব্যস্ততা, নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কৰ্ম ব্যস্ততাৰ মাজতো কঠোৰ সাধনা আৰু একাগ্ৰতাৰে শৰীৰ চৰ্চাত জড়িত হৈ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন…
মানৱীয় অত্যাচাৰৰ পৰিণতি : হিমালয়ত ধ্বংসৰ দুন্দুভি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : হিমালয়ত জলবায়ু পৰিৱৰ্তন আৰু অপৰিকল্পিত মানৱ হস্তক্ষেপে পাহাৰীয়া দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে, যাৰ ফলত বহুগুণে সম্পত্তি আৰু মানৱ জীৱনৰ ক্ষতি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামৰ অমৰনাথ মন্দিৰৰ সমীপৰ…
