Browsing Category

লিড

মানৱীয় অত্যাচাৰৰ পৰিণতি : হিমালয়ত ধ্বংসৰ দুন্দুভি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : হিমালয়ত জলবায়ু পৰিৱৰ্তন আৰু অপৰিকল্পিত মানৱ হস্তক্ষেপে পাহাৰীয়া দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে, যাৰ ফলত বহুগুণে সম্পত্তি আৰু মানৱ জীৱনৰ ক্ষতি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামৰ অমৰনাথ মন্দিৰৰ সমীপৰ…

গাৰ্ডেনৰিচত নিৰ্মিত নৌসেনাৰ ‘মেঘনাদ’ মুকলি হ’ল হুগলীৰ জলসীমাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কলকাতাই ভাৰতীয় নৌসেনাক ‘মেঘনাদ’ দান কৰিলে। মধুকাবীৰৰ 'গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ'ৰ নিৰ্মিতি এই 'মেঘনাদ'। বাঙালী কবি মাইকেল মধুসুদন দত্তই ৰাৱণপুত্ৰ তথা সেনাপতি ইন্দ্ৰজিতৰ বিষয়ে ‘মেঘনাদ বধ’ কবিতাত লিখিছিল।…

৩৬০০ কি:মি: অতিক্ৰমি ইৰাণত ৰাছিয়াৰ ৰে’লঃ লক্ষ্য ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : অৱশেষত প্ৰথমবাৰৰ বাবে বহু প্ৰত্যাশিত আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (INSTC) ব্যৱহাৰ কৰি মিত্ৰ দেশ ভাৰতৰ বাবে সামগ্ৰী কঢ়িওৱা এখন ৰাছিয়াৰ ৰে’ল ইৰাণত উপস্থিত হয়। জানিব পৰা মতে, সেই সময়ত ৰে’লখনে…

বজাৰলৈ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰ’না ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বত কভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এইবাৰ সেই আদৰ পুনাৱালাৰ কোম্পানী ছেৰামে বজাৰলৈ আনিছে মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ…

এছ বি আইৰ বাহিৰে ব্যক্তিগত খণ্ডলৈ যাব বহুকেইটা ৰাজহুৱা খণ্ডৰ বেংক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ব্যক্তিগত বেংকসমূহ চৰকাৰী বেংক (পিএছবি)ৰ এক বিশ্বাসযোগ্য বিকল্প হৈ পৰিছে। গতিকে চৰকাৰে ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ বাহিৰে সকলো চৰকাৰী বেংকৰ ব্যক্তিগতকৰণৰ পথত খোজ আগবঢ়াব লাগে। নেচনেল কাউন্সিল অৱ এপ্লাইড…

১৮ বছৰৰ ওপৰৰ সকলোলৈকে বিনামূলীয়া বুষ্টাৰ ড’জ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৫ জুলাই, অৰ্থাৎ কাইলৈৰ পৰা সকলো চৰকাৰী প্ৰতিষেধক কেন্দ্ৰত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুষ্টাৰ ড’জ। এতিয়ালৈকে চৰকাৰী প্ৰতিষেধক কেন্দ্ৰসমূহত মাত্ৰ ৬০ বছৰীয়া লোক, কোভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মীসকলেহে…

উত্তৰ বংগ, ছিকিমৰ পিছত অৰুণাচল পালেহি নাইৰোবি ফ্লাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ছিকিম, উত্তৰ বংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত নাইৰোবি ফ্লাই নামৰ মাখিবিধ লাহে লাহে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজ্যখনৰ ৰামকৃষ্ণ মিছন হাস্পতালৰ…

দেশ ‘পুলিচ ষ্টেট’ হ’ব নালাগে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই: মহম্মদ জুবাইৰক আজি ১২ জুলাইত উচ্চতম ন্যায়ালয়ত জামিন প্ৰদান কৰা হয়। কিন্তু পাটিয়ালা হাউছ কোৰ্টৰ আন এক গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অভিযুক্ত সাংবাদিকগৰাকী আপাততঃ কাৰাগাৰত থাকিবলগা হৈছে। এনে অৱস্থাত জামিন…

নিউয়ৰ্কৰ পাঁচগুণ এলেকাৰ বন ধ্বংস আমাজনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চলিত বৰ্ষৰ প্ৰথম ছমাহত অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্যৰ অৰণ্য কাটি মুকলি কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপে। উপগ্ৰহ প্ৰেৰিত ফটোত দেখা গৈছে যে, আমাজন বৰ্ষাৰণ্যত নিউয়ৰ্ক চহৰৰ পাঁচগুণ…

দেশৰ সকলোতকৈ বয়সস্থ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : বেতাজ বাদশ্বাহ ৰাজাই বন্দী অৱস্থাত জীৱনৰ অন্ত পেলালে। ভাৰতৰ আটাইতকৈ বয়সস্থ বাঘটো আছিল বন্দী অৱস্থাত থকা ৰাজা। আজি মৃত্যুৰ সময়ত বয়স হৈছিল ২৫ বছৰ। আলিপুৰদুৱাৰৰ দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰত নিৰৱ…