Browsing Category

লিড

‘ডাবল ইঞ্জিন’ৰ ৰাজ্যত শিক্ষাৰ মান নিম্নতম স্তৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সফলতাৰ দাবী যে বিফল, সেয়া প্ৰমাণ কৰিছে হ’ল স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে। শেহতীয়াকৈ বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ সৰু-বৰ নেতাসকলে ‘ডাবল ইঞ্জিন’…

আত্মনিৰ্ভৰঃ ১৩ হাজাৰ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ২০২১-২২ চনত ভাৰতে অভিলেখ সংখ্যক প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। বছৰটোত ভাৰতে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৫৪ শতাংশ বেছি। এগৰাকী শীৰ্ষ…

সুষম খাদ্যৰ পৰা বঞ্চিত ৯৭ কোটি ভাৰতীয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : সুষম আহাৰ কমেও ৬১% ভাৰতীয়ৰ সাধ্যৰ বাহিৰত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই কৰা এক অধ্যয়নৰ পৰা এই তথ্য লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, সংখ্যাৰ হিচাপত ভাৰতৰ প্ৰায় ৯৭ কোটি লোক বৰ্তমান সুষম খাদ্যৰ পৰা বঞ্চিত…

১০ মহীয়া কেঁচুৱাক ৰে’লৰ চাকৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা এটি ১০ মহীয়া কেঁচুৱা। চত্তিচগড়ত হোৱা এক দুৰ্ঘটনাৰ ফলত শিশুটি অনাথ হৈ পৰে। অৱশ্যে এইবাৰ ৰেলৱেই তেওঁক চাকৰিৰ প্ৰস্তাৱ দিলে। ৰে’লৱেৰ সূত্ৰ অনুসৰি তেওঁক অনুকম্পামূলক কাৰণত চাকৰি…

ভাৰতীয় মূলৰ ঋষি সুনক বৃটেইনৰ প্ৰধানমন্ত্ৰী !

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাই: বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে । কভিড লকডাউনৰ সময়ত বাৰ্থডে পাৰ্টি কৰা, যৌন কেলেংকাৰি আদি কেইবাটাও অভিযোগৰ বাবে জনচনৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল আৰু তেওঁ নেতৃত্বৰ প্ৰতি চাপ সৃষ্টি…

এইবাৰ বজাৰলৈ স্মাৰ্ট বটলঃ কৈ দিব পানী খোৱাৰ সময় আৰু পৰিমাণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : সমগ্ৰ বিশ্বতে উষ্ণতা বৃদ্ধি। দিনক দিনে গৰম বাঢ়ি গৈ আছে। মেৰুৰ বৰফো গলি গৈ আছে। বিশেষজ্ঞসকলে কয় যে, এই তীব্ৰ তাপত মানুহৰ শৰীৰটোও শুকাই গৈছে। ইয়াৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল পৰ্যাপ্ত পৰিমাণে পানী…

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ মাৰিয়ানালৈ ফিল্ডছ মেডেল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ইউক্ৰেইনৰ মেৰিনা ভ্যাজ’ভস্কাই বিশ্বৰ দ্বিতীয়গৰাকী মহিলা হিচাপে ফিল্ডছ মেডেল লাভ কৰে। তেওঁ এই পদকটো ৰাছিয়া-ইউক্ৰেইন যুদ্ধত প্ৰাণ হেৰুওৱা ইউক্ৰেইনৰ জনসাধাৰণলৈ উছৰ্গা কৰিছে। ফিল্ডছ মেডেলক গণিতৰ নোবেল বঁটা…

কভিড পৰীক্ষাত বৃহৎ সফলতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ভাৰতকে ধৰি বিশ্বৰ বহু দেশত যোৱা কেইদিনমানৰ পৰা কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে আৰু বহু দেশত অমিক্ৰন ভেৰিয়েন্টৰ উপ-ভেৰিয়েন্টৰো আবিৰ্ভাৱ হৈছে। ইফালে, বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে কভিড-১৯ পৰীক্ষাৰ এক…

সাকাৰ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ঘৰুৱা প্ৰযুক্তিৰ সহায়ত ভাৰতীয় নৌসেনা শক্তিশালী হৈ উঠিছে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ বাবে নৌসেনাই অহা বছৰ কমেও ৭৫ টা নতুন থলুৱা প্ৰযুক্তি আৰু সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 'স্প্ৰিণ্ট'…

দেশৰ ১০ ৰাজ্যত কভিডৰ নতুন ভেৰিয়েণ্টঃ ৬৯ জন আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে নতুন উপপ্ৰজাতিৰ কভিড। ইজৰাইলৰ টেল হাছ’মাৰা চাৰ্ভিচ মেডিকেল চেণ্টাৰৰ ভাইৰ’লজি লেবৰেটৰীৰ গৱেষক ডাঃ শ্বে ফ্লেছনে জানিবলৈ দিয়ামতে ভাৰতত চিনাক্ত কৰা হৈছে কৰ’না ভাইৰাছৰ অতি সংক্ৰমক…