Browsing Category

লিড

মহাভাৰতৰ ইংৰাজ কথক পিটাৰ ব্ৰুকৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : পিটাৰ ব্ৰুকৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত এইজন ইংৰাজী থিয়েটাৰ আৰু চিনেমা পৰিচালকৰ বয়স আছিল ৯৮ বছৰ। পেৰিছত তেওঁৰ মৃত্যু হোৱা বুলি ৩ জুন দেওবাৰে খবৰ প্ৰকাশ পাইছে। ব্ৰুকৰ জন্ম হৈছিল ১৯২৫ চনত। ১৯৫০ চনৰ আৰম্ভণিৰ…

সাৱধানঃ চাইবাৰ ক্ৰাইমৰ পাশত আপুনিও পৰিব পাৰে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই : ডিজিটেল ইণ্ডিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এটা ভাৰ্চুৱেল সপোনৰ জৰিয়তে দেশখনক ‘আত্মনিৰ্ভৰশীল’ কৰি তুলিব বিচাৰিছে। প্ৰধানমন্ত্ৰীৰ এই সপোন কেতিয়া সফল হ’ব সেয়া সময়েহে ক’ব। কিন্তু আধুনিকতাৰ…

টকাৰ অৱমূল্যায়ন ৰোধৰ প্ৰচেষ্টাত চৰকাৰ সফল হ’বনে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ  বিগত কেইমাহমান ধৰি আমেৰিকান ডলাৰৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশৰ মুদ্ৰাৰ মূল্য নিম্নগামী হৈছে । ইয়াৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰতো পৰিছে । প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে কেইমাহমান আগলৈকে ৭৫-৭৬ টকা হৈ থকা ভাৰতীয় টকাৰ…

এটা চিপে ধৰা পেলাব হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আগতীয়া লক্ষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : শেহতীয়া দিনবোৰত হৃদৰোগ এক সাধাৰণ পৰিঘটনা হৈ পৰিছে। যোৱা বছৰ প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, বিশ্বজুৰি হৃদযন্ত্ৰৰ ৰোগ (CVD) হৈছে মৃত্যুৰ প্ৰধান কাৰণ। সেয়েহে সকলোৱে…

লিচবনত আৰম্ভ ৰাষ্ট্রসংঘৰ মহাসাগৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ মানৱ জীৱনত পৰিবলৈ আৰম্ভ কৰিছে। একাধিক হিমবাহ গলিবলৈ ধৰিছে। বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্ৰতো পৰিবলৈ আৰম্ভ কৰিছে। বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজৱ কাণ্ডঃ নিশাৰ ভিতৰতে ল’ৰাৰ সলনি মাতৃৰ বুকুত সোমাল কন্যা…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুন : অথন্তৰে লগ নেৰা লখিমপুৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত এইবাৰ ঘটিল অন্য এক আজব ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত ল'ৰা সন্তান জন্ম হোৱাৰ পিছত নিশাটোৰ ভিতৰতে অভিভাৱকে কন্যা সন্তান লাভ কৰা ঘটনাই তীব্ৰ…

মহাৰাষ্ট্রজুৰি গৃহযুদ্ধ শিৱসেনাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : বিনা যুদ্ধে সূচ্যগ্র মেদিনী দিবলৈ ৰাজি নহয় উব্ধৱ থাকৰে। নাটকৰ শেষ দৃশ্যৰ আগেয়ে তেওঁ ইস্তফা নিদিয়ে। কাৰণ, এতিয়া আৰু চৰকাৰ নহয়, দলৰ অধিকাৰ ৰক্ষাই প্রধান যুদ্ধত পৰিণত হৈছে। এই পৰিস্থিতিত ২৫ জুনত মহাৰাষ্ট্রৰ…

নামছাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : এপ্ৰিল মাহৰ ডেল্টা স্ক’ৰৰ ভিত্তিত নীতি আয়োগে শ্ৰেণীভুক্ত কৰা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ নামছাই জিলাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলাত স্থান লাভ কৰিছে। নামছায়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লাভ কৰা…

এবাৰ বেজি ল’লেই নিৰ্মূল হ’ব এইডছ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : কেন্সাৰৰ পিছত এইবাৰ এইডছ (AIDS)। দুৰাৰোগ্য ৰোগত সোণালী আলোকৰ ৰেখা। এইচ আই ভি (HIV) বা হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছক কাবু কৰাৰ চাবিকাঠি পাই গৈছে গৱেষকসকলে। তেল আভিভ বিশ্ববিদ্যালয়ৰ এদল মেধাবী, অনুসন্ধিৎসু…

পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ জুনঃ  সাহিত্যৰ অকাডেমিয়ে অসমীয়া ভাষাৰ বাবে পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ বঁটা আগবঢ়াইছে। অৰুণাচলৰ প্ৰসিদ্ধ লেখিকা মামং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensam গ্ৰন্থখনিৰ অসমীয়া অনুবাদ "দাঁতি পাৰৰ মানুহ"ৰ বাবে…