Browsing Category

লিড

অসমৰ তপন কুমাৰ ডেকাক আই বিৰ মুৰব্বী নিযুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : অহা ৩০ জুনত বৰ্ধিত কাৰ্যকাল সমাপ্ত হ’বলগীয়া অৰবিন্দ কুমাৰৰ ঠাইত আজি ২৪ জুনত আই পি এছৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ (আই বি) মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ আই বিৰ অপাৰেচন উইং চম্ভালি…

সমুদ্রৰ বুকু ফালি দুৰন্ত গতিত চলিব ট্রেইন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : এইবাৰ দক্ষিণ ৰেলৱেই এক অবিশ্বাস্য কাম কৰিবলৈ আগবাঢ়িছে। ৰামেশ্বৰমলৈ অহা পর্যটকসকলো সাক্ষী থাকিব এক বিষ্ময়কৰ সৃষ্টিৰ। জনা গৈছে যে, এইবাৰ নিৰ্মাণ হ'বলৈ গৈ আছে প্রায় ৫৬০ কোটি টকা ব্যয়সাপেক্ষ পামবান সেতু। মূলতঃ…

দেশৰ ১৭টা বেংকত ৩৪,৬১৫ কোটিৰ জালিয়াতি !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : দেশৰ বৃহত্তম বেংক জালিয়াতিৰ ক'লা ছাঁ পৰিছে ভাৰতৰ অর্থনীতিত। এইবাৰ ১৭টা বেংকৰ পৰা প্রায় ৩৪ হাজাৰ কোটি টকা উধাও হোৱাৰ তথ্য ফাদিল হৈছে। অভিযোগৰ আঙুলি উঠিছে এটা সংস্থাৰ প্রাক্তন চিএমডি কপিল ৱাধৱান, পৰিচালক ধীৰজ…

আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ২০২২

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস বা বিশ্ব অলিম্পিক দিৱস প্ৰতি বছৰে ২৩ জুনত পালন কৰা হয়। এই দিৱস খেলা-ধূলা, স্বাস্থ্য, আৰু একত্ৰিত হৈ থকাৰ উদযাপন। দিনটোৱে সকলোকে একত্ৰিত হ’বলৈ আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে…

বাইডেনৰ ঐতিহাসিক সিদ্ধান্তঃ শীর্ষ বিজ্ঞান উপদেষ্টা হ’ল ভাৰতত জন্ম গ্ৰহণ কৰা আৰতি প্রভাকৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ভাৰতীয় বংশোদ্ভূত গৱেষক আৰতি প্রভাকৰক তেওঁৰ শীর্ষ বিজ্ঞান উপদেষ্টা হিচাবে মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। বাইডেনৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰিছে আমেৰিকাৰ ভাৰতীয় সমাজে। ২০ জুনত…

ৰাষ্ট্রপতি পদত এনডিএৰ প্রার্থীৰূপে কিয় দ্রৌপদী মুর্মুৰ নাম বাচনিত উঠিল ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ৰাষ্ট্রপতি পদৰ বাবে এনডিএৰ প্রার্থী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। তেওঁ ঝাড়খণ্ডৰ প্রাক্তন ৰাজ্যপাল। বিজেপি নেতৃত্বৰ দাবী— তেওঁ প্রথম এনডিএৰ তৰফৰ পৰা ৰাষ্ট্রপতি পদৰ আদিবাসী প্রার্থী।…

সকলোতকৈ শান্তিৰ দেশ আইচলেণ্ড

অশান্তিৰ দেশ আফগানিস্তানশতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : বিশ্বৰ কিছুমান দেশত বিৰাজ কৰে শান্তি, কিছুমান দেশত কিন্তু ঘোৰ অশান্তি। সেই হিচাবেই সেই দেশৰ জনতাই তাৰ প্রতিক্রিয়া জনায়। শান্তি বা অশান্তিৰ চেহেৰা জনগণৰ আচৰণ আৰু সংশ্লিষ্ট দেশৰ…

দেশৰ মিছাইলৰ তথ্য পাকিস্তানৰ হাতত? পাক মহিলাৰ জালত ভাৰতৰ প্রতিৰক্ষা কর্মচাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : পুনৰ হানিট্রেপৰ কবলত ভাৰতৰ প্রতিৰক্ষা গৱেষণা বিভাগৰ কর্মচাৰী। দেশৰ মিছাইল ব্যৱস্থাৰ গুৰুত্বপূর্ণ আৰু গোপন তথ্য পাকিস্তানৰ হাতলৈ গৈছে বুলিয়েই অনুমান কৰা হৈছে। জনা গৈছে যে, ছচিয়েল মিডিয়াৰ মাধ্যমেৰে…

বৃষ্টিপাতঃ শুকুৰবাৰে মৌচিনৰামে নিজেই ভাঙিলে ৫৬ বছৰৰ অভিলেখ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন : দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত এতিয়া অবিৰাম বৃষ্টিপাতৰ যেন প্ৰতিযোগিতাহে হৈছে ! পাহাৰ-পৰ্বত, ভৈয়াম ক'তো বাকী নাই। আজি প্ৰায় এমাহমানৰ পৰাই নিৰৱিচ্ছিন্ন ভাবে অহা মুষলধাৰ বৰষুণৰ পানীৰ ধলে এই অঞ্চলটোত এফালৰ পৰা…

পর্যাপ্ত এন্টি অক্সিডেন্টসমৃদ্ধ পাঁচবিধ খাদ্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুন : বয়স ৩০ পাৰ হোৱাৰ পিছত এটাৰ পিছত আন এটা ৰোগে বাহ বান্ধে শৰীৰত। এফালে ডায়েবেটিচ, প্রেচাৰ; আনফালে হার্টৰ সমস্যা কিম্বা কিডনিৰ সমস্যা। এই সকলো ৰোগৰ পৰা মুক্তি পাবলৈ প্রয়োজন সঠিক খাদ্যাভ্যাস। সুস্থ থাকিবলৈ…