Browsing Category
লিড
অর্ধেকৰো কম দামত পেট্র’ল-ডিজেল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : পেট্র'ল-ডিজেলৰ ক্রমবর্ধমান মূল্যস্ফীতিৰ মাজতে সাধাৰণ মানুহৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্রেই পেট্র'ল আৰু ডিজেলৰ দাম কমোৱাৰ ঘোষণা দিব পাৰে চৰকাৰে। সূত্রৰ মতে, পহিলা এপ্রিল, ২০২৩ৰ পৰা ২০ শতাংশ ইথানল মিশ্রিত…
অৰুণাচলৰ নেচিফু সুৰংগ ছেপ্টেম্বৰত মুকলিৰ লক্ষ্য
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০ মে' :
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মীয়মান তথা প্ৰতিৰক্ষা আৰু সৰ্বসাধাৰণৰ যাতায়াতৰ বাবে গুৰুত্বপূৰ্ণ নেচিফু সুৰংগৰ নিৰ্মাণৰ শেষ পৰ্যায়ৰ বাবে প্ৰয়োজনীয় অন্তিমটো বিস্ফোৰণ আজি সংঘটিত কৰা হয় । উল্লেখযোগ্য…
মাজুলীত ভাৰত চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰ
মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ স্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী ২০ মে':
আজি মাজুলী-যোৰহাট দলং নিৰ্মাণ স্থলীত দলংখনত হোৱা বিসংগতি পৰিদৰ্শনৰ কৰে চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ জ'ন ৫ ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰে।দলংখনৰ খুটা…
জীৱন বীমা নিগমৰ হাতত বৃহৎ পৰিমাণৰ দাবী নকৰা ধনৰ ভাণ্ডাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে' :
ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমত এতিয়ালৈকে দাবী নকৰাকৈ থকা ধন দেশখনৰ কেইটামান কেন্দ্ৰীয় মন্ত্ৰালয়ৰ বাৰ্ষিক বাজেটতকৈ অধিক নতুবা এই ধনেৰে ভাৰতে মহাকাশলৈ দুটাকৈ গগনায়ন অভিযান…
“বিশেষ শিক্ষক” নিযুক্তি দিয়া নাই অসমৰ শিক্ষা বিভাগে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মেঃ ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিব্যাংগ শিশু সকলৰ শৈক্ষিক অধিকাৰ সুনিশ্চিত কৰিবলৈ ২৮ অক্টোৱৰ'২০২১ তাৰিখে WP(c) - 132/2016 আৰু WP(c) 876/2017 নং আবেদনৰ শুনানিত এক নিৰ্দেশাৱলী জাৰি কৰিছিল।এই শুনানিত ন্যায়ালয়ে…
প্ৰতিকূল পৰিস্থিতিঃ স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : ৰাজ্যজুৰি বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি ৰাজ্যজুৰি…
ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে ২৯ খন ৰে’লৰ যাত্রা বাতিল
শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল আৰু ঘাইপথেৰে…
অনলাইনত চলিছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ মে’ : অসমৰ একাংশ অকৰ্মণ্য বন বিষয়াৰ জ্ঞাতাসাৰেই বৃহৎ পৰিসৰত মুকলিকৈ চলি আছে বনজ সম্পদৰ চোৰাং বেহা । বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ সম্পূৰ্ণৰূপে উলংঘা কৰি এটা দুষ্ট চক্ৰই অনলাইনযোগে চলাই আছে অসমৰ দুষ্প্ৰাপ্য…
বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰা তেজপুৰৰ পকী দলংখন তিনি মাহতে ভাগিল
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬মে’: সম্ভৱত বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰিছিল এখন পকী দলং। ঠিকাদাৰে এই বিৰল নিৰ্মাণ কাৰ্যক লৈ গীনিজ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন যদিও সেই কথা গুপুতে ৰাখিছিল। কিন্তু দলংখন ভাগি পৰাতহে কমিছনৰ…
৩৬২ ফুট উচ্চতাত বিশ্বৰ দীঘল ওলমা দলং ! ক’ত আছে জানো আহক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : মাটিৰ পৰা ৩৬২ ফুট উচ্চতাত দুলিছে এখন দলং। এই দলংখনে চেক গণৰাজ্যৰ এটা শৃংগৰ পৰা আন এটা শৃংগক সংযোগ কৰিছে। যোৱা ১৩ মে' শুকুৰবাৰে এই দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়। দলংখন বিশ্বৰ আটাইতকৈ দীঘল ওলমা দলং হিচাপে…
