Browsing Category

লিড

অৰুণাচলত ত্ৰয়োদশ শতিকাৰ বসতিস্থল উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ এখন অৰণ্যৰ ভিতৰত ত্ৰয়োদশ শতিকাৰ এটা বসতিৰ অৱশিষ্ট আৱিষ্কাৰ কৰা হৈছে। ৰাজ্যিক গৱেষণা সঞ্চালকালয়ৰ প্ৰত্নতাত্ত্বিক শাখাৰ খননৰ সময়ত তৰাছো চক্ৰৰ অন্তৰ্গত ৰামঘাটৰ অৰণ্যত আৱিষ্কাৰ…

ৰাষ্ট্ৰদ্ৰোহ আইনঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাৰ আদৰণি

শতাব্দ বিশেষ প্ৰতিনিধি, ১৩ মে': ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহ সম্পৰ্কীয় আইনৰ ওপৰত অলপতে প্ৰদান কৰা ৰায়দানৰ প্ৰতি আদৰণি জনাইছে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাই। এটা টুইটত সংস্থাটোৱে কৈছে যে, "শান্তিপূৰ্ণ ভাৱে সমালোচনা কৰা কাৰ্যৰ…

ব্ৰেকিংঃ এভাৰেষ্ট আৰোহণ সপ্তমজন অসমীয়াৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ মেঃ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আজি পুৱা আৰোহণ কৰে হেদায়েৎ আলিয়ে। জন্মসূত্ৰে হাজোৰ হেদায়েৎ সম্প্ৰতি কেৰ্লিফৰ্নিয়াৰ বাসিন্দা।আজি পুৱা প্ৰায় ৭.৩০ বজাত তেঁও এটা আন্তৰাষ্ট্ৰীয় ১১ জনীয়া পৰ্বতাৰোহী দলৰ…

শ্রীলঙ্কাৰ পিছত পাকিস্তান?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : শ্রীলঙ্কাৰ প্রবল অর্থনৈতিক সংকটত পৰিছিল; আৰু তাৰ পৰাই দেশখনত শেহতীয়াকৈ ভয়ানক ৰাজনৈতিক আৰু প্রশাসনিক সঙ্কট সৃষ্টি হৈছে। এইবাৰ পাকিস্তানতো হ'ব নেকি একেই পৰিস্থিতি? সম্প্রতি চীনৰ একাধিক সংস্থাই দিয়া হুমকিৰ…

পৃথিৱীৰ পৰা পানী শুহি লয় চন্দ্ৰই ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : চন্দ্ৰত পানী আছে; এই তথ্য নিশ্চিত। ২০০৮ চনত ভাৰতৰ চন্দ্রযান মিছনে প্রথম জনায় চন্দ্ৰত পানীৰ উপস্থিতিৰ কথা । এই লৈ বিস্তৰ গৱেষণা চলিছিল; কিন্তু চন্দ্ৰলৈ পানী ক'ৰপৰা আহিছে সেই কথা জানিব পৰা হোৱা নাছিল। অর্থাৎ…

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে আশ্ৰয় ললেগৈ ত্ৰিকোমালী নৌবন্দৰত

আৰম্ভ হৈছে শ্ৰীলংকাত লঙ্কা দাহনঃ ৰাজপথত সমৱেত হৈছে লক্ষাধিক ক্ষোভিত জনতাঃ দেখা মাত্ৰকেই গুলী কৰাৰ দৰে নিৰ্দেশ নিৰাপত্তা বাহিনীকঃ কলম্বোৰ আন্তৰ্জাতিক বিমান বন্দৰটোলৈ যোৱা পথসমূহত জনতাই স্থাপন কৰিছে পৰীক্ষণ দ্বাৰ, যাতে প্ৰধানমন্ত্ৰী-অঙহী…

প্ৰয়োজন নহ’ব মহাবিদ্যালয়ৰ ডিগ্ৰী ! প্ৰতি মাহে ভাল বেতনৰ চাকৰি দিব কেন্দ্ৰই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : বর্তমান সময়ত দেশজুৰি চাকৰিৰ আকাল বহুলভাবে পৰিলক্ষিত হৈছে। ঠিক এই সময়তেই এইবাৰ বৃহৎ ঘোষণা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। আনকি তেওঁ জনালে যে, কলেজৰ ডিগ্রী নাথাকিলেও ৩০ হাজাৰ টকাৰ…

‘মাটিৰ মাত’এ জিনিলে ছটাকৈ পুৰস্কাৰ

মুক্তাৰ আলী মাটিৰ মাত' (The Sound of Soil) বিশিষ্ট লেখক দাদুল দেৱকৃষ্ণ বৰুৱাৰ এটি কবিতাৰ আলমত নিৰ্মাণ হোৱা এখন চুটি ছবি। ৰঞ্জন বৰাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এইবাৰ কঢ়িয়াই আনিলে ছটাকৈ পুৰস্কাৰ। South Indian Film…

চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ সন্মান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : পুলিৎজাৰ বঁটা-২০২২ৰ বিজয়ীসকলৰ তালিকাত স্থান দিয়া হৈছে প্রয়াত ভাৰতীয় সাংবাদিক দানিচ চিদ্দিকিক। ৰয়টাৰ্চৰ সাংবাদিক ছিদ্দিকিয়ে আফগানিস্তানত তালিবানৰ আক্ৰমণত শেষ নিঃশ্বাস ত্যাগ কৰিছিলে। চিদ্দিকিৰ উপৰি বিজয়ীসকলৰ…

সর্বকালৰ অভিলেখ ভাঙি নিম্নগামী টকাৰ মূল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ভাৰতীয় অর্থনীতিত তীব্ৰ জোকাৰণি। ভাৰতীয় মুদ্রাৰ মূল্য ডলাৰৰ তুলনাত অধিক নিম্নগামী। সর্বকালৰ অভিলেখ ভাঙি এক ডলাৰৰ মূল্য বাঢ়ি হ'ল ভাৰতীয় মুদ্রাত ৭৭.৪২ টকা। ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতীয় মুদ্রাৰ ইমান অবমূল্যায়ন…