Browsing Category
লিড
২০২৪ৰ অক্টোবৰলৈকে নিষিদ্ধ নহয় আধা লিটাৰ পানীৰ বটল
নিষিদ্ধকৰণৰ সিদ্ধান্তই বিধ্বস্ত কৰিব ৰাজ্যৰ অৰ্থনীতি
সৰ্বস্বান্ত হ’ব ৰাজ্যৰ ২০৯ উদ্যোগীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে আধা লিটাৰ পানীৰ বটল নিষিদ্ধ ঘোষণা কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱনলৈ অমানিশা নামি…
অসম আন্দোলনত সৰ্বাধিক বছৰ কাৰাবন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ আপোচহীন জাতীয়তাবাদী সত্বা, জ্যেষ্ঠ…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰবল জাতীয়তাবাদী অশোক কুমাৰ মহন্তৰ যোৱা নিশা প্ৰায় ৩ - ৫২ বজাত হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে ৭৪ বছৰ বয়সত তেজপুৰৰে টাইমছ হাস্পতালত…
তেজপুৰৰ দ পৰ্বতীয়াৰ ঐতিহ্যত ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ আঘাত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ তেজপুৰৰ দ-পৰ্বতীয়াৰ এক অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই বিপদ কঢ়িয়াই আনিছে কাষৰীয়া একাধিক অঞ্চলৰ বাবে৷ ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ ৰাইজে এই গৰাখহনীয়া শীঘ্ৰেই ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে…
চৰাইদেউৰ মৈদামঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া মন্ত্ৰীস্তৰীয় গোটে আজি মৈদাম প্ৰকল্পস্থলী…
লখিমপুৰত কাইলৈ অত্যাধুনিক সা-সুবিধাৰে ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল মুকলি হব
১১ টা বিভাগৰ অ'পিডি
টেলি আই চি ইউৰ সুবিধা
৩ টা অস্ত্ৰোপচাৰ কক্ষ মডুলাৰশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৮ ছেপ্টেম্বৰঃ চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা-সুবিধাৰে লখিমপুৰ স্বাস্থ্য সেৱা খণ্ডত সংযোজিত হৈছে এটি নতুন নাম--"ডাঃ দাস…
ভূৱা নথিৰে দেশৰ অৰ্দ্ধসামৰিক বাহিনীত যোগদান বহিৰাজ্যৰ যুৱকৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ তেজপুৰত দুই প্ৰৱঞ্চকে যোগানধৰা ভূৱা নথিৰ সহায়ত দেশৰ অৰ্দ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰি বহিৰাজ্যৰ একাংশই সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷যোৱা নিশা তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত এই…
বৰছলাৰ এগৰাকী অসহায় মহিলাৰ বাবে বৰষুণেই আতংক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত মোৱামাৰী বৰাচুবুৰীৰ এগৰাকী মহিলাৰ বাবে বাৰিষাৰ বৰষুণজাকেই সম্প্ৰতি আতংকৰ কাৰণ হৈ পৰিছে৷তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হ’লেও…
সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ কেবা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সৰব হৈ থকা বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ…
১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ৩ নতুন চিকিৎসা মহাবিদ্যালয়ত হ’ব এমবিবিএছ পাঠ্যক্ৰমৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ২৮ আগষ্ট : চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনোৱা ৰাজ্যৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ত অহা ১ ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভণি হ'ব চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম। ৰাজ্যৰ নখন পুৰণি চিকিৎসা মহাবিদ্যালয়ৰ…
নামেৰীৰ ৰিজ’ৰ্টত পহু মাংসঃ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮আগষ্টঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত অঞ্চলত বৰ্তমানেও চলি আছে সুগৰি পহুৰ চিকাৰ আৰু ইয়াৰ মাংস বিক্ৰীৰ ঘটনা৷ কালি পহু মাংসসহ দুজনক বনকৰ্মীয়ে কৰায়ত্ত কৰাৰ পাছতেই পোহৰলৈ অহা তথ্যৰ আধাৰত নামেৰীৰ ৰিহাজুলিত থকা…
