Browsing Category
লিড
ধেমাজিৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ড কোনে কৰিছিল
চূড়ান্ত শুনানীৰ সম্পূৰ্ণ এমাহৰ পাছত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান
ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত…
বিশিষ্ট শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৮ আগষ্ট : শিশু সাহিত্যৰ ক্ষেত্ৰখনক বিগত বহু বছৰ ধৰি ধাৰাবাহিক ভাৱে স্বকীয় মৌলিক ৰচনাৰ কৌশলেৰে পাঠক সকলক আকৃষ্ট কৰি অহা বিশিষ্ট শিশু সাহিত্যিক, শিক্ষাবিদ লেখিকা তেজপুৰ নিবাসী ড০ স্বাধীনতা মহন্তলৈ "অকণিৰ…
২০০ কোটিটকীয়া উন্নয়নৰ পাছতো এজাক বৰষুণতে বুৰিল সমগ্ৰ তিনিচুকীয়া চহৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ আজি পুনৰ উদঙাই দিয়ে এজাক বৰষুণে ৷ আজি দুপৰীয়া প্ৰায় আধাঘণ্টা সময় ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত একাঁঠু…
১৮ আগষ্টত মহাজাগতিক পৰিঘটনা– ছায়াশূন্য দিন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ ১৮ আগষ্টত সংঘটিত হব মহাজাগতিক পৰিঘটনা-- ছায়াশূন্য দিন। উল্লেখ্য বছৰত দুটা দিনত এই পৰিঘটনা দৃশ্যমান হয়। সূৰ্যই সৰ্বোচ্চ উচ্চতাত অৱস্থান কৰাৰ বাবে দুপৰীয়া মানুহ বা আন বস্তুৰ ছাঁ দেখা পোৱা নাযায়। এই পৰিঘটনা…
৩,৮২,০০০ বিঘা চাহখেতিলৈ অশনি সংকেত
অৰুণাচলৰ পৰা কেঁচা চাহপাতৰ অবাধ সৰবৰাহ নিষিদ্ধ কৰাৰ দাবীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ আগষ্ট : তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থকাৰ স্বাৰ্থত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অবাধে আহি থকা কেঁচা চাহপাত আইনগতভাৱে অসম…
সম্পূৰ্ণ হোৱাৰ দিশে তেজপুৰ-জামুগুৰিহাট সংযোগী চকীঘাট দলং
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ আগষ্ট : শোণিতপুৰৰ খৰস্ৰোতা জীয়াভৰলী নৈৰ ওপৰৰ দ্বিতীয়খন দলং চকীঘাট দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত৷তেজপুৰ আৰু জামুগুৰিহাটৰ দূৰত্ব প্ৰায় ডেৰঘন্টা সময়ৰ পৰা এইখন দলঙে প্ৰায় আধাঘন্টালৈ হ্ৰাস কৰিব…
জোনমণি কাণ্ডঃ পুনৰ লখিমপুৰত চি বি আইৰ দল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ ৰাজ্য কঁপাই যোৱা জোনমণি কাণ্ডৰ তদন্ত চলাই থকা চি বি আইৰ এটা দল আজি পুনৰ লখিমপুৰৰ বঙালমৰাত উপস্থিত হয়৷ চি বি আইৰ সাতজনীয়া দলটোৱে বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰাত উপস্থিত হৈ জোনমণি কাণ্ডৰ লগত সাঙোৰ…
পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !
গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ…
পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী খাবলৈ মাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ…
ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক চালেই গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তা কিমান ! এহেজাৰ লাইক পাবলৈ এতিয়া হাহাঁকাৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ ফেচবুকত জনপ্ৰিয়তাৰ গ্ৰাফ…
