Browsing Category
লিড
পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী খাবলৈ মাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ…
ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক চালেই গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তা কিমান ! এহেজাৰ লাইক পাবলৈ এতিয়া হাহাঁকাৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ ফেচবুকত জনপ্ৰিয়তাৰ গ্ৰাফ…
কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি হল অধ্যাপক ড॰ হেমন্ত শৰ্মা
কাৰাগাৰ সন্মুখতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপকজনক আদৰণি- চৰণ চুই সেৱা প্ৰাক্তন শিক্ষাৰ্থীৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ আগষ্টঃ এইখন মূৰ্ত কাৰাগাৰ, আমি দেখি থকা কাৰাগাৰ, বহু মানুহেই পৃথিৱীৰ বেলেগ বেলেগ কাৰাগাৰত বন্দী হৈ আছে।…
পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ জিলা দিৱস বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন
পুন:নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্ঘাটন
তেজপুৰৰ চিত্ৰশিল্পীৰ লাইভ কেনভাচত উদ্ভাসিত হ'ল শোণিতপুৰৰ ইতিহাস আৰু নান্দনিকতা
চাইকেল ৰেলী, যোগ শিবিৰত কেবাশ লোকৰ অংশ গ্ৰহণ
শোণিতপুৰৰ ইতিহাস সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ড° ৰাজেন…
প্ৰধান মন্ত্ৰীয়ে অনা কুৰিটা চিতাবাঘৰ নৱমটোৰ আজি মৃত্যু ঘটিল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ আনি মধ্যপ্ৰদেশৰ কুন' ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়া কুৰিটা চিতাবাঘৰ ভিতৰৰে আজি পুৱা নৱমটো চিতা বাঘৰ আকস্মিক মৃত্যু ঘটিল।উল্লেখ্য যে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
আলফাত চলিছে নিযুক্তিৰ মেলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে আলফাই (স্বাঃ) ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ নামত চাহ বাগিচাকে ধৰি উজনিৰ একাংশ ব্যক্তিলৈ ধনদাবী পত্ৰ প্ৰেৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পোহৰলৈ…
লখিমপুৰত নিশা ছাগলী চোৰে যুৱকক হত্যা কৰা ঘটনাক লৈ উত্তপ্ত লখিমপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ নগৰৰ পাশ্বৱৰ্তী বগলীজানৰ গোৱৰীশালিত যোৱা নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নিশা ছাগলী চোৰ কৰিবলৈ অহা চোৰে এজন যুৱকক হত্যা কৰা কাৰ্যক লৈ আজি লখিমপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত…
তেজপুৰৰ ঐতিহ্যমণ্ডিত ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ২৮ জুলাইঃ তেজপুৰৰ ১৪ টা জাতীয়, সামাজিক, সাংস্কৃতিক সংগঠনৰ উদ্যোগত যোৱা ২১ জুলাইত অনুষ্ঠিত হোৱা ‘নাগৰিক সভা’ৰ সিদ্ধান্ত মৰ্মে আজি তেজপুৰৰ বিশিষ্ট নাগৰিক আৰু ২৩ টা দল-সংগঠনৰ প্ৰতিনিধিয়ে ঔগুৰি পাহাৰৰ মাটি…
তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হ’ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৯জুলাইত প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪শিক্ষা বৰ্ষৰ পৰা পাঠদান আৰম্ভ হ'ব৷ আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এক সংবাদ মেলত এই…
মণিপুৰৰ বৰ্বৰ- জঘন্য কাণ্ডত জড়িতক ফাঁচী দিয়ক- সদৌ মিচিং নাৰী সংস্থা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুলাই ঃ চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হোৱা জঘন্য-বৰ্বৰ অমানৱীয় কাণ্ডৰে জড়িত সকলক শীঘ্ৰে ফাঁচীৰ দাবী জনাইছে টাকাম মিচিং মিমৌ কেবাং তথা সদৌ মিচিং নাৰী সংস্থাই৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংস্থাটোৱে এখন…
