Browsing Category
লিড
ৰাজ্যত সাত সহস্ৰাধিক প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম আজিও নিযুক্তিৰ পৰা বঞ্চিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ ৰাজ্যত আজিও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে সাত সহস্ৰাধিক এ এন এম নাৰ্চ৷ প্ৰায় আঠ বছৰ পূৰ্বেই চৰকাৰী ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চক আজিও চৰকাৰে চাকৰিত মকৰল নকৰাত তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ…
তেজপুৰৰ ঔগুৰি পাহাৰৰ সুৰক্ষাক লৈ সৰৱ বিভিন্ন সংগঠন আৰু সাহিত্য সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭ জুলাইঃ তেজপুৰৰ এক অন্যতম পৰ্যটন তথা ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ স্হান তথা তেজপুৰৰ প্ৰাকৃতিক সুৰক্ষা স্বৰূপ ঔগুৰি পাহাৰৰ এটা অংশ ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু তেজপুৰ…
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যা কৰিলে চোৰাংচিকাৰীয়েঃ গ্ৰেপ্তাৰ তিনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে ঢেকীয়াপতীয়া বাঘ এটা নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমী সংগঠনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে…
লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শিমলু গছ বাগৰিলঃ নিহত এজন
কেবাখনো যানবাহন ক্ষতিগ্ৰস্ত
ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত
লখিমপুৰ নগৰত ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ জুলাইঃ উত্তৰ লখিমপুৰ নগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যেন কোনো দায়িত্ব নাই জিলা প্ৰশাসন…
আমাক ৰিলিফ নালাগে, লাগে বান সমস্যাৰ স্থায়ী সমাধান- বন্যাৰ্ত
স্বাধীনতাৰ ৭৫ বছৰেও বান সমস্যাৰ পৰা মুক্ত নহ’ল লখিমপুৰৰ কুৰিখন গাঁওঃ প্ৰতি বাৰিষাতে জীৱন বিপদাপন্ন কৰি তোলে শিঙৰাৰ ওভটনি পানীয়েশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ লখিমপুৰ জিলাৰ এটা দুৰ্গম অঞ্চল হৈছে নাওবৈচাৰ গেলাহাটী অঞ্চলটো৷…
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মত বিনিময় তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কালি নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত…
নলিনী বৰুৱাক লৈ নিৰ্মিত তথ্যচিত্ৰ “লিৰিকেল লেন্স” মুকলি
নলিনী বৰুৱাৰ ১০ হাজাৰ সৃষ্টিশীল-কলাত্মক ফটো দেশৰ আপুৰুগীয়া সম্পদ-অধ্যাপক অংকুৰণ দত্তশতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১০ জুলাই : শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তৰ অধীনস্হ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত গুৱাহাটী…
তেজপুৰৰ প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ
"ডক্টৰ বেজবৰুৱা"তো কৰিছিল অভিনয়ঃ তেজপুৰত শোকৰ ছাঁশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : জীৱন নাট সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই। কালি নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই ছুটিং…
পুৰণি পেঞ্চন বাহাল কৰা দলেই লাভ কৰিব দেশৰ শাসনভাৰ
এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সভাত শ্ৰমিক নেতা শিৱগোপাল মিশ্ৰই কলে- যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ কৰিবশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ…
সোৱণশিৰি বান্ধ কেন্দ্ৰীয় সংসদীয় সমিতিৰ অধ্যক্ষৰ পৰিদৰ্শন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬জুনঃ প্ৰাকৃতিক দুৰ্যোগে বাৰম্বাৰ জোকাৰি যোৱাৰ পিছতো গেৰুকামুখৰ ২০০০মেগাৱট শক্তি সম্পন্ন এন এইচ পিচিক উজ্জীৱিত কৰাৰ পন লৈছে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে। বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি বৃহৎ…
