Browsing Category
শিক্ষা
কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ প্ৰৱল ইচ্ছা শক্তি নাথাকিলে শিক্ষাৰ্থী প্ৰকৃতাৰ্থত সফল হ'ব নোৱাৰে। পৰম্পৰাগত শিক্ষা ব্যৱস্থাত সফল ছাত্ৰৰ ক্ষেত্ৰত প্ৰতিভা মেধা, বুদ্ধি আদিক গুৰুত্ব দিয়া হয় যদিও ইচ্ছাশক্তি অবিহনে প্ৰকৃতাৰ্থত একোজন…
বৰ্ণিল- বৰ্ণাঢ্য ৰূপত কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ব্য়াপক উছাহ উদ্দীপনাৰে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে হীৰক জয়ন্তী মহোৎসৱ। ষাঠি বছৰীয়া গৌৰৱ বুকুত কঢ়িওৱা বিদ্যালয়খনৰ ভিন্ন প্ৰান্তত…
ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী কল্পনা গগৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এইবাৰ ঘোষণা কৰা ৰাজ্যিক কৃতি শিক্ষক বটাঁৰে সন্মানিত হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ। এইবাৰ জিলাখনৰ একমাত্ৰ বটাঁ প্ৰাপকৰূপে কল্পনা গগৈ বিবেচিত হৈছে। ১৯৮৮ চনৰ ১১…
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত সোৱণশিৰিৰ মাছমৰীয়াৰ আৰ্থ-সামাজিক বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…
শতাব্দ লখিমপুৰ, ১ জুলাই: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ আইকিউএচিৰ সহযোগত আৰু আই চি এছ এছৰ অৰ্থ সাহায্যত অসমৰ "সোৱণশিৰি নদীৰ মাছমৰীয়াৰ আৰ্থ-সামাজিক বিষয় আৰু স্থিতি: জীৱিকা বৃদ্ধিৰ বাবে নীতি খচৰা" সম্পৰ্কীয় ৰাষ্ট্ৰীয়…
বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত স্থানীয় বিদ্যালয় “চেতনা অভিযান”ৰ শুভাৰম্ভ
শতাব্দ, লখিমপুৰ, ২০ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহত্তৰ বিহপুৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ উদ্দেশ্যে…
নিবনুৱালৈ প্ৰশিক্ষণৰ জড়িয়তে নিয়োজনৰ সুবিধা
শতাব্দ, উত্তৰ লখিমপুৰ,১৪ জুনঃ অতিথ্য খণ্ডত নিয়োজনেৰে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে অসম দক্ষতা উন্নয়ন অভিযানৰ অধীনস্থ উত্তৰ পূব দক্ষতা উন্নয়ন কেন্দ্রই লৈ আহিছে সুখবৰ। এই কেন্দ্রত ফুড এন্ড বেভাৰেজ (১২০ খন আসন), হাউচ…
মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ কিয় যাব লাগে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩১ মেঃ শৰীৰটোত সাধাৰণ খুঁট এটা লাগিলেই বা বতৰ সলনি হৈ চৰ্দি কাহ হ'লে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। যোৱাত বাধা নাই, যাব নালাগে বুলিও নকওঁ, বৰঞ্চ সৰু-সুৰা অসুবিধাতে চিকিৎসকৰ কাষ চাপিব লাগে বুলি পৰামৰ্শ দিয়া হয়…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন
উত্তৰ লখিমপুৰঃ ৩১ মে': ধঁপাত উদ্যোগৰ কবলৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ আহ্বানৰে আজি লখিমপুৰ জিলাত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয়। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ…
কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা- আৰ্থিক সাহায্য প্ৰদান
উত্তৰ লখিমপুৰ, ২৬ মেঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ঘাৰমৰা সত্ৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র ছাত্ৰীসকলক…
হীৰক জয়ন্তী উপলক্ষে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা
উত্তৰ লখিমপুৰ, ২৬ মেঃ
উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত উপনীত হোৱাৰ উপলক্ষত বিদ্যালয়খনে হীৰক জয়ন্তী উদযাপন কৰা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে আজি বিদ্যালয়খনত এখন…
