Browsing Category

শিক্ষা

কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা- আৰ্থিক সাহায্য প্ৰদান

উত্তৰ লখিমপুৰ, ২৬ মেঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ঘাৰমৰা সত্ৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র ছাত্ৰীসকলক…

হীৰক জয়ন্তী উপলক্ষে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা

উত্তৰ লখিমপুৰ, ২৬ মেঃ উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত উপনীত হোৱাৰ উপলক্ষত বিদ্যালয়খনে হীৰক জয়ন্তী উদযাপন কৰা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে আজি বিদ্যালয়খনত এখন…

ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

গুৱাহাটী, ১৬ মে' : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ মে'ত এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিধি এনালিটিকাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক পাৰ্থ…

চাকৰি সন্ধানী প্ৰাৰ্থীৰ বাবে সুখবৰ

শতাব্দ, লক্ষীমপুৰ ২২ ফেব্ৰুৱাৰীঃ দেশৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী লাৰছেন এণ্ড টাৰব' কনষ্ট্ৰাকচন (L&T Construction)ৰ অধীনত অসম তথা ভাৰতৰ অন্যান্য ঠাইত চলি থকা প্ৰকল্প সমূহত ১৫০০ত কৈও অধিক প্ৰযুক্তিবিদৰ আৱশ্যক‌ হৈছে বুলি জানিব পৰা গৈছে।…

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লখিমপুৰ,১৩ ফেব্ৰুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত কালি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…

যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ…

একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২১ জানুৱাৰী: বেচৰকাৰী সংস্থা প্ৰথম এখোজৰ পৰিচালনাত চলি থকা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক খেল সপ্তাহ, অভিভাৱক সন্মিলন আৰু বাৰ্ষিক অধিৱেশনখনি আজি…

যুৱ মহোৎসৱঃ উখল-মাখল এল টি কেৰ চৌহদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ কাইলৈ ২২ জানুৱাৰীৰ পৰা লক্ষীমপুৰ জিলাৰ লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় চমুকৈ এল.টি.কে. মহাবিদ্যালয়ত আৰম্ভ হ’ব৷ এই উপলক্ষে আজি মহাবিদ্যালয় চৌহদত উখল-মাখল পৰিবেশৰ…

পাৰিজাত একাডেমীত কেৰিয়াৰ সজাগতা সভা 

শতাব্দ গুৱাহাটী, ২০ জানুৱাৰীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০জানুৱাৰীত গুৱাহাটীৰ মহানগৰীৰ কাষৰীয়া পামহি(গড়চুক)স্থিত পাৰিজাত একাডেমীত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । পাৰিজাত…