Browsing Category
শিক্ষা
অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা
গুৱাহাটী,৩০ নৱেম্বৰ : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২ নৱেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ…
দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দৃষ্টান্তমূলক পদক্ষেপ
শতাব্দ ষ্টাফৰিপ'টাৰ, তেজপুৰ, ২৮ ছেপ্টেম্বৰ : নিজৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে মহাবিদ্যালয়খনৰ এলুমনাই সন্হাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা "এলুমনাই গেলাৰী" অৰ্থাৎ শ্ৰেণী কোঠা অহা ৩০…
তিনিচুকীয়া জিলাৰ ২২১ বিদ্যলয় বন্ধৰ সিদ্ধান্ত : আছুৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ২২১খন অসমীয়া মাধ্যমৰ বিদ্যলয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷…
ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ লখিমপুৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৬ ছেপ্তেম্বৰ: ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া ভ্ৰমণ সূচীৰে আজি লক্ষীমপুৰ জিলাত উপস্থিত হয়। ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয়…
তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ জিলা আছুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ ছেপ্টেম্বৰ: তেজপুৰত আজি দুপৰীয়া শোণিতপুৰ জিলা ছাত্র সন্থাই তেজপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাই ৰাজ্য…
অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন নৃত্য – গীত, কবিতা আবৃত্তি, একক অভিনয়েৰে…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ উদ্যোগত বিগত সময়ত অনুষ্ঠিত হৈ যোৱা "সঁফুৰা বৃত্তি পৰীক্ষা" ৰ মানপত্ৰ আৰু মাননি প্ৰদানৰ তেজপুৰ সাহিত্য সভা ভৱনত কালি বিয়লিৰ পৰা অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত…
সঙ্গীত সত্ৰৰ পৰীক্ষাত বিদেশী-প্ৰবাসী-অনা অসমীয়া নৃত্য পটীয়সীৰ ভিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ দিনটো অনাগত দিনৰ বাবে পৰিগণিত হ'ল এক বিশেষ দিনৰূপে।সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ…
লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল চৰকাৰৰ উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষা খণ্ডত অনবদ্য অৱদান আগবঢ়োৱা ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লখিমপুৰৰ বিশিষ্ট ব্য়ক্তি বলিনাৰায়ণ ফুকনক অৰুণাচল চৰকাৰে উচ্চ শিক্ষাৰ আটাইতকৈ…
জাতীয় শিক্ষানীতি- ২০২০ বাতিলৰ দাবীঃ লখিমপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ ছেপ্টেম্বৰ ঃ জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত আজি লখিমপুৰত এ আই ডি এছ অ’ৰ লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এ আই ডি এছ অ’ৰ জিলা সম্পাদক ভাইটি…