Browsing Category
শিক্ষা
২৩ ছেপ্টেম্বৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন
গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় দ্বাদশ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে । অহা ২৩ চেপ্তেম্বৰ, ২০২৩ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনখনিত মুখ্য অতিথিৰ আসন…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা জীনা ৰাজকুমাৰীৰ গীত – কথা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ :অসমৰ লোকগীত - লোকসংগীতক নিজস্ব শৈলীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা ভাৰত চৰকাৰৰ বৈদেশিক সমন্বয় পৰিষদৰ অনুমোদিত শিল্পী তথা প্ৰচাৰ ভাৰতীৰ বি গ্ৰেডৰ শিল্পী জীনা ৰাজকুমাৰীৰ গীত - কথা আৰু নাচেৰে…
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক স্বাস্থ্য প্ৰতিষ্ঠানত “হিন্দী পষেক” উদযাপন
শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠান তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘হিন্দী পষেক’। ৷ আজি অৰ্থাৎ ১৪…
দৰ্শনা কাশ্যপক “গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্তেম্বৰ : এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা তেজপুৰ বাসন্তীপুৰৰ মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ সভাকক্ষত বিহপুৰীয়া কেন্দুগুৰিৰ মেধাৱী ছাত্ৰী দৰ্শনা…
যিকোনো প্ৰচেষ্টাৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিয়ক,–ৰীমা দাস
উত্তৰ লখিমপুৰঃ ৯ ছেপ্টেম্বৰঃ অস্কাৰৰ মনোনীত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে আজি ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ কয়। আজি উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাত…
শিক্ষক দিৱসত প্ৰবীণ শিক্ষাবিদ মীৰা শৰ্মালৈ সম্ভাষণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ৬ ছেপ্টেম্বৰ: “আবেলি কিৰণে/জীৱন জগালে /সোণসেৰীয়া গানে,/জ্ঞানে ধ্যানে সংগে/অনুপম ৰংগে/নব বাৰতা আনে -----/’’শীৰ্ষক প্ৰতীকী গীতৰ সমূহীয়া পৰিবেশনৰ এক জীপাল পৰিৱেশত বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ শিক্ষক…
শিক্ষক দিৱসৰ উপলক্ষত তিনিচুকীয়াৰ ১০ শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষা বিভাগৰ সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ : বিশিষ্ট দার্শনিক, শিক্ষাবিদ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত স্থানীয় বেঙ্গলী গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী…
তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ শিক্ষক দিৱসত ৩৩ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক জিলা কৃতী…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৫ ছেপ্তেম্বৰ : মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰাথমিক পৰ্য্যায়লৈ ৩৩ গৰাকীকৈ শিক্ষক - শিক্ষয়িত্ৰীক কৃতি…
লখিমপুৰত জিলা প্ৰশাসনৰ উদ্যোগত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলাভিত্তিক ৬২ সংখ্যক শিক্ষক দিৱস আজি শৈক্ষিক ভৱন, বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়।তাঁতীবাহাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ…
তিনিচুকীয়াৰ কাকপথাৰ উন্নয়ন খণ্ডত আজৱ কাণ্ড
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও…