Browsing Category

শিক্ষা

তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ শিক্ষক দিৱসত ৩৩ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক জিলা কৃতী…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৫ ছেপ্তেম্বৰ : মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰাথমিক পৰ্য্যায়লৈ ৩৩ গৰাকীকৈ শিক্ষক - শিক্ষয়িত্ৰীক কৃতি…

লখিমপুৰত জিলা প্ৰশাসনৰ উদ্যোগত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলাভিত্তিক ৬২ সংখ্যক শিক্ষক দিৱস আজি শৈক্ষিক ভৱন, বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়।তাঁতীবাহাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ…

তিনিচুকীয়াৰ কাকপথাৰ উন্নয়ন খণ্ডত আজৱ কাণ্ড

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও…

সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ কেবা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সৰব হৈ থকা বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ…

অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ২৯ আগষ্ট: তেজপুৰ হাইস্কুল শিক্ষক ভৱনত কালি অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱনিযুক্ত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু শোণিতপুৰ…

বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে তেজপুৰৰ দৰং মহাবিদ্যালয়ত “ৰাণ ফৰ দ্য প্লেনেট” শীৰ্ষক সমূহীয়া…

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ , ২৯ আগষ্টঃ বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত পুৱা ৫:৩০ বজাত " Run for the planet" শীৰ্ষক নামেৰে এক দৌৰা কাৰ্য্যসূচী দৰং মহাবিদ্যালয়ৰ IQAC, IIC, NSS, NCC আৰু দৰং মহাবিদ্যালয়…

আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা

মাননীয় সম্পাদক মহোদয়, সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা…

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এ টি এলৰ সৌজন্যত জ্ঞান মেলা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং পৰীক্ষাগাৰৰ সৌজন্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আজি জ্ঞান মেলা অনুষ্ঠিত হয়। অটল টিংকাৰিং পৰীক্ষাগাৰৰ অত্যাধুনিক প্ৰযুক্তিৰে ছাত্ৰ…

লখিমপুৰত মেধাৱী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰৰ বাধাকৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী সভাত আজি এজন মেধাবী ছাত্ৰক শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি…

“মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ“ শীৰ্ষক আলোচনা সত্ৰ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,২৫ আগষ্ট : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ (Career Path for Mechanical Engineers)”…